• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

1 month ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

7 minutes ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

9 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

9 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

10 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

10 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

11 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

11 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

12 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

13 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

14 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

14 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

প্ৰেমিকাক দিলে iPhone-নগদ ধন

editor by editor
August 24, 2026
in অপৰাধ, অসম, বিবিধ, লেখা
0
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ
0
SHARES
248
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোৰহাটত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। পিতৃ-মাতৃ ঘৰত নথকাৰ সুযোগ লৈ নিজ ঘৰৰ লকাৰ ভাঙি প্ৰায় ৫০ লাখ টকাৰ সোণৰ অলংকাৰ আৰু নগদ ধন লৈ উধাও হল য়াশ্ব আগৰৱাল নামৰ এজন যুৱক। লুট কৰা ধন-সোণৰ কিছু অংশ বিক্ৰী কৰি প্ৰেমিকাৰ সৈতে কিছুদিন বিলাসী জীৱন কটোৱাৰ লগতে প্ৰেমিকাক দামী উপহাৰ দিয়াৰ কথাও পোহৰলৈ আহিছে। য়াশ্ব আগৰৱালাই পিতৃ-মাতৃ ঘৰত নথকাৰ সুযোগ লৈ লকাৰ খুলি সোণৰ অলংকাৰ আৰু নগদ ধন লৈ পলায়ন কৰে। পৰৱৰ্তী সময়ত লুট কৰা সোণৰ অলংকাৰ বিক্ৰী কৰি লাভ কৰা ধন আৰু লকাৰৰ পৰা নিয়া নগদ ধনৰ একাংশ প্ৰেমিকাৰ বাবে খৰচ কৰা বুলি অভিযোগ উঠিছে।

অভিযোগ অনুসৰি, যুৱকজনে প্ৰেমিকাক প্ৰায় ডেৰ লাখ টকা মূল্যৰ এটা আইফোন উপহাৰ দিয়াৰ লগতে নগদ ধনো প্ৰদান কৰে। ইয়াৰ উপৰিও প্ৰেমিকাৰ সৈতে অৰুণাচললৈ ভ্ৰমণলৈ যোৱাৰ কথাও পোহৰলৈ আহিছে। মুঠতে প্ৰায় ৪ লাখ টকা প্ৰেমিকা আৰু বিলাসী জীৱন-যাপনৰ নামত খৰচ কৰা বুলি জানিব পৰা গৈছে। এই সমগ্ৰ ঘটনাত য়াশ্ব অকলে জড়িত নাছিল বুলিও অভিযোগ উঠিছে। জনৈক চুমানি নামৰ এজন সাংবাদিক আৰু ৰোহিত প্ৰসাদ নামৰ এজন ব্যৱসায়ীয়েও যুৱকজনক সহযোগ কৰা বুলি অভিযোগ কৰা হৈছে। অৱশ্যে ঘটনাটোৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সত্যতা তদন্তৰ পাছতহে স্পষ্ট হ’ব।

ঘটনাৰ পাছত পিতৃ-মাতৃয়ে যুৱকজনক বিচাৰি উলিয়াবলৈ চেষ্টা চলায়। অৱশেষত আহমেদাবাদৰ পৰা য়াশ্বক পৰিয়ালে যোৰহাটলৈ ঘূৰাই আনে বুলি জানিব পৰা গৈছে। আনহাতে, ঘটনাত সহযোগ কৰাৰ অভিযোগ উঠা সাংবাদিকজন বৰ্তমানেও পলাতক হৈ থকা বুলি জানিব পৰা গৈছে। ঘৰৰ সঞ্চিত ধন-সোণ নিজৰ প্ৰেম-সম্পৰ্ক আৰু বিলাসিতাৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগে সমগ্ৰ ঘটনাটোক অধিক চাঞ্চল্যকৰ কৰি তুলিছে। লকাৰ খুলি সোণ-ধন নোহোৱা হোৱাৰ পাছত পিতৃ-মাতৃয়ে ঘটনাটো জানিব পাৰি হতভম্ব হৈ পৰে।

সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ তদন্ত আগবাঢ়াৰ লগে লগে লুট কৰা সোণ-ধন কিমান আছিল, কিমানখিনি উদ্ধাৰ হৈছে আৰু ঘটনাটোত আন কোন কোন লোক জড়িত আছিল, সেই সকলো তথ্য ক্ৰমে স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Iphonethief
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

October 6, 2026
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

October 5, 2026
Next Post
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

'ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে'

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.