• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

1 month ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

58 minutes ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

2 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

2 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

11 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

11 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

12 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

12 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

13 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

13 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

14 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

15 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

তাৰ পিছত একেই বেজিৰে যুৱতীৰ চৰমপন্থা!

editor by editor
August 24, 2026
in অপৰাধ, বিবিধ, ভাৰত, লেখা
0
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা
0
SHARES
327
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেলেংগানাৰ বিকাৰবাদ জিলাৰ বন্তাৱৰাম মণ্ডলৰ যচাৰাম গাঁৱৰ এগৰাকী নাৰ্ছ সুৰেখাৰ আত্মহ*ত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পিতৃ-মাতৃক হ*ত্যাৰ অভিযোগত কাৰাগাৰত থকা সুৰেখাক শেহতীয়াকৈ জামিনত মুকলি কৰি দিয়া হৈছিল। জামিনত মুক্তি পোৱাৰ পিছত তেওঁ সংগৰেড্ডী জিলা সদৰৰ এটা ব্যক্তিগত হোষ্টেলত থাকিবলৈ লৈছিল। তাতেই তেওঁ আত্মহ*ত্যা কৰে।

জানিব পৰা মতে, বিগত ২৪ জানুৱাৰীত যচাৰাম গাঁৱত সুৰেখাৰ পিতৃ দশৰথ আৰু মাতৃ লক্ষ্মীক মৃ*ত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। প্ৰথমতে তেওঁলোকৰ মৃ*ত্যু স্বাভাৱিক যেন লাগিছিল। কিন্তু ঘটনাস্থলীত আৰক্ষীয়ে চিৰিঞ্জ আৰু খালী বেজী উদ্ধাৰ কৰাৰ পিছত সন্দেহৰ সৃষ্টি হয়। তদন্ত আগবঢ়াৰ লগে লগে পিতৃ-মাতৃৰ মৃত্যুৰ সৈতে সুৰেখা জড়িত থকাৰ অভিযোগ উত্থাপন হয়। আৰক্ষীৰ তদন্ত অনুসৰি, সুৰেখা এজন যুৱকৰ প্ৰেমত পৰিছিল আৰু যুৱকজনৰ সৈতে বিৱাহপাশত আৱদ্ধ হব বিচাৰিছিল। কিন্তু এই সম্পৰ্কত সুৰেখাৰ পিতৃ-মাতৃয়ে আপত্তি কৰিছিল বুলি অভিযোগ উঠিছিল। ইয়াৰ পিছতে সুৰেখাই পিতৃ-মাতৃক বিষৰ বেজী দি হ*ত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয়। ২০২৬ চনৰ জানুৱাৰী মাহত গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা সুৰেখা কাৰাগাৰত আছিল।

শেহতীয়াকৈ আদালতৰ পৰা জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত সুৰেখাই সংগৰেড্ডীৰ এটা ব্যক্তিগত হোষ্টেলত থাকিবলৈ লৈছিল। কিন্তু কিছুদিন পিছতেই হোষ্টেলৰ কোঠাত তেওঁক মৃ*ত অৱস্থাত উদ্ধাৰ কৰা হয়। খবৰ পোৱাৰ লগে লগে সংগৰেড্ডী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীৰ প্ৰাথমিক তথ্য অনুসৰি, পিতৃ-মাতৃক হ*ত্যা কৰিবলৈ ব্যৱহাৰ কৰা একেধৰণৰ বিষৰ বেজী ব্যৱহাৰ কৰিয়েই সুৰেখাই আত্মহ*ত্যা কৰা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে তেওঁ কিয় এনে চৰম সিদ্ধান্ত ল’লে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

সুৰেখাৰ আত্মহ*ত্যাৰ আঁৰত কাৰাগাৰত থকা সময়ৰ মানসিক চাপ, জামিনত মুক্তি পোৱাৰ পিছৰ পৰিস্থিতি নে আন কোনো ব্যক্তিগত কাৰণ জড়িত আছিল, সেই বিষয়েও আৰক্ষীয়ে তদন্ত কৰি আছে। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে। লগতে সুৰেখাৰ মৃ*ত্যুৰ খবৰ পৰিয়ালৰ লোকক জনোৱা হৈছে। পিতৃ-মাতৃৰ হ*ত্যাৰ অভিযোগত কাৰাগাৰৰ পৰা জামিনত মুক্তি পোৱাৰ কিছুদিন পিছতে সুৰেখাৰ এইদৰে মৃত্যু হোৱাত সমগ্ৰ ঘটনাটোৱে নতুনকৈ চৰ্চা লাভ কৰিছে। আত্মহ*ত্যাৰ প্ৰকৃত কাৰণ কি আছিল, সেয়া আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে স্পষ্ট হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24suicide
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে
জীৱনশৈলী

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

October 6, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

October 6, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

October 6, 2026
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
Next Post
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.