ভগ্ন হৃদয়ৰ জীয়া অভিশাপ। উদং কৰি থৈ গ’ল এগৰাকী বৃদ্ধ মাতৃৰ বুকু। অভিযোগ দিবলৈও কাষত নাই কোনো। ‘মই মহাপাপী মা হ’লো’।