• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যোগ সাধনাৰে জয় কৰক ক’ৰোনা

যোগ সাধনাৰে জয় কৰক ক’ৰোনা

6 years ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

18 minutes ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

30 minutes ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

50 minutes ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

2 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

2 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

2 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

3 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

4 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

4 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

5 hours ago
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

5 hours ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

যোগ সাধনাৰে জয় কৰক ক’ৰোনা

অটুট ৰাখক শাৰীৰিক-মানসিক স্বাস্থ্য

editor by editor
July 18, 2020
in অসম, ক'ভিড-১৯, স্বাস্থ্য
0
যোগ সাধনাৰে জয় কৰক ক’ৰোনা
0
SHARES
241
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
জ্যোতি প্ৰসাদ মজুমদাৰ

বৰ্তমান পৰিৱেশত আমি সকলোৱেই ভয় আৰু শংকাত জীয়াই থাকিব লগা হৈছে । অনাগত দিনত যদি  আমি Covid-19 লগত সহবাস কৰিবলগীয়া হয়, তেন্তে ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি ? আমি প্ৰথমে সহজ ভাষাত বুজিবলৈ চেষ্টা কৰো যে ক’ৰোনা ভাইৰাছে কেনেধৰণে আমাৰ ওপৰত ক্ৰিয়া কৰে। এই ভাইৰাছ  বাহ্যিকভাৱে আমাৰ শৰীৰত লাগিলে একো অপকাৰ কৰিব নোৱাৰে; যেতিয়ালৈকে ই আমাৰ নাক-মুখ-চকুৰ দ্বাৰা আমাৰ শৰীৰৰ অভ্যন্তৰত প্ৰৱেশ নকৰে। কিবাকৈ নাক-মুখ-চকুৰে আমাৰ শৰীৰত প্ৰৱেশ কৰিলে কেইবা ঘণ্টালৈ ই নাক আৰু গলত থিতাপি লয়। ইয়াৰ পিছত শ্বাস নলীৰ সহায়ত ‘ফুচ-ফুচ’ (Lung)ত প্ৰৱেশ কৰি শ্লেমা বৃদ্ধি ঘটাই Lungখন গধুৰ আৰু সিক্ত কৰি তোলে। ইয়াৰ ফলত উশাহ-নিশাহ ল’বলৈ কষ্ট হয় আৰু শুকান কাহৰ সৃষ্টি হয় । এনেকৈ ই বংশবৃদ্ধি কৰি শৰীৰত ভয়াৱহতা সৃষ্টি কৰে আৰু শেষত উশাহ-নিশাহ ল’ব নোৱৰা হৈ ৰোগীজন মৃত্যুমুখত পৰা দেখিবলৈ পোৱা গৈছে।

ইয়াৰ ওপৰত  যোগৰ প্ৰতিকাৰ কি ?

যোগ সকলোৰে বাবে। যোগ হ’ল বিজ্ঞান। যোগ বুলিলে অকল আসনকে নুবুজায়। আসন, প্ৰণায়াম, ধ্যান, মুদ্ৰা, সৎকৰ্ম, ক্ৰিয়া ইত্যাদি লগ হৈহে যোগ। মূল কথাখিনিলৈ আহো। পুৱা শুই উঠি দাঁত-মুখ ধুই ‘জল-নেতী’ বা ‘সূত্ৰ-নেতী’ খুবেই প্ৰয়োজন। ই হ’ল সৎকৰ্ম। জল নেতী বুলিলে- এটা  নাকৰ ছিদ্ৰৰে কুহুমীয়া নিমখ পানী ভৰাই আনটো নাকেৰে  উলিয়াই দিয়া আৰু ঠিক তেনেকৈ আনটো নাকৰ ছিদ্ৰৰে ভৰাই বিপৰীত নাকৰ ছিদ্ৰৰে পানী উলিয়াই দি নাকৰ ভিতৰখন পৰিষ্কাৰ কৰাৰ প্ৰণালী । ইয়াৰ বাবে এটা বিশেষ ‘জল নেতী পাত্ৰ’  বজাৰত সহজে উপলব্ধ। খালী পেটত এনেকৈ দিনত দুবাৰ, পুৱা আৰু গধূলি কৰিব লাগে। ইয়াৰ ফলত নাকত ক’ৰোনা ভাইৰাছ থিতাপি লোৱাত বিফল হ’ব। ইয়াৰ পিছত দিনে দুবাৰকৈ নিমখ পানীৰে Gagling কৰিব। ফলত নাক আৰু ডিঙিত ভাইৰাছ থিতাপি লোৱাৰ পৰা ৰক্ষা পৰিব। প্ৰথম অৱস্থাৰ পৰা নাক আৰু ডিঙি ভাইৰাছমুক্ত হৈ থাকিলে ই আৰু Lungলৈ যোৱাৰ কথাই নাহে। কিন্তু ওপৰোক্ত ক্ৰিয়াসমূহ Regular দুবাৰ কৰিবই লাগিব। এতিয়া আহো Lung বাবে কৰিবলগা বিষয়সমূহলৈ। যিবোৰ আমি উশাহ-নিশাহৰ দ্বাৰা কৰিব পাৰো। যেনে- প্ৰণায়াম। আপুনি জানেনে, আমি মাত্ৰ ৩০ পৰা ৩৩ শতংশহে Lungত উশাহ ভৰাওঁ। আমি যদি ইয়াক ১০০% কাৰ্যকৰী কৰাৰ চেষ্টা কৰো, তেনেহ’লে জানো Lungৰ অসুবিধা থাকিব? আপুনি নিজে অনুমান কৰক।  সেয়ে সদায় আসন কৰা পিছত প্ৰাণায়াম-ক্ৰিয়া নিতান্তই জৰুৰী। মই Recommend  কৰো, Art of Livingৰ সুৰ্দশন ক্ৰিয়া প্ৰতিদিনে অভ্যাস কৰক। ইয়াৰ ফলত Lungৰ সমন্ধীয় অন্যান ৰোগৰ পৰাও পৰিত্ৰাণ পাই থাকিব। যোগে শৰীৰৰ সকলো অংগৰ লগতে মানসিকভাৱেও সুস্থ কৰি ৰাখে। কিছু আসন Heartৰ বাবেও কৰি থাকক আৰু অন্তিমত ধ্যান খুবেই জৰুৰী । ইয়াৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (Immunity) বৃদ্ধি পায়। এনেকৈ দৈনিক ৩০ পৰা ৬০ মিনিট সময় নিজৰ শৰীৰৰ বাবে নিয়ম বান্ধি লৈ নিজে সুস্থ হৈ থাকি আনকো সুস্থ হৈ থাকিবলৈ কওক।

আজি COVID-19 ভয়াৱহতা দেখি সকলোৱে Panic হৈ পৰিছে বা ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকি স্বাভাৱিকতে  সকলোৱে Stress/Depress হৈ গৈছে। সেয়েহে ইয়াৰ পৰিত্ৰাণৰ বাবে আসন, প্ৰণায়াম, ক্ৰিয়া, ধ্যান, সৎকৰ্ম নিতান্তই প্ৰয়োজন। যাৰ কোনো Side Effect নোহোৱাকৈ আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িব। ক’ৰোনাৰ লগত সহবাস কৰিবলৈ ইয়াৰ বহিৰে আৰু কোনো গত্যন্তৰো নাই। আমাৰ এই প্ৰাচীন ক্ৰিয়া যোগৰ দ্বাৰাই শৰীৰৰ আন ৰোগসমূহৰ পৰাও পৰিত্ৰাণ পাব পাৰি। খাদ্যাভ্যাস- সাত্ত্বিক আহাৰ নিয়মিত সময়ত গ্ৰহণ কৰক। পুৱাৰ জলপান ৯ বজাৰ ভিতৰত, দুপৰীয়াৰ আহাৰ ১ পৰা ২ বজাৰ ভিতৰত আৰু ৰাতিৰ আহাৰ ৯ পৰা ১০ বজাৰ ভিতৰত খাবলৈ অভ্যাস কৰক। বাহী বস্তু নাখাব। টোপনি অতিকমেও ৭ পৰা ৮ ঘণ্টা। ধনাত্মক চিন্তা-চৰ্চা কৰিব।

তলত সন্নিৱিষ্ট কৰা আসন-প্ৰাণায়াম আদি কোনো এজন যোগ প্ৰশিক্ষকৰ ওচৰত শিকি লৈহে কৰিব। নিজৰ শৰীৰৰ ক্ষমতা অনুযায়ী
সৎকৰ্ম, জল নেতী/সূত্ৰ নেতী। আসন- ভূজাঙ্গাসন, সলাৱাসন, নৌকাসন, সৰ্বাঙ্গাসন, হলাসন, মস্যাসন, পৱনমুক্তাসন, ইত্যাদি ইত্যাদি।
প্ৰণায়াম- নাড়ী শোধন, ভ্ৰামৰি, উয্যয়, শীতলী, কপালভাটি ইত্যাদি।
ধ্যান- ২০ মিনিট সময় উশাহৰ গতি ওপৰত ধ্যান বা সেইধৰণৰ যিকোনো অভ্যাস কৰিব।

(লেখক মজুমদাৰ এগৰাকী যোগ প্ৰশিক্ষক)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ
খাদ্য

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

April 13, 2026
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!
খাদ্য

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

April 13, 2026
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু
জীৱনশৈলী

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

April 13, 2026
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

April 13, 2026
Next Post
Hair fall আৰু Hair loss সমস‍্যাৰ ঘৰুৱা প্ৰতিকাৰ

Hair fall আৰু Hair loss সমস‍্যাৰ ঘৰুৱা প্ৰতিকাৰ

গাখীৰৰ পেকেটৰ পৰা ক’ৰোনা সংক্ৰমণ ঘটিব পাৰে নেকি?

গাখীৰৰ পেকেটৰ পৰা ক’ৰোনা সংক্ৰমণ ঘটিব পাৰে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.