• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
leopard

দৰঙত বাঘক লৈ বন বিভাগৰ ল’ৰা-ধেমালি। ভলীবলৰ নেটৰে বানৰজাক ধৰিবলৈ আহি ৰেঞ্জাৰৰ বিলাই

4 years ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

7 minutes ago
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

35 minutes ago
প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

56 minutes ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

10 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

11 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

11 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

12 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

13 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

14 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

14 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

15 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দৰঙত বাঘক লৈ বন বিভাগৰ ল’ৰা-ধেমালি। ভলীবলৰ নেটৰে বানৰজাক ধৰিবলৈ আহি ৰেঞ্জাৰৰ বিলাই

editor by editor
January 4, 2022
in অসম
0
leopard

leopard-caught-in-darang-district-in-a-hen-farm

0
SHARES
98
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দৰঙৰ ছিপাঝাৰত বন বিভাগৰ চৰম ব্যৰ্থতা। আঠ ঘন্টা যুঁজিও ধৰিব নোৱাৰিলে আবদ্ধ হৈ থকা নাহৰফুটুকী বাঘ ৷ ভলীবলৰ নেটেৰে বন বিভাগৰ বাঘ ধৰাৰ ব্যৰ্থ চেষ্টা। ৰেঞ্জাৰ-বিষয়াক আৱদ্ধ কৰিলে উত্তেজিত গাওঁবাসীয়ে ৷

ছিপাঝাৰৰ শ’লপাম গাৱৰ কমল নাথ নামৰ ব্যক্তিজনৰ ব্ৰয়লাৰ ফাৰ্মৰ ভিতৰত সোমবাৰে সন্ধিয়া এটা নাহৰফুটুকী বাঘে অবস্থান কৰা প্ৰত্যক্ষ কৰে ৷ বাঘটো প্ৰত্যক্ষ কৰাৰ পিছতেই তীব্ৰ আতংক বিৰাজ কৰে গাওঁখনত ৷

লগে লগে ছিপাঝাৰ আৰক্ষী থানা আৰু বন বিভাগক খবৰ দিয়ে যদিও বহু পলমকৈ কুৰুৱা ৰেঞ্জাৰৰ নেতৃত্বত এটা দল বাঘ ধৰাৰ সা-সৰঞ্জাম অবিহনেই উপস্থিত হয় খালী হাতেৰে ৷ গাঁৱৰ ৰাইজৰ সহযোগত বন বিভাগৰ দলটোৱে  ভলীবলৰ নেট সংগ্ৰহ কৰি বাঘটো ধৰিবলৈ চেষ্টা চলায় ৷ কিন্তু নেটেৰে বাঘটো ধৰিবলৈ লওতেই পলাই পত্ৰং দিয়ে বাঘে ৷

বাঘ ধৰাত বনবিভাগৰ দলটো ব্যৰ্থ হোৱাৰ পিছত উত্তেজিত হৈ উঠে ৰাইজ ৷ ৰাইজে কুৰুৱা ৰেঞ্জাৰাক আৱদ্ধ কৰি ৰাখে ৷কেৱল নেটেৰে বাঘটো ধৰিবলৈ চেষ্টা চলোৱা কাৰ্যক ৰাইজে এক নাটক আখ্যা দিয়ে ৷বন বিভাগৰ দলটোৰ অনভিজ্ঞতাৰ বাবে বাঘটো পলাই যাবলৈ সক্ষম হোৱা বুলি ৰাইজে অভিযোগ তোলে।

উত্তেজিত ৰাইজে বন বিভাগৰ দলটোক আৱদ্ধ কৰি জবাবদিহি কৰে। অৱশ্যে পাছত যাবলৈ দিয়ে৷ বন৷ বন বিভাগৰ এই ল’ৰা-ধেমালিৰ বাবে পুনৰ বাঘৰ আতংকৰ সৃষ্টি হয় অঞ্চলটোত ৷ ছিপাঝাৰ পৰা দুলাল হাজৰিকাৰ ৰিপ’ৰ্ট

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsaxom live 24curent affairs of assamdarrangkuruwa forestlatest news of assamleopard
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?
অসম

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

March 25, 2026
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ
অসম

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

March 25, 2026
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…
অসম

হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ, ছিংগাপুৰৰ কৰ’নাৰ্ছ কৰ্টৰ চূড়ান্ত ৰায়দান

March 25, 2026
Next Post
wife of hitler dihingia

সন্তান কোলাত লৈ ইনাই-বিনাই ফুৰিছে মহিলা। লখিমপুৰৰ হিটলাৰৰ পত্নীক কোনে দিব ন্যায়?

depressed husband

এইবাৰ অসমতো সাংঘাতিক পত্নী! নাজানি-নুশুনি বিয়া পাতি মূৰে-কপালে হাত…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.