• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘২৪ ঘন্টাৰ ভিতৰত দোষীক এন**ণ্টাৰ কৰক’, হাতযোৰ কৰি অনুৰোধ দেৱৰ্ষি ভৰালীৰ বন্ধুৰ

‘২৪ ঘন্টাৰ ভিতৰত দোষীক এন**ণ্টাৰ কৰক’, হাতযোৰ কৰি অনুৰোধ দেৱৰ্ষি ভৰালীৰ বন্ধুৰ

1 hour ago
হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

37 minutes ago
হেলানা ভৰালী কোন? কেনেকৈ হৈছিল সফল অসমীয়া উদ্যোগী মহিলা জানক

হেলানা ভৰালী কোন? কেনেকৈ হৈছিল সফল অসমীয়া উদ্যোগী মহিলা জানক

3 hours ago
গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

3 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

আজিৰ ভাগ্যৱান ৩ ৰাশি, বাকী ৰাশিৰ জাতক-জাতিকা হওক সাৱধান!

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কাৰ জিলিকিব ভাগ্য? জানক ১২টা ৰাশিৰ আৰ্থিক, কেৰিয়াৰ আৰু প্ৰেমৰ বিষয়ে

4 hours ago
ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

11 hours ago
সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

11 hours ago
পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

12 hours ago
ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

13 hours ago
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

13 hours ago
এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

14 hours ago
শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘২৪ ঘন্টাৰ ভিতৰত দোষীক এন**ণ্টাৰ কৰক’, হাতযোৰ কৰি অনুৰোধ দেৱৰ্ষি ভৰালীৰ বন্ধুৰ

হোটেল বিলাস ইনত এতিয়া মৰিশালীৰ নিস্তব্ধতা...

editor by editor
October 27, 2026
in অপৰাধ, অসম, বিবিধ, লেখা
0
‘২৪ ঘন্টাৰ ভিতৰত দোষীক এন**ণ্টাৰ কৰক’, হাতযোৰ কৰি অনুৰোধ দেৱৰ্ষি ভৰালীৰ বন্ধুৰ
0
SHARES
93
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটীৰ বিলাস ইন হোটেলত সংঘটিত নৃশংস গুলীচালনাৰ ঘটনাক লৈ এতিয়াও অব্যাহত আছে চাঞ্চল্য। সম্পত্তি আৰু হোটেলৰ লীজকেন্দ্ৰিক বিবাদৰ পৰিণতিত সংঘটিত হোৱা বুলি সন্দেহ কৰা এই ঘটনাত এটা পৰিয়ালৰ কেইবাজনো সদস্যৰ মৃত্যুৱে সকলোকে শোকস্তব্ধ কৰি তুলিছে। এনে পৰিস্থিতিতে নিহত দেৱৰ্ষি ভৰালীৰ এগৰাকী বন্ধুৱে অভিযুক্তৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ক্ষোভ প্ৰকাশ কৰিছে।

বন্ধুগৰাকীয়ে আৰক্ষীক হাতযোৰ কৰি অনুৰোধ জনাই কয় যে ২৪ ঘণ্টাৰ ভিতৰত দোষীক এনকাউণ্টাৰ কৰক। তেওঁৰ মতে, এটা পৰিয়ালক এনেদৰে শেষ কৰি দিয়া ঘটনাক কোনো কাৰণতে সহজভাৱে ল’ব নোৱাৰি।

তেওঁ কয়, ‘২৪ ঘণ্টাৰ ভিতৰত দোষীক এনকাউণ্টাৰ কৰক। এই নাৰকীয় কাণ্ডত যিসকল জড়িত আছে, তেওঁলোকক এৰি দিব নালাগে। যদি আৰক্ষীয়ে অভিযুক্তক এনকাউণ্টাৰ কৰিব নোৱাৰে, তেন্তে তেওঁলোকক বাহিৰলৈ ওলাই আহিবলৈ দিয়া হওক। ১৪ বছৰ জে’ল খাতিবলৈ সাজু আছোঁ, সিহঁতক শেষ কৰি দিম।’

‘সহজ কথা নহয়, এটা পৰিয়াল শেষ কৰি দিছে’

দেৱৰ্ষি ভৰালীৰ বন্ধুগৰাকীয়ে লগতে কয় যে ‘এটা পৰিয়ালৰ কেইবাজনো সদস্যক হেৰুৱাবলগীয়া হোৱা ঘটনাটো কোনো সাধাৰণ ঘটনা নহয়। তেওঁৰ মতে, এনে ভয়ংকৰ কাণ্ডত জড়িত লোকসকলক কোনো কাৰণতে ৰেহাই দিয়া উচিত নহয়। জন্তু সদৃশ মানুহ পৃথিৱীত থকাটো নিবিচাৰোঁ। সেয়ে কৈছোঁ, দোষীক শীঘ্ৰে এনকাউণ্টাৰ কৰক।’

উল্লেখ্য যে গুৱাহাটীৰ বিলাস ইন হোটেলত সংঘটিত গুলীচালনাৰ ঘটনাত হোটেলখনৰ স্বত্বাধিকাৰী হেলেনা ভৰালী, তেওঁৰ পুত্ৰ দেৱৰ্ষি ভৰালী, দেৱৰ্ষিৰ পত্নী ৰিণিকা কাশ্যপ আৰু হেলেনাৰ ভাতৃ ভূদেৱ ভৰালীৰ লগতে পদপথৰ ব্যৱসায়ী নাৰায়ণ দাস নিহত হয়। আনহাতে, হেলেনা ভৰালীৰ কেয়াৰটেকাৰ সত্যেন্দ্ৰ পাঠক আহত হৈ চিকিৎসাধীন হৈ আছে।

এই ঘটনাৰ পিছতে অভিযুক্ত ঘনকান্ত গগৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে এটা .৩২ ব’ৰৰ পিষ্টল জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ
অসম

হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

October 27, 2026
হেলানা ভৰালী কোন? কেনেকৈ হৈছিল সফল অসমীয়া উদ্যোগী মহিলা জানক
অসম

হেলানা ভৰালী কোন? কেনেকৈ হৈছিল সফল অসমীয়া উদ্যোগী মহিলা জানক

October 27, 2026
গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!
অসম

গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

October 27, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আজিৰ ভাগ্যৱান ৩ ৰাশি, বাকী ৰাশিৰ জাতক-জাতিকা হওক সাৱধান!

October 27, 2026
Next Post
হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.