অসম লাইভ ২৪ঃ নতুন দিল্লীত কিছুসময় পূর্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সম্বোধন কৰে এখন সংবাদমেল। সংবাদমেলত কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে।
- পৰেশ বৰুৱাক আলোচনালৈ অনাৰ চেষ্টা অব্যাহত অসম চৰকাৰৰ।
- আগন্তুক ২০ দিনলৈ কোভিড ভেকচিনৰ নাটনি থাকিব অসমত।
- ডিচেম্বৰৰ ভিতৰত ৰাজ্যত প্ৰত্যেকে পাব ভেকচিন।
- ‘ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰু তীব্ৰতৰ হ’ব।’ ৯ বা ১০ জুনৰ ভিতৰত ভাল খবৰ আহিব।
- ১৫ জুনলৈ অসমত অব্যাহত থাকিব হাফ লকডাউন।
- ৭ জুনৰ পৰা গুৱাহাটীত শিথিল হ’ব পাৰে কোভিডৰ নিয়ম।
- হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দর্ভতো সোনকালে সিদ্ধান্ত ল’ব চৰকাৰে
- সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ
- চিকিৎসক আক্ৰমণৰ ঘটনাক এমাহৰ ভিতৰত চার্জশ্বিট দাখিল নির্দেশ মুখ্যমন্ত্ৰীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ