• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯গৰাকী ন্যায়াধীয়ৰ শপত গ্ৰহণ, শীৰ্ষ আদালতত ন্যায়াধীশৰ সংখ্যা ৩৩ গৰাকীলৈ বৃদ্ধি

5 years ago
আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

38 minutes ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

1 hour ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

2 hours ago
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

3 hours ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

4 hours ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

5 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

8 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

9 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

10 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

11 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৯গৰাকী ন্যায়াধীয়ৰ শপত গ্ৰহণ, শীৰ্ষ আদালতত ন্যায়াধীশৰ সংখ্যা ৩৩ গৰাকীলৈ বৃদ্ধি

editor by editor
August 31, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
৯গৰাকী ন্যায়াধীয়ৰ শপত গ্ৰহণ, শীৰ্ষ আদালতত ন্যায়াধীশৰ সংখ্যা ৩৩ গৰাকীলৈ বৃদ্ধি
0
SHARES
50
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৩ গৰাকী মহিলা ন্যায়াধীশসহ দেশৰ উচ্চতম ন্যায়ালয়ত মুঠ ৯ গৰাকী  ন্যায়াধীয়ৰ শপত গ্ৰহণ৷ মঙলবাৰে মুখ্য ন্যায়াধীশ এন ভি ৰমণে শপত বাক্য পাঠ কৰোৱায় আটাইকেইগৰাকী ন্যায়াধীশক৷ প্ৰথম বাৰৰ বাবে একেলগে ৯ গৰাকী ন্যায়াধীশে শপত বাক্য পাঠ কৰে দেশত সৰ্বোচ্চ ন্যায়ালয়ত৷ আটাইকেইগৰাকী ন্যায়াধীশৰ শপত গ্ৰহণৰ পাছত মুখ্য ন্যায়াধীশকে ধৰি দেশৰ শীৰ্ষ আদালতত ন্যায়াধীশৰ সংখ্যা ৩৩ গৰাকীলৈ বৃদ্ধি পায়৷ নতুন ন্যায়াধীশ কেইগৰাকী হৈছে- বি ভি নাগৰাথনা, চিটি ৰবিকুমাৰ, এম এম সুন্দ্ৰেশ, বেলা এস ত্ৰিবেদী অভয় শ্ৰীনিৱাস অকা, বিক্ৰম নাথ, জিতেন্দ্ৰ কুমাৰ মহেশ্বৰী, হিমা কোহলী, আৰু ন্যায়াধীষ পি এছ নৰসিংহ৷ উল্লেখ্য, ৩গৰাকী মহিলা ন্যায়াধীশ ক্ৰমে বিক্ৰম নাথ, বি ভি নাগাৰাথনা আৰু পি এছ নৰসিংহৰ মাজৰ এগৰাকী ২০২৭ত দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 9 new judgesasom live 24assam live 24axom live 24supreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

April 17, 2026
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

Next Post
ক’ৰোনাৰ মাজতে ৰাজ্যত ‘স্ক্ৰাব টাইফাচ’ৰ আতংক

জন্মাষ্টমীৰ দিনাই পাকিস্তানত শ্ৰীকৃষ্ণৰ মূৰ্তি ভাঙি চূৰমাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন