• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
NDAৰ পৰীক্ষাত বহিব পাৰিব মহিলা পৰীক্ষাৰ্থী, উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত কেন্দ্ৰৰ সিদ্ধান্ত

NDAৰ পৰীক্ষাত বহিব পাৰিব মহিলা পৰীক্ষাৰ্থী, উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত কেন্দ্ৰৰ সিদ্ধান্ত

5 years ago
ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!

ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!

19 minutes ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

1 hour ago
ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

2 hours ago
ধননি পথাৰত বি*বস্ত্ৰ অৱস্থাত উদ্ধাৰ যুৱতী

ধননি পথাৰত বি*বস্ত্ৰ অৱস্থাত উদ্ধাৰ যুৱতী

2 hours ago
১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

3 hours ago
দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

4 hours ago
ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

5 hours ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

16 hours ago
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

17 hours ago
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

17 hours ago
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

19 hours ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

NDAৰ পৰীক্ষাত বহিব পাৰিব মহিলা পৰীক্ষাৰ্থী, উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত কেন্দ্ৰৰ সিদ্ধান্ত

editor by editor
September 22, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
NDAৰ পৰীক্ষাত বহিব পাৰিব মহিলা পৰীক্ষাৰ্থী, উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত কেন্দ্ৰৰ সিদ্ধান্ত
0
SHARES
44
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ NDAৰ প্ৰৱেশ পৰীক্ষাত মহিলা পৰীক্ষাৰ্থীক বহাৰ অনুমতি৷ ভাৰতত প্ৰথমবাৰৰ বাবে NDAৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’ব মহিলা পৰীক্ষাৰ্থী৷ উচ্চতম ন্যায়ালয়ৰ এক ৰায়ৰ ভিত্তিত কেন্দ্ৰই গ্ৰহণ কৰে এই সিদ্ধান্ত৷ চলিত বৰ্ষৰ নবেম্বৰত অনুষ্ঠিত হ’ব পৰীক্ষা৷ পূৰ্বে কেৱল পুৰুষ পৰীক্ষাৰ্থীহে অৱতীৰ্ণ হ’ব পাৰিছিল আৰু National Defence Academyত ভৰ্তি হ’ব পাৰিছিল৷ কিন্তু এই বৰ্ষৰ পৰা মহিলাসকলো ভৰ্তি হ’ব পাৰিব NDAত৷ ২০২২ত অনুষ্ঠিত হ’বলগীয়া প্ৰৱেশ পৰীক্ষাত মহিলা পৰীক্ষাৰ্থীৰ অনুমতি সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে উচ্চতম ন্যায়ালয়ক জনাইছিল যদিও অগ্ৰিম জাননীযোগে চলিত বৰ্ষতেই মহিলাক পৰীক্ষাত বহাৰ অনুমতি দিবৰ বাবে নিৰ্দেশ দিয়ে ছুপ্ৰিম কৰ্টে৷ ছোৱালীসকলৰ আশাক প্ৰত্যাখ্যান কৰিব নোৱাৰো বুলি উল্লেখ কৰি এই নিৰ্দেশ প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে৷ সেই নিৰ্দেশৰ ভিত্তিতেই মহিলা পৰীক্ষাৰ্থীৰ অনুমতি প্ৰসংগত নিৰ্দেশনা জাৰি কৰে কেন্দ্ৰই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24national defence academynda examsupreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধেমাজিত ঘনকান্ত গগৈৰ পত্নী
অসম

ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

October 31, 2026
ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!
বিজ্ঞান

ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

October 31, 2026
ধননি পথাৰত বি*বস্ত্ৰ অৱস্থাত উদ্ধাৰ যুৱতী
ভাৰত

ধননি পথাৰত বি*বস্ত্ৰ অৱস্থাত উদ্ধাৰ যুৱতী

October 31, 2026
১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা
বিশ্ব

১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

October 31, 2026
Next Post
৪ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচন

৪ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচন

পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথা কিয় কয় বিজেপিয়ে?

পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথা কিয় কয় বিজেপিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.