• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
wife of hitler dihingia

সন্তান কোলাত লৈ ইনাই-বিনাই ফুৰিছে মহিলা। লখিমপুৰৰ হিটলাৰৰ পত্নীক কোনে দিব ন্যায়?

5 years ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

37 minutes ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

59 minutes ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

1 hour ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

2 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

4 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

4 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

12 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

12 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

13 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

13 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

14 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সন্তান কোলাত লৈ ইনাই-বিনাই ফুৰিছে মহিলা। লখিমপুৰৰ হিটলাৰৰ পত্নীক কোনে দিব ন্যায়?

editor by editor
January 4, 2022
in অসম
0
wife of hitler dihingia

wife-of-hitler-dihingia-seeks-justice-for-the-case-of-her-husbands-suicide

0
SHARES
286
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দেওবাৰে আত্মহননৰ পথ বাছি লোৱা আটাছুৰ নেতা হিটলাৰ দিহিঙীয়াৰ মৃত্যুৰ উচিত বিচাৰ আৰু দোষীৰ শাস্তিৰ দাবী জনাই মঙলবাৰে লখিমপুৰ সদৰ থানাত হাজিৰ হয় কণমানি সন্তানসহ দিহিঙীয়াৰ বিধৱা পত্নী।

থানা চৌহদত হিয়া ঢাকুৰি কন্দা দৃশ্যই উপস্থিতসকলক আৱেগবিহ্বল কৰি তোলে। ইফালে হিটলাৰ দিহিঙীয়াৰ  ছুইচাইড নোটত উল্লেখ থকা মৃদুল কোঁৱৰ, গুণ ফুকন আৰু অচ্যুত বুঢ়াগোহাঁইক গ্ৰেপ্তাৰৰ দাবীৰে সদৰ থানাত গোচৰ তৰে জাগৃত নাৰী শক্তি সমিতিয়ে।

 

 

সমিতিৰ স্পষ্ট অভিযোগ, টাই আহোম ছাত্ৰ সন্থাৰ লগতে টাই আহোম কৃষ্টি বিকাশ কেন্দ্ৰৰ জন্মদাতা হিটলাৰক সংগঠনৰ একাংশই অৱহেলা কৰাৰ বাবেই হতাশাগ্রস্ত হৈ হিটলাৰে আত্মহত্যাৰ পথ বাছি লয়। এজাহাৰত সংগঠনটোৱে চুইচাইড নোটত উল্লেখ থকা তিনি ব্যক্তিক গ্ৰেপ্তাৰৰ দাবী জনায়।

 

ৰহস্যজনকভাৱে ঘটনা  সন্দৰ্ভত আৰক্ষীয়ে উচিত বিচাৰৰ আশ্বাস দিলেও এই পৰ্যন্ত কাকো গ্ৰেপ্তাৰ কৰা নাই। দেওবাৰে কি পৰিস্থিতিত, কিয় আত্মহননৰ দৰে সিদ্ধান্ত ল’বলগীয়া হৈছিল সকলো উল্লেখ কৰি নিজকে নিঃশেষ কৰিছিল ছাত্ৰ নেতাজনে। লখিমপুৰৰ পৰা জীৱন গোস্বামীৰ ৰিপোৰ্ট।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam live 24axom live 24hitler dihingia newslatest news of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম
অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

October 17, 2026
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?
অসম

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

October 17, 2026
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত
অসম

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

October 16, 2026
Next Post
depressed husband

এইবাৰ অসমতো সাংঘাতিক পত্নী! নাজানি-নুশুনি বিয়া পাতি মূৰে-কপালে হাত…

নমিতা বৈশ্যৰ উপন্যাস ‘হালধীয়া ঘেঁহুৰ পথাৰ আৰু এজাক কাউৰী’

নমিতা বৈশ্যৰ উপন্যাস 'হালধীয়া ঘেঁহুৰ পথাৰ আৰু এজাক কাউৰী'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.