• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিশপ্ত ৩০ অক্টোবৰ, বোমা বিষ্ফোৰণত নিহত নিৰীহৰ স্মৃতিয়ে আজিও কন্দোৱায় ৰাজ্যবাসীক

অভিশপ্ত ৩০ অক্টোবৰ, বোমা বিষ্ফোৰণত নিহত নিৰীহৰ স্মৃতিয়ে আজিও কন্দোৱায় ৰাজ্যবাসীক

5 years ago
জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

33 minutes ago
মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

54 minutes ago
সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

1 hour ago
জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

3 hours ago
ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

4 hours ago
হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

5 hours ago
জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

6 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি কোন ৰাশিৰ উদয় হ’ব ভাগ্য, জানক দৈনিক ৰাশিফল

6 hours ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

19 hours ago
সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

19 hours ago
কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

20 hours ago
২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অভিশপ্ত ৩০ অক্টোবৰ, বোমা বিষ্ফোৰণত নিহত নিৰীহৰ স্মৃতিয়ে আজিও কন্দোৱায় ৰাজ্যবাসীক

editor by editor
October 30, 2021
in অপৰাধ, অসম, গুৱাহাটী
0
অভিশপ্ত ৩০ অক্টোবৰ, বোমা বিষ্ফোৰণত নিহত নিৰীহৰ স্মৃতিয়ে আজিও কন্দোৱায় ৰাজ্যবাসীক
0
SHARES
180
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজি ৩০ অক্টোবৰ৷ অসমবাসীৰ বাবে অভিশপ্ত ৩০ অক্টোবৰ, এটি ক’লা দিন৷ ২০০৮ চনৰ আজিৰ দিনটোতে সংঘটিত হোৱা ধাৰাবাহিক বোমা বিষ্ফোৰণত নিহত নিৰীহৰ স্মৃতিয়ে আজিও শোকস্তব্ধ কৰি তোলে ৰাজ্যবাসীক৷ এই হত্যালীলাৰ স্মৃতিয়ে আজিও শোকৰ উদ্ৰেক সৃষ্টি কৰে ভুক্তভোগীৰ পৰিয়ালত৷ ২০০৮ চনৰ ৩০ অক্টোবৰত বিদ্ৰোহী সংগঠন এন ডি এফ বিয়ে পুৱা গুৱাহাটীৰ গনেশগুৰি, পাণবজাৰ আৰু কাছাৰীসহ কেইবাটাও স্থানত সংঘটিত কৰিছিল ধাৰাবাহিক বোমা বিষ্ফোৰণ৷ এই নিৰ্বিচাৰ হত্যালীলাত প্ৰাণ হেৰুৱাইছিল শিশুসহ ৯০ গৰাকীতকৈও অধিক লোকে৷ এই অভিশপ্ত দিনটোৱে আজি ১৩ বছৰ সম্পূৰ্ণ কৰিলে৷ কিন্তু আজিও উচিত শাস্তিৰ নাপালে দোষীয়ে৷ উল্লেখ্য, এই ধাৰাবাহিক বোমা বিষ্ফোৰণৰ সৈতে জড়িত এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ২০১৮ চনত দোষী সাব্যস্ত কৰিছিল৷ দুখনকৈ চাৰ্জশ্বীট দাখিল কৰিছিল চিবিআই য়ে৷ চাৰ্জশ্বীটত আছিল ২২ জনৰ নাম৷ তাৰে ৭ জন পলাতক আছিল৷ গতিকে উপস্থিত থকা ১৫ জনক দোষী সাব্যস্ত কৰিছিল আদালতে৷ কিন্তু সেই দিন আজিও পাহৰিব পৰা নাই অসমবাসীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24ganeshguri bomb blastserial bomb blast
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক
অপৰাধ

মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

May 16, 2026
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?
অসম

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

May 13, 2026
শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ
অসম

শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ

May 13, 2026 - Updated on May 15, 2026
শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
অসম

শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

May 12, 2026
Next Post
khanapara murder

মহানগৰীত পুনৰ হত্যাকাণ্ড, খানাপাৰাত উদ্ধাৰ মহিলাৰ মৃতদেহৰ অৰ্ধাংশ

aryan khan

‘মন্নত’ত আগতীয়া দীপাৱলী, ২৮ দিনীয়া কাৰাবাসৰ অন্তত ‘মন্নত’ত উপস্থিত আৰিয়ান খান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.