• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাৰ্ছিংহোমত কোভিড পৰীক্ষাৰ সুবিধা বাধ্যতামূলক

নাৰ্ছিংহোমত কোভিড পৰীক্ষাৰ সুবিধা বাধ্যতামূলক

6 years ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

21 minutes ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

43 minutes ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

60 minutes ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

1 hour ago
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

2 hours ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

3 hours ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

3 hours ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

4 hours ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

5 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

6 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

7 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নাৰ্ছিংহোমত কোভিড পৰীক্ষাৰ সুবিধা বাধ্যতামূলক

হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

editor by editor
July 16, 2020
in অসম, ক'ভিড-১৯
0
নাৰ্ছিংহোমত কোভিড পৰীক্ষাৰ সুবিধা বাধ্যতামূলক
0
SHARES
57
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৰাজ্যত চলি থকা ক’ৰোনা যুদ্ধলৈ নিত্যনতুন পৰিৱৰ্তন আনিছে স্বাস্থ্য বিভাগে। এতিয়াৰে পৰা সকলো নাৰ্ছিংহোমত ক’ভিড পৰীক্ষাৰ সুবিধা উপলব্ধ হ’ব লাগিব। এই নিৰ্দেশ দিলে স্বাস্থ্য বিভাগে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি এই কথা অৱগত কৰে। তদুপৰি গুৱাহাটীত আনলক প্ৰক্ৰিয়া আৰম্ভ হ’লে সকলো দোকানৰ কৰ্মচাৰী, চৰকাৰী, বে-চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ ক’ভিড টেষ্ট বাধ্যতামূলক হ’ব। আনহাতে বৃহস্পতিবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে ৰেপিড টেষ্ট। গুৱাহাটীত বৃহস্পতিবাৰলৈকে ১ লাখ ১০ হাজাৰ লোকৰ ক’ভিড টেষ্ট সম্পন্ন হোৱা বুলি মন্ত্ৰীগৰাকীয়ে কয়। কিন্তু স্বাস্থ্য বিভাগে ৩ লাখ লোকৰ ক’ভিড পৰীক্ষাৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ বাবে প্ৰয়োজনীয় টেকনিচিয়ান শীঘ্ৰেই নিযুক্তি দিব স্বাস্থ্য বিভাগে। NHM-এ ১৫০ গৰাকী টেকনিচিয়ান নিযুক্তি দিব। আনহাতে গুৱাহাটীত আৰু ৬০টা নতুন ক’ভিড স্ক্ৰীনিং চেণ্টাৰ মুকলি কৰিব। আগষ্টৰ শেষ পৰ্যায়ত পৰিস্থিতি কিছু সলনি হোৱাৰ আশা ব্যক্ত কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু আগষ্টত পৰিস্থিতি অধিক অৱনতিৰ শংকা ব্যক্ত কৰে হিমন্ত বিশ্ব শৰ্মাই। লকডাউনৰ পাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। দৈনিক এহেজাৰপৰ্যন্ত লোক আক্ৰান্ত হোৱাৰ শংকা আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত গিৰিজানন্দ প্ৰতিষ্ঠানত সাজু কৰি তুলিছে এহেজাৰ নতুন বিছনা। আনহাতে ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ লোকক প্লাজমা দানৰ বাবে আহ্বান জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য মন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি সুস্থ হৈ উঠা এজন ক’ৰোনা আক্ৰান্ত প্লাজমাৰে দুজন ৰোগীক সুস্থ কৰি তুলিব পাৰি। গুৱাহাটীৰ লগতে ৰাজ্যৰ আন বিমান বন্দৰসমূহতো এণ্টিজেন টেষ্টৰ সুবিধা উপলব্ধ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। আনহাতে অহা সপ্তাহৰ পৰা ৰাজ্যত আৰম্ভ হ’ব টেলি মেডিচিন সেৱা। হোম কোৱাৰেণ্টীনত থকা লোকে এই সুবিধা গ্ৰহণ কৰিব পাৰিব। আনহাতে ক’ভিড কেয়াৰ চেণ্টাৰসমূহত থকা মধুমেহ ৰোগী আৰু ৬৫ বছৰ ঊৰ্ধ্বৰ লোকে দৈনিক ১০০ টকাৰ ফলমূল লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24himanta biswa sarmapreesmeet
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!
অসম

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

September 5, 2026
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন
অসম

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

September 4, 2026
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!
অসম

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

September 4, 2026
Next Post
বটদ্ৰৱাতো কৃষক-ছাত্ৰ নেতাৰ মুক্তিৰ দাবীত প্ৰতিবাদ কেইবাটাও সংগঠনৰ

বটদ্ৰৱাতো কৃষক-ছাত্ৰ নেতাৰ মুক্তিৰ দাবীত প্ৰতিবাদ কেইবাটাও সংগঠনৰ

ৰিয়া চক্ৰৱৰ্তীক ধৰ্ষণ-হত্যাৰ ভাবুকি। আইনৰ সহায় লৈছে ৰিয়াই।

ৰিয়া চক্ৰৱৰ্তীক ধৰ্ষণ-হত্যাৰ ভাবুকি। আইনৰ সহায় লৈছে ৰিয়াই।

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.