• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
NDAৰ পৰীক্ষাত বহিব পাৰিব মহিলা পৰীক্ষাৰ্থী, উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত কেন্দ্ৰৰ সিদ্ধান্ত

5 years ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

31 minutes ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

1 hour ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

2 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

17 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

18 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

19 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

20 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

NDAৰ পৰীক্ষাত বহিব পাৰিব মহিলা পৰীক্ষাৰ্থী, উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত কেন্দ্ৰৰ সিদ্ধান্ত

editor by editor
September 22, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
NDAৰ পৰীক্ষাত বহিব পাৰিব মহিলা পৰীক্ষাৰ্থী, উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত কেন্দ্ৰৰ সিদ্ধান্ত
0
SHARES
39
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ NDAৰ প্ৰৱেশ পৰীক্ষাত মহিলা পৰীক্ষাৰ্থীক বহাৰ অনুমতি৷ ভাৰতত প্ৰথমবাৰৰ বাবে NDAৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’ব মহিলা পৰীক্ষাৰ্থী৷ উচ্চতম ন্যায়ালয়ৰ এক ৰায়ৰ ভিত্তিত কেন্দ্ৰই গ্ৰহণ কৰে এই সিদ্ধান্ত৷ চলিত বৰ্ষৰ নবেম্বৰত অনুষ্ঠিত হ’ব পৰীক্ষা৷ পূৰ্বে কেৱল পুৰুষ পৰীক্ষাৰ্থীহে অৱতীৰ্ণ হ’ব পাৰিছিল আৰু National Defence Academyত ভৰ্তি হ’ব পাৰিছিল৷ কিন্তু এই বৰ্ষৰ পৰা মহিলাসকলো ভৰ্তি হ’ব পাৰিব NDAত৷ ২০২২ত অনুষ্ঠিত হ’বলগীয়া প্ৰৱেশ পৰীক্ষাত মহিলা পৰীক্ষাৰ্থীৰ অনুমতি সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে উচ্চতম ন্যায়ালয়ক জনাইছিল যদিও অগ্ৰিম জাননীযোগে চলিত বৰ্ষতেই মহিলাক পৰীক্ষাত বহাৰ অনুমতি দিবৰ বাবে নিৰ্দেশ দিয়ে ছুপ্ৰিম কৰ্টে৷ ছোৱালীসকলৰ আশাক প্ৰত্যাখ্যান কৰিব নোৱাৰো বুলি উল্লেখ কৰি এই নিৰ্দেশ প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে৷ সেই নিৰ্দেশৰ ভিত্তিতেই মহিলা পৰীক্ষাৰ্থীৰ অনুমতি প্ৰসংগত নিৰ্দেশনা জাৰি কৰে কেন্দ্ৰই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24national defence academynda examsupreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
Next Post
৪ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচন

৪ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচন

পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথা কিয় কয় বিজেপিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন