• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

29 minutes ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

5 seconds ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

57 minutes ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

2 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

6 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

6 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

6 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

7 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

7 hours ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

7 hours ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

8 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

10 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সাক্ষাৎকাৰ অবিহনে হ’ব প্ৰাৰ্থীৰ হ'ব বাছনি

editor by editor
August 24, 2026
in নিয়োগ, বিবিধ, ভাৰত, লেখা
0
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি
0
SHARES
285
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰে’লৱে ৰিক্ৰুটমেণ্ট ব’ৰ্ডে (RRB) জুনিয়ৰ ইঞ্জিনিয়াৰ (JE) পদৰ বাবে ৩,৯৯৩টা খালী পদত নিযুক্তিৰ বিজ্ঞপ্তি প্ৰকাশ কৰিছে। যোগ্য প্ৰাৰ্থীয়ে অনলাইনযোগে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আবেদন কৰিব লাগিব RRBৰ অফিচিয়েল ৱেবছাইট rrbapply.gov.inৰ জৰিয়তে। এই নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া চলি আছে। আবেদন মাচুল জমা দিয়াৰ অন্তিম তাৰিখ ১৫ ছেপ্টেম্বৰ, ২০২৬ নিৰ্ধাৰণ কৰা হৈছে। সেয়ে যোগ্য প্ৰাৰ্থীয়ে অন্তিম তাৰিখলৈ অপেক্ষা নকৰি সময়মতে আবেদন সম্পূৰ্ণ কৰাটো উচিত।

শিক্ষাগত অৰ্হতা

মূলতঃ প্ৰাৰ্থীৰ সংশ্লিষ্ট ইঞ্জিনিয়াৰিং শাখাত ডিপ্লোমা বা ডিগ্ৰী থাকিব লাগিব। স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা ৩ বছৰৰ ডিপ্লোমা থাকিব লাগিব। চিভিল ইঞ্জিনিয়াৰিঙত ৩ বছৰৰ ডিপ্লোমা অথবা চিভিল ইঞ্জিনিয়াৰিঙত B.Sc. ডিগ্ৰী থকা প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। মেকানিকেল, প্ৰডাকচন, অটোম’বাইল, ইলেকট্ৰিকেল, ইলেকট্ৰনিক্স, ইনষ্ট্ৰুমেণ্টেচন আৰু কণ্ট্ৰ’ল ইঞ্জিনিয়াৰিং অথবা সংশ্লিষ্ট বেছিক/ছাব-ষ্ট্ৰীমত ৩ বছৰৰ ডিপ্লোমা থকা প্ৰাৰ্থীও যোগ্য। কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী থকা প্ৰাৰ্থীয়েও সংশ্লিষ্ট পদৰ বাবে আবেদন কৰিব পাৰিব।

বয়সসীমা আৰু বাছনি

এই নিযুক্তিত প্ৰাৰ্থীৰ বয়সসীমা সৰ্বাধিক ৩৩ বছৰলৈ ৰখা হৈছে। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়সৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব পাৰে। বাছনি প্ৰক্ৰিয়াত লিখিত পৰীক্ষাৰ ওপৰত গুৰুত্ব দিয়া হ’ব আৰু সাক্ষাৎকাৰ অবিহনে যোগ্য প্ৰাৰ্থী বাছনি কৰা হ’ব।

কেনেকৈ আবেদন কৰিব?

যোগ্য প্ৰাৰ্থীয়ে প্ৰথমে RRBৰ অফিচিয়েল আবেদন প’ৰ্টেল rrbapply.gov.inত গৈ নিজৰ পঞ্জীয়ন সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ পিছত প্ৰয়োজনীয় তথ্য পূৰণ কৰি শিক্ষাগত অৰ্হতাৰ নথি আৰু অন্যান্য প্ৰয়োজনীয় নথি আপলোড কৰি আবেদন মাচুল জমা দিব লাগিব।

গুৰুত্বপূৰ্ণ: আবেদন কৰাৰ পূৰ্বে RRBৰ অফিচিয়েল বিজ্ঞপ্তি ভালদৰে পঢ়ি পদ অনুসৰি শিক্ষাগত অৰ্হতা, বয়সসীমা, মাচুল আৰু অন্যান্য চৰ্ত নিশ্চিত কৰি লোৱাটো প্ৰয়োজন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Job alert
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ
অসম

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

August 24, 2026
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’
অসম

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

August 24, 2026
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন
ভাৰত

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

August 24, 2026
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম
বাণিজ্য

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

August 24, 2026
Next Post
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.