• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

4 minutes ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

38 minutes ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

1 hour ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

9 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

12 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

12 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

13 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

13 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

14 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

15 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

15 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

15 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

গুৰুগ্ৰাম দুৰ্ঘটনাত কেনেকৈ ন্যায় আগবঢ়াব ডিজিটেল প্ৰমাণে?

editor by editor
September 16, 2026
in অপৰাধ, বিবিধ, ভাৰত, লেখা
0
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৰুগ্ৰামৰ গলফ কোৰ্চ ৰোডত বাইকাৰ ছিয়াৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। এই দুৰ্ঘটনাৰ সাক্ষী আছিল এখন বাইক, কেমেৰা আৰু ৰেকৰ্ডিং। তেওঁৰ বাইকখনৰ একচন কেমেৰাটোৱে সকলো বন্দী কৰি ৰাখিছিল। ভিডিঅ’টোত দেখা গৈছে গাড়ীখনে বাইকখনৰ কাষ চাপি অহাৰ পিছত সংঘৰ্ষৰ কৰি পিছত পলায়ন কৰে। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, ফলত এই ঘটনাটো কেৱল সাধাৰণ পথ দুৰ্ঘটনা হৈ নাথাকিল। ইয়াক প্ৰায় ৯৬ লাখ দৰ্শকে চাইছিল আৰু সকলোৱে হেচটেগ ব্যৱহাৰ কৰি আৰক্ষীৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

গুৰুগ্ৰাম আৰক্ষীয়ে ভাইৰেল ভিডিঅ’টোৰ প্ৰতি লক্ষ্য ৰাখি অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰে। ইয়াৰ পিছতে ৰাজস্থানৰ দৌছাত কল্যাণ বেনছলক গ্ৰেপ্তাৰ কৰা হয় আৰু হত্যাৰ চেষ্টাৰ অভিযোগো উত্থাপন কৰা হৈছে। এই অপৰাধ পোহৰলৈ অনাত কেমেৰা আৰু ছ’চিয়েল মিডিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

১৩ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ৭:০০ বজাত গুৰুগ্ৰামৰ গলফ কোৰ্চ ৰোডত সংঘটিত হয় এই ঘটনা। ছিয়াই ঘটনাটোৰ বিষয়ে কয় যে: “মই দেওবাৰে প্ৰায়ে বাইক চলাওঁ। মই গলফ কোৰ্চ ৰোডত গৈ আছিলো। মই কেতিয়াও লক্ষ্য কৰা নাছিলো যে মোৰ কাষেৰে কোনবোৰ বাহন চলি আছে। মই চলাই থাকোঁতে এখন গাড়ী মোৰ কাষেৰে অতি তীব্ৰ বেগেৰে পাৰ হৈ যায়। মই ভাবিছিলো যে তেওঁ হয়তো খৰখেদা কৰিছে, ইমান বেগেৰে গাড়ী চলাইছে। তাৰ পিছত গাড়ীখনৰ গতি লেহেমীয়া কৰি মোৰ পিছফালে আহিল। তাৰ পিছত তেওঁ মোক ৰ’বলৈ ক’লে আৰু মই আতংকিত হৈ পৰিলোঁ। তেওঁলোক মোৰ বাইকৰ কাষ চাপি আহিছিল, আৰু মোক ঢাকিয়াবলৈ চেষ্টা কৰিলে। তাৰ পিছত তেওঁলোকৰ বগা বাহনখেনেৰে মোক খুন্দিয়াই পলায়ন কৰে।

কেমেৰা কেনেকৈ সাক্ষী আৰু প্ৰমাণ হৈ পৰিল?

GoPro কেমেৰা কেৱল একচন ৰেকৰ্ডিং কৰাৰ বাবে এটা সাধাৰণ গেজেট নহয়। কেতিয়াবা, এটা গোচৰৰ ই এক গুৰুত্বপূৰ্ণ সাক্ষী হৈ পৰে। চাওক এই GoPro কেমেৰা আৰু ছ’চিয়েল মিডিয়াই কেনেদৰে গোচৰটো ত্বৰান্বিত কৰিলে। ২০২৪ চনত গুৰুগ্ৰামৰ গলফ কোৰ্চ ৰোডত এখন এছ ইউ ভিৰ খুন্দাত ২১ বছৰীয়া বাইকাৰ অক্ষত গাৰ্গৰ মৃত্যু হৈছিল। ভুল ফালৰ পৰা বেগেৰে গৈ আছিল এছ ইউ ভিখন। সমগ্ৰ ঘটনাটো অক্ষতৰ বন্ধুৰ হেলমেটত লগোৱা GoPro কেমেৰাত লাইভ ৰেকৰ্ডিং কৰা হৈছিল। প্ৰাৰম্ভিক শিথিলতাৰ পিছত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ গ’প্ৰ’ৰ ফুটেজ মূল প্ৰমাণ হৈ পৰিল আৰু আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ধাৰাত ব্যৱস্থা ল’বলগীয়া হয়।

(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24asom live 24 digitalBiker Siya AccidentBiker Siya Accident videoGurugram Biker Siya Accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

September 16, 2026
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

September 16, 2026
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়
বিনোদন

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

September 15, 2026
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল
অসম

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

September 15, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.