• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গাড়ীত ‘PRESS’ লিখি VIP ষ্টাইলত ঘূৰিছিল ঘনকান্তই! ৫ গৰাকী লোকক *ত্যা কৰা ঘা*তকৰ প্ৰকৃত পৰিচয় এতিয়াও ৰহস্য আৱৰ্তত

গাড়ীত ‘PRESS’ লিখি VIP ষ্টাইলত ঘূৰিছিল ঘনকান্তই! ৫ গৰাকী লোকক *ত্যা কৰা ঘা*তকৰ প্ৰকৃত পৰিচয় এতিয়াও ৰহস্য আৱৰ্তত

3 weeks ago
‘মই হয়তো জীৱিত অৱস্থাত ঘূৰি নাহিম’- আদলতলৈ কাতৰ অনুৰোধ ইমৰান খানৰ

‘মই হয়তো জীৱিত অৱস্থাত ঘূৰি নাহিম’- আদলতলৈ কাতৰ অনুৰোধ ইমৰান খানৰ

4 hours ago
সূৰ্যাস্তৰ পিছত নিকিনিব এই ৫ বিধ সামগ্ৰী!

সূৰ্যাস্তৰ পিছত নিকিনিব এই ৫ বিধ সামগ্ৰী!

5 hours ago
দুলীয়াজানৰ ট্ৰিপল মা*ৰ্ডাৰ ঘটনাৰ নতুন মোৰ, হ*ত্যাকাণ্ডত জড়িত কোন?

দুলীয়াজানৰ ট্ৰিপল মা*ৰ্ডাৰ ঘটনাৰ নতুন মোৰ, হ*ত্যাকাণ্ডত জড়িত কোন?

6 hours ago
এই ৩ ৰাশিয়ে সন্মুখীন হ’ব পাৰে বেয়া সময়ৰ…

এই ৩ ৰাশিয়ে সন্মুখীন হ’ব পাৰে বেয়া সময়ৰ…

6 hours ago
অন্য পুৰুষেৰে আপত্তিজনক অৱস্থাত পত্নী! অগ্নিশৰ্মা স্বামীয়ে কৰিলে এই কাম

অন্য পুৰুষেৰে আপত্তিজনক অৱস্থাত পত্নী! অগ্নিশৰ্মা স্বামীয়ে কৰিলে এই কাম

6 hours ago
অক্টোবৰ বিপ্লৱ!

অক্টোবৰ বিপ্লৱ!

7 hours ago
বিলাস INNৰ ঘটনাৰ পুনৰাবৃত্তি! দুলীয়াজানত শেষ হৈ গ’ল এটা পৰিয়াল

বিলাস INNৰ ঘটনাৰ পুনৰাবৃত্তি! দুলীয়াজানত শেষ হৈ গ’ল এটা পৰিয়াল

8 hours ago
পিকনিকলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? পিকনিকক লৈ কঠোৰ নিৰ্দেশনা

পিকনিকলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? পিকনিকক লৈ কঠোৰ নিৰ্দেশনা

8 hours ago
এইবাৰ চীনৰ আন এক চমক, মাত্ৰ ৭৯০ টকাতেই যাত্ৰা কৰিব পাৰিব বিমানত!

এইবাৰ চীনৰ আন এক চমক, মাত্ৰ ৭৯০ টকাতেই যাত্ৰা কৰিব পাৰিব বিমানত!

9 hours ago
প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই ছাত্ৰীক ভয়ংকৰ আক্ৰমণ

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই ছাত্ৰীক ভয়ংকৰ আক্ৰমণ

9 hours ago
এমাহৰ ভিতৰত ৪ বাৰকৈ সৰ্প দংশনৰ চিকাৰ হৈও সম্পূৰ্ণ সুস্থ কিশোৰী!

এমাহৰ ভিতৰত ৪ বাৰকৈ সৰ্প দংশনৰ চিকাৰ হৈও সম্পূৰ্ণ সুস্থ কিশোৰী!

10 hours ago
লাখ লাখ টন সোণ ভাণ্ডাৰ ব্যৱহাৰৰ বাবে বিশেষ পৰিকল্পনা

লাখ লাখ টন সোণ ভাণ্ডাৰ ব্যৱহাৰৰ বাবে বিশেষ পৰিকল্পনা

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গাড়ীত ‘PRESS’ লিখি VIP ষ্টাইলত ঘূৰিছিল ঘনকান্তই! ৫ গৰাকী লোকক *ত্যা কৰা ঘা*তকৰ প্ৰকৃত পৰিচয় এতিয়াও ৰহস্য আৱৰ্তত

ঘনকান্ত গগৈৰ কুকীৰ্তিৰ কথা শুনি আপোনাৰো চকু কপালত উঠিব!

editor by editor
October 27, 2026
in অপৰাধ, অসম, বিবিধ, লেখা
0
গাড়ীত ‘PRESS’ লিখি VIP ষ্টাইলত ঘূৰিছিল ঘনকান্তই! ৫ গৰাকী লোকক *ত্যা কৰা ঘা*তকৰ প্ৰকৃত পৰিচয় এতিয়াও ৰহস্য আৱৰ্তত
0
SHARES
382
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটীৰ বিলাস ইন কাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ এটাৰ পিছত আনটো চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।  এইবাৰ অভিযুক্তজনৰ প্ৰকৃত পৰিচয়, পূৰ্বৰ ঠিকনা আৰু অতীতৰ কাৰ্যকলাপক লৈ উত্থাপিত তথ্যই ঘটনাটোক লৈ নতুন ৰহস্যৰ সৃষ্টি কৰিছে।

এসময়ত ডিব্ৰুগড়ত ঘৰ বুলি পৰিচয় দিয়া ঘনকান্ত গগৈৰ প্ৰকৃত ঘৰ তিনিচুকীয়া জিলাৰ নাহৰকটীয়াৰ জয়পুৰৰ লেবাং কুলা গাঁৱত বুলি জানিব পৰা গৈছে। আনহাতে, তেওঁৰ প্ৰকৃত নাম জোন গগৈ বুলিও তথ্য পোৱা গৈছে। আধাৰ কাৰ্ডৰ সৈতে প্ৰকৃত পৰিচয়ৰ মিল নাই ঘনকান্তৰ। কেৱল নামেই নহয়, নিজৰ ঠিকনা সন্দৰ্ভতো ভুল তথ্য দিছে অভিযুক্তই।

স্থানীয় তথ্য অনুসৰি, লেবাং কুলা এল পি স্কুলৰ সন্মুখত ঘনকান্তৰ ঘৰ। তেওঁৰ পিতৃৰ নাম প্ৰয়াত মনোজ গগৈ বুলি উল্লেখ কৰা হৈছে। অৱশ্যে, এই পৰিচয় আৰু ঠিকনাৰ তথ্য আৰক্ষীৰ আনুষ্ঠানিক নিশ্চিতকৰণৰ পিছতহে চূড়ান্তভাৱে গ্ৰহণযোগ্য হ’ব।

ঘনকান্ত গগৈৰ অতীতক লৈ উত্থাপিত আন এক গুৰুতৰ অভিযোগে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, তেওঁ অৰুণাচল প্ৰদেশত সংঘটিত ডকাইতিৰ ঘটনাৰ সৈতে জড়িত আছিল। আনকি, আৰক্ষীৰ পোছাক পৰিধান কৰি ডকাইতি সংঘটিত কৰাৰো অভিযোগ আছে।

দাবী কৰা হৈছে যে এই ঘটনাৰ পিছতেই জোন গগৈয়ে নিজৰ নাম সলনি কৰি ঘনকান্ত গগৈ হিচাপে পৰিচয় দিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে, এই অভিযোগৰ সমৰ্থনত কোনো আৰক্ষী গোচৰ, আদালতৰ নথি বা আনুষ্ঠানিক বক্তব্যৰ তথ্য ইয়াত উপলব্ধ নহয়।

ইয়াৰ পূৰ্বে গুৱাহাটীত ছয়জন লোকক গুলীওৱাৰ ঘটনাত অভিযুক্ত ঘনকান্ত গগৈৰ বিৰুদ্ধে পূৰ্বেও অপৰাধৰ অভিযোগ। ২০২৪ চনৰ ১২ জুনত যোৰহাটৰ পুলিবৰত বন্দুক দেখুৱাই স্থানীয় লোকক ভাবুকি দিয়াৰ লগতে মাৰপিট কৰাৰ অভিযোগ উঠিছিল ঘনকান্ত আৰু তেওঁৰ তিনি সহযোগীৰ বিৰুদ্ধে। সেই সময়ত স্থানীয় ৰাইজে ঘনকান্তক আৰক্ষীক গতাই দিছিল। ঘটনা সন্দৰ্ভত পুলিবৰ থানাত এজাহাৰ দাখিল কৰা হৈছিল।

গাড়ীত কিয় লিখিছিল ‘PRESS’?

বিলাস ইন কাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ বাহনখনক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে। প্ৰকাশিত তথ্য অনুসৰি, তেওঁ হেৰিয়াৰ বাহন ব্যৱহাৰ কৰি ঘূৰি ফুৰিছিল। য’ত বাহনখনত ‘PRESS’ বুলি লিখা আছিল।

কিন্তু গাড়ীখনত কিয় ‘PRESS’ লিখা হৈছিল? তেওঁ কোনো সংবাদ মাধ্যমৰ সৈতে জড়িত আছিল নেকি, নে আন কোনো কাৰণত বাহনখনত এই শব্দটো ব্যৱহাৰ কৰিছিল? এই প্ৰশ্নসমূহৰ এতিয়াও স্পষ্ট উত্তৰ পোৱা হোৱা নাই।

তথ্য অনুসৰি, বাহনখন এতিয়াও গুৱাহাটীৰ সাউকুছিত থকা ভাড়াঘৰটোতে আছে বুলি জানিব পৰা গৈছে। বাহনখনৰ পঞ্জীয়ন, মালিকীস্বত্ব আৰু ‘PRESS’ লিখাৰ আঁৰৰ কাৰণ তদন্তৰ আওতালৈ আহিলে এই সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

এতিয়া সকলোৰে দৃষ্টি তদন্তৰ পৰৱৰ্তী অগ্ৰগতিৰ ওপৰত। ‘PRESS’ লিখা বাহনখনৰ আঁৰৰ ৰহস্য, ঘনকান্ত গগৈৰ প্ৰকৃত পৰিচয় আৰু তেওঁৰ অতীতক লৈ উত্থাপিত অভিযোগসমূহৰ সত্যতা তদন্তৰ পিছতহে স্পষ্ট হ’ব।

(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24asom live 24 digitalGhanakanta GogoiHelena Bharali
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই হয়তো জীৱিত অৱস্থাত ঘূৰি নাহিম’- আদলতলৈ কাতৰ অনুৰোধ ইমৰান খানৰ
ৰাজনীতি

‘মই হয়তো জীৱিত অৱস্থাত ঘূৰি নাহিম’- আদলতলৈ কাতৰ অনুৰোধ ইমৰান খানৰ

November 17, 2026
সূৰ্যাস্তৰ পিছত নিকিনিব এই ৫ বিধ সামগ্ৰী!
জীৱনশৈলী

সূৰ্যাস্তৰ পিছত নিকিনিব এই ৫ বিধ সামগ্ৰী!

November 16, 2026
দুলীয়াজানৰ ট্ৰিপল মা*ৰ্ডাৰ ঘটনাৰ নতুন মোৰ, হ*ত্যাকাণ্ডত জড়িত কোন?
অপৰাধ

দুলীয়াজানৰ ট্ৰিপল মা*ৰ্ডাৰ ঘটনাৰ নতুন মোৰ, হ*ত্যাকাণ্ডত জড়িত কোন?

November 16, 2026
এই ৩ ৰাশিয়ে সন্মুখীন হ’ব পাৰে বেয়া সময়ৰ…
জীৱনশৈলী

এই ৩ ৰাশিয়ে সন্মুখীন হ’ব পাৰে বেয়া সময়ৰ…

November 16, 2026
Next Post
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক'লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ...ভুলতো আওকাণ নকৰিব এনে লক্ষণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.