• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘‘হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্ব চৰকাৰে অসমত মুক্তহত্যা চলাইছে’’, অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘‘হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্ব চৰকাৰে অসমত মুক্তহত্যা চলাইছে’’, অখিল গগৈৰ বিস্ফোৰক অভিযোগ

4 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

3 hours ago
ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

4 hours ago
ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

4 hours ago
‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

5 hours ago
আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

5 hours ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

6 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

7 hours ago
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

7 hours ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

8 hours ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

9 hours ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

9 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘‘হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্ব চৰকাৰে অসমত মুক্তহত্যা চলাইছে’’, অখিল গগৈৰ বিস্ফোৰক অভিযোগ

editor by editor
January 23, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
‘‘হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্ব চৰকাৰে অসমত মুক্তহত্যা চলাইছে’’, অখিল গগৈৰ বিস্ফোৰক অভিযোগ
0
SHARES
46
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ নগাঁও আৰক্ষীয়ে আছু কৰ্মীক গুলীয়াই আহত কৰাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে৷ এই প্ৰতিক্ৰিয়াৰ মাজতে দেওবাৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অসম আৰক্ষীৰ এনকাউণ্টাৰৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গৈছে৷

এক সংবাদ মেল সম্বোধন কৰি অখিল গগৈয়ে কয় যে এতিয়ালৈকে অসম আৰক্ষীয়ে একাউণ্টাৰ কৰি ৩১ লোকক হত্যা কৰিছে৷ ইয়াৰ বিপৰীতে সৰ্বমুঠ ৮৬ জন লোকক এনকাউন্টাৰ কৰা হৈছে বুলি দাবী কৰিছে বিধায়ক অখিল গগৈয়ে৷

শনিবাৰৰ ঘটনাই চৰকাৰ আৰু অসম পুলিচৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে বুলি উল্লেখ কৰি অখিল গগৈয়ে লগতে কয় যে আদালতলৈ নোযোৱাকৈ কোনো এজন লোকক চূড়ান্ত অপৰাধী ৰূপে গণ্য কৰি কোনেও হত্যা কৰিব নোৱাৰে৷

মুখ্যমন্ত্ৰীক কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমত গণতন্ত্ৰক পুলিচ তন্ত্ৰলৈ পৰিণত হৈছে বুলিও গুৰুতৰ অভিযোগ কৰে অখিল গগৈয়ে৷ অখিল গগৈৰ মতে হিমন্ত বিশ্ব শৰ্মাৰ আইনৰ শাসনৰ পেটাৰ্ণ হৈছে অভিযুক্তক গুলিয়াই দিয়া৷

ইফালে শিৱসাগৰৰ বিধায়কগৰাকীৰ মতে ৰাজ্যৰ বহু এনকাউন্টাৰে হৈছে ভুৱা এনকাউন্টাৰ আৰু এনকাউন্টাৰ কৰাৰ পিছত মিছা অভিযোগ দি অভিযুক্তজনক দোষী সজোৱাটো হিমন্ত চৰকাৰৰ শাসনৰ নিজস্ব পেটাৰ্ণ৷ অসমত এতিয়া আৰক্ষীয়ে মন গ’লেই ৰাইজক গুলিয়াই দিব পাৰে আৰু ৰাইজক গুলিয়াই দিলেই পুলিচ হিৰ’ হৈ যায় বুলি মন্তব্য কৰে অখিল গগৈয়ে৷

আনহাতে নগাঁৱৰ আৰক্ষী অধীক্ষ আনন্দ মিশ্ৰক তীব্ৰ সমালোচনা কৰি অখিল গগৈয়ে কয় যে নগাৱঁতেই অসমত সৰ্বাধিক এনকাউন্টাৰ হৈছে আৰু আনন্দ মিশ্ৰক সকলোৱে হিৰ’ সজাবলৈ চেষ্টা কৰি আহিছে। কালিৰ ঘটনাই আনন্দ মিশ্ৰৰ মুখা খুলি দিলে বুলি তীব্ৰ কটাক্ষ কৰে অখিল গগৈয়ে৷

ফেক এনকাউন্টাৰ বিলাক চূড়ান্ত ৰূপত হিটলাৰতন্ত্ৰৰ উদাহৰণ আৰু শনিবাৰৰ ঘটনাৰ পিছত এজন নিৰীহ লোকক ড্ৰাগছ পেডলাৰ সজাবলৈ অপচেষ্টা কৰা হৈছে বুলি মন্তব্য কৰি অখিল গগৈয়ে সকলো ফেক এনকাউন্টাৰ বন্ধ হ’ব লাগে বুলিও দাবী কৰে৷

ইফালে হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্ববাদী চৰকাৰৰ দিনত মুক্ত হত্যা চলিছে বুলি অভিযোগ কৰি এই হত্যা বন্ধ নহ’লে অসমত গণতন্ত্ৰ নাথাকিব বুলিও দাবী কৰিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে৷

আনহাতে, অসমত জনজাতীয় আৰু মুছলমান লোকসকলকহে এনকাউণ্টাৰৰ লক্ষ্য কৰি লোৱা বুলিও গুৰুতৰ অভিযোগ কৰি অখিল গগৈয়ে কীৰ্তি কমল বৰাৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰি সমগ্ৰ ঘটনাটো উচ্চ ন্যায়ালায়ৰ ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰাৰো দাবী কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiananda mishraasom live 24assam cmassam live 24assam police encounteraxom live 24encounterhimanta biswa sarma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

April 17, 2026
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

April 17, 2026
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?
জীৱনশৈলী

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

April 17, 2026
Next Post
নলবাৰীৰ ইউনাইটেড হস্পিতালত চাঞ্চল্য; শৌচালয়ত নৱ বিবাহিত যুৱকৰ মৃতদেহ উদ্ধাৰ

নলবাৰীৰ ইউনাইটেড হস্পিতালত চাঞ্চল্য; শৌচালয়ত নৱ বিবাহিত যুৱকৰ মৃতদেহ উদ্ধাৰ

৭ নিৰাপত্তাৰক্ষীক হত্যা কৰা ২০ বছৰীয়া দুৰ্ধৰ্ষ মহিলা নক্সালবাদী সদস্যক গ্ৰেপ্তাৰ

৭ নিৰাপত্তাৰক্ষীক হত্যা কৰা ২০ বছৰীয়া দুৰ্ধৰ্ষ মহিলা নক্সালবাদী সদস্যক গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.