• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

4 weeks ago
পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

40 minutes ago
১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

1 hour ago
Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

2 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

3 hours ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

4 hours ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

5 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

7 hours ago
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

8 hours ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

8 hours ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

9 hours ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

10 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

শিক্ষক-শিক্ষয়িত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

editor by editor
August 24, 2026
in অপৰাধ, বিবিধ, ভাৰত, লেখা
0
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’
0
SHARES
8.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মধ্যপ্ৰদেশৰ ছিন্দৱাড়া জিলাৰ জুনাৰদেও অঞ্চলৰ বিচবেহৰি গাঁৱৰ এখন চৰকাৰী বিদ্যালয়ক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এই অভিযোগৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বিষয়টো চৰ্চালৈ আহিছে। ভাইৰেল ভিডিঅ’টোত একাংশ ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ কৰা দেখা গৈছে যে বিদ্যালয়লৈ শিক্ষক-শিক্ষয়িত্ৰী আহিলেও তেওঁলোকে নিয়মীয়াকৈ পাঠদান নকৰে। আনকি বিদ্যালয় ছুটী হোৱাৰ নিৰ্ধাৰিত সময়ৰ বহু আগতেই ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ পঠিয়াই দিয়া হয় বুলিও অভিযোগ উঠিছে।

ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ অনুসৰি, তেওঁলোকক আগতীয়াকৈ ঘৰলৈ পঠিয়াই দিয়াৰ পিছত শিক্ষক আৰু শিক্ষয়িত্ৰীগৰাকীয়ে বাথৰুমত সোমাই ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি দিয়ে। এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীক বাথৰুমৰ ভিতৰলৈ যাবলৈও দিয়া নহয় বুলি অভিযোগ কৰা হৈছে। ইয়াৰ উপৰি দুয়োগৰাকী শিক্ষক-শিক্ষয়িত্ৰী বহু সময় মোবাইল ফোনত ব্যস্ত থাকে আৰু পঢ়া-শুনাত বিশেষ গুৰুত্ব নিদিয়ে বুলিও ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰিছে। বিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক-শিক্ষয়িত্ৰীৰ আপত্তিজনক দৃশ্য বুলি দাবী কৰা কিছু দৃশ্য মোবাইলত ৰেকৰ্ড কৰি ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰাৰ পিছতে বিষয়টো অধিক চৰ্চালৈ আহে।

এই অভিযোগ বিদ্যালয়খনৰ শিক্ষক-ইনচাৰ্জ আৰু এগৰাকী অতিথি শিক্ষয়িত্ৰীৰ বিৰুদ্ধে উত্থাপন হৈছে। ঘটনাটো প্ৰথমে গাঁওসভাত উত্থাপন হৈছিল। পিছত বিষয়টো জিলা প্ৰশাসনৰ ওচৰলৈ যায়। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে দুয়োগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক বিদ্যালয়ৰ পৰা আঁতৰাই নতুন শিক্ষক নিযুক্তিৰ দাবী জনাইছে। অভিভাৱকসকলৰ মতে, বিদ্যালয়ত শিশুসকলৰ বাবে সুস্থ, নিৰাপদ আৰু শৃংখলাবদ্ধ পৰিৱেশ থকাটো অতি জৰুৰী। শিক্ষক-শিক্ষয়িত্ৰীৰ এনে আচৰণে ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাত বেয়া প্ৰভাৱ পেলাব পাৰে বুলিও তেওঁলোকে উদ্বেগ প্ৰকাশ কৰিছে।

স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, শিক্ষক দুগৰাকীৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও খণ্ড শিক্ষা বিষয়া আৰু জনজাতি কল্যাণ বিভাগৰ বিষয়াসকলৰ ওচৰত অভিযোগ দিয়া হৈছিল। কিন্তু অভিযোগ দিয়াৰ পিছতো কোনো উল্লেখযোগ্য ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল বুলি তেওঁলোকে দাবী কৰিছে। এই বিষয়টোক লৈ ক্ষুব্ধ গাঁওবাসীয়ে ১৬ আগষ্টত অনুষ্ঠিত গাঁওসভাৰ বৈঠকত দুয়োগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক বিদ্যালয়ৰ পৰা আঁতৰোৱাৰ দাবী জনায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24education
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক
অসম

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

September 18, 2026
১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!
জীৱনশৈলী

১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

September 18, 2026
Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক
জীৱনশৈলী

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

September 18, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

September 18, 2026
Next Post
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.