• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

1 month ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

41 minutes ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

2 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

2 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

3 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

11 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

12 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

12 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

13 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

14 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

14 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

15 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

জুবিনক্ষেত্ৰত ৩ দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰ সবিশেষ

editor by editor
August 24, 2026
in অসম, চিনেমা, বিনোদন, বিবিধ, ভাৰত, লেখা, সংগীত
0
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
0
SHARES
82
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতিজন অসমীয়াৰ হৃদয় থানবান কৰি যোৱা সেই অভিশপ্ত ১৯ ছেপ্টেম্বৰলৈ মাজত এতিয়া মাথোঁ আৰু কেইটামান দিন। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন বৰ্ষপূৰ্তি উপলক্ষে জুবিনক্ষেত্ৰত ৩ দিনীয়াকৈ আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচী। গৰিমা শইকীয়া গাৰ্গে জুবিনক্ষেত্ৰত উপস্থিত হৈ এই ৩ দিনীয়া কাৰ্যসূচীৰ সবিশেষ সদৰী কৰে। জুবিন গাৰ্গৰ স্মৃতিত অনুষ্ঠিত হ’বলগীয়া এই তিনিদিনীয়া অনুষ্ঠানত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ পৰা আৰম্ভ কৰি জাতি-জনগোষ্ঠীৰ অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান, ভাগৱত পাঠ আৰু ভাওনালৈকে বিভিন্ন কাৰ্যসূচী থাকিব।

১৭ ছেপ্টেম্বৰৰ পৰা হ’ব অনুষ্ঠান

১৭ ছেপ্টেম্বৰৰ পুৱা জুবিনক্ষেত্ৰত অনুষ্ঠিত হ’ব সৰ্বধৰ্ম প্ৰাৰ্থনা। বিভিন্ন ধৰ্মৰ লোক একত্ৰিত হৈ প্ৰয়াত শিল্পীগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰি প্ৰাৰ্থনা আগবঢ়াব। ইয়াৰ পিছতে ১৭ ছেপ্টেম্বৰৰ বিয়লিৰ পৰা অনুষ্ঠিত হ’ব বিভিন্ন জাতি-জনগোষ্ঠীৰ অনুষ্ঠান। এই অনুষ্ঠানত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলে নিজৰ নিজৰ সাংস্কৃতিক পৰম্পৰা আৰু অনুষ্ঠান পৰিৱেশন কৰিব পাৰিব। কোনো বাধা নোহোৱাকৈ সকলোৱে নিজা অনুষ্ঠান পৰিৱেশনৰ সুযোগ লাভ কৰিব।

১৮ ছেপ্টেম্বৰত সাংস্কৃতিক অনুষ্ঠান

১৮ ছেপ্টেম্বৰৰ বিয়লি জুবিনক্ষেত্ৰত অনুষ্ঠিত হ’ব বিশেষ সাংস্কৃতিক অনুষ্ঠান। অসমৰ শিল্পী সমাজে এই অনুষ্ঠানত জুবিন গাৰ্গক স্মৰণ কৰি বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। জুবিন গাৰ্গে সংগীতৰ জৰিয়তে অসমীয়াৰ লগতে দেশ-বিদেশৰ অগণন লোকৰ হৃদয় জয় কৰিছিল। সেয়ে শিল্পীগৰাকীৰ স্মৃতিত অনুষ্ঠিত হ’বলগীয়া এই সাংস্কৃতিক অনুষ্ঠান বিশেষ তাৎপৰ্যপূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।

১৯ ছেপ্টেম্বৰ হ’ব মূল স্মৰণৰ দিন

ঈশ্বৰ পুত্ৰ কায়িকভাৱে উপস্থিত নথকা প্ৰথম বাৰ্ষিকীৰ মূল দিন ১৯ ছেপ্টেম্বৰত জুবিনক্ষেত্ৰত বিশেষ ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই দিনটোত আসন প্ৰতিষ্ঠা কৰি ভাগৱত পাঠৰ আয়োজন কৰা হ’ব। ইয়াৰ পিছত ১৯ ছেপ্টেম্বৰৰ বিয়লিৰ ভাগত জুবিনক্ষেত্ৰত অনুষ্ঠিত হ’ব ভাওনা। অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে জড়িত এই বিশেষ অনুষ্ঠানৰ জৰিয়তে প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰা হ’ব। উল্লেখ্য যে ঈশ্বৰপুত্ৰৰ প্ৰস্থান সমগ্ৰ অসমতে গভীৰ শোকৰ সৃষ্টি কৰিছিল। তেওঁৰ অনুৰাগী আৰু শুভাকাংক্ষীসকলে আজিও শিল্পীগৰাকীৰ গীত, সৃষ্টিশীলতা আৰু সমাজৰ প্ৰতি থকা অৱদান স্মৰণ কৰি আহিছে। এই ৩ দিনীয়া কাৰ্যসূচীৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতিক শ্ৰদ্ধাৰে জীয়াই ৰখাৰ প্ৰয়াস কৰা হৈছে। জুবিনক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানসমূহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে। প্ৰাণৰ শিল্পীগৰাকীক শেষবাৰৰ বাবে স্মৰণ কৰাৰ এই বিশেষ আয়োজনক লৈ ইতিমধ্যে অনুৰাগীসকলৰ মাজতো ব্যাপক আগ্ৰহ সৃষ্টি হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24zubeen
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

October 6, 2026
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে
জীৱনশৈলী

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

October 6, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

October 6, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

October 6, 2026
Next Post

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.