বৰছলা চৰাঞ্চলত চৰকাৰী ভূমিৰ বাবে সংগ্ৰহ চান্দা। চৰকাৰী ভূমিত চলাই গুণ্ডাৰাজ। ভূমিখণ্ড দখল কৰি ধনৰ বিনিময়ত ভূমিহীনক দিয়ে ভূমি।