• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰক্ষীৰ বৃহৎ সফলতাঃ অসম-বংগ সীমান্তত ৩০ লক্ষাধিক ধঁপাত ভৰ্তি ট্ৰাক দুখন জব্দ

আৰক্ষীৰ বৃহৎ সফলতাঃ অসম-বংগ সীমান্তত ৩০ লক্ষাধিক ধঁপাত ভৰ্তি ট্ৰাক দুখন জব্দ

5 years ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

1 hour ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

1 hour ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

2 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

2 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

3 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

4 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

4 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

12 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

15 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

15 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

16 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আৰক্ষীৰ বৃহৎ সফলতাঃ অসম-বংগ সীমান্তত ৩০ লক্ষাধিক ধঁপাত ভৰ্তি ট্ৰাক দুখন জব্দ

editor by editor
January 23, 2022
in অপৰাধ, অসম, উত্তৰ-পূব, ভাৰত
0
আৰক্ষীৰ বৃহৎ সফলতাঃ অসম-বংগ সীমান্তত ৩০ লক্ষাধিক ধঁপাত ভৰ্তি ট্ৰাক দুখন জব্দ
0
SHARES
50
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গোসাইগাঁৱৰ পৰা মিজানুৰ ৰহমানঃ সম্প্ৰতি সমগ্ৰ ৰাজ্যত চোৰাং গৰু, ম’হ সৰবৰাহ আৰু বৈদেশিক ড্ৰাগছৰ অবৈধ ব্যৱসায়, ছিণ্ডিকেট অব্যাহত থকাৰ সময়তে ৰাজ্যত আকৌ গঢ় লৈ উঠিছে ধঁপাতৰ ভয়ংকৰ ছিণ্ডিকেট।

চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা অসম ৰাজ্য চৰকাৰক কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি একাংশ মাফিয়াই অব্যাহত ৰাখিছে এই ধঁপাত ছিণ্ডিকেট।

ধঁপাতৰ ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী প্ৰশাসনে তৎপৰ হৈ থকাৰ সময়তে গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত শিমূলটাপু আৰক্ষীয়ে অভিযান চলাই পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ দিনহাটাৰ পৰা অসমৰ মাজেৰে গৈ থকা সময়ত ধঁপাত কঢ়িওৱা দুখন ট্ৰাক জব্দ কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি পশ্চিমবংগৰ দিনহাটাৰ জীবন, ভোলা আৰু অংকুৰ নামৰ তিনি ধঁপাত মাফিয়াই পশ্চিমবংগৰ দিনহাটাৰ পৰা তিনিচুকীয়ালৈ বুলি কঢ়িয়াই আনিছিল ধপাঁতখিনি।

শিমূলটাপু আৰক্ষীৰ এক দলে শ্ৰীৰামপুৰস্থিত নাকা চকীত তলাচী চলাই ধঁপাত কঢ়িওৱা দুখন ট্ৰাক জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ AS 25 DC 0670, NL 01 AA 5617 বুলি জানিব পৰা গৈছে।

ধঁপাত কঢ়িওৱা ট্ৰাক দুখনত আৰক্ষীয়ে আটক কৰা ব্যক্তি কেইগৰাকী পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ জামিনুৰ মিয়া, মনিৰুল হক, আমিনুৰ ইছলাম আৰু ধুবুৰীৰ জিলাৰ গোলকগঞ্জ থানাৰ মুখলেছুৰ ৰহমান বুলি জানিব পৰা গৈছে।

আনহাতে জব্দকৃত ধঁপাতখিনিৰ বজাৰ মূল্য আনুমানিক ৩০ লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। ধঁপাত ভৰ্তি গাড়ী দুখন জব্দ কৰি থানালৈ আনি তদন্ত অব্যাহত ৰাখিছে বুলি শিমূলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত সহকাৰী পৰিদৰ্শক সঞ্জয় কুমাৰ ৰায়ে জানিবলৈ দিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24simultapu policetobaccotobacco smuggling
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি
অসম

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

September 16, 2026
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা
ভাৰত

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

September 16, 2026
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল
অসম

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

September 15, 2026
Next Post
‘‘হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্ব চৰকাৰে অসমত মুক্তহত্যা চলাইছে’’, অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘‘হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্ব চৰকাৰে অসমত মুক্তহত্যা চলাইছে’’, অখিল গগৈৰ বিস্ফোৰক অভিযোগ

নলবাৰীৰ ইউনাইটেড হস্পিতালত চাঞ্চল্য; শৌচালয়ত নৱ বিবাহিত যুৱকৰ মৃতদেহ উদ্ধাৰ

নলবাৰীৰ ইউনাইটেড হস্পিতালত চাঞ্চল্য; শৌচালয়ত নৱ বিবাহিত যুৱকৰ মৃতদেহ উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.