• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেদবহুলতাইও সুগম কৰিব পাৰে উপাৰ্জনৰ পথ… নিজকে আশীৰ্বাদ বুলি গ্ৰহণ কৰক

মেদবহুলতাইও সুগম কৰিব পাৰে উপাৰ্জনৰ পথ… নিজকে আশীৰ্বাদ বুলি গ্ৰহণ কৰক

5 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

3 minutes ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

57 minutes ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

1 hour ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

2 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

2 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

3 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

3 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

5 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

6 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

6 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

6 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মেদবহুলতাইও সুগম কৰিব পাৰে উপাৰ্জনৰ পথ… নিজকে আশীৰ্বাদ বুলি গ্ৰহণ কৰক

editor by editor
January 27, 2022
in গুৱাহাটী, বিবিধ, বিশ্ব
0
মেদবহুলতাইও সুগম কৰিব পাৰে উপাৰ্জনৰ পথ… নিজকে আশীৰ্বাদ বুলি গ্ৰহণ কৰক
0
SHARES
574
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেদবহুলতা বহুক্ষেত্ৰত ব্যক্তিৰ বাবে একপ্ৰকাৰ অভিশাপ বুলিয়ে ভৱা হয়৷ কিন্তু কেতিয়াবা ই পৰিণত হৈ পৰে আশীৰ্বাদলৈ৷  মেদবহুলতাও কাৰোবাৰ বাবে হ’ব পাৰে উপাৰ্জনৰ পথ৷ ব্যক্তিৰ বাবে উপাৰ্জনৰ পথ সুগম কৰে মেদবহুলতাই৷ শুনিবলৈ আচহুৱা যেন লাগিলেও এয়া সত্য৷ ২২৬ কিলো ওজনৰ এগৰাকী মহিলাই কেৱল মেদবহুলতাৰ বাবেই উপাৰ্জন কৰে মাহিলি ডেৰ লক্ষাধিক টকা৷

প্ৰকৃততে মহিলাগৰাকীয়ে মেদবহুলাৰ বাবে সৃষ্টি হোৱা সমস্যাবোৰ ৰেক’ৰ্ড কৰি ছ’চিয়েল মিডিয়াত আপলোড কৰে৷ ছ’চিয়েল মিডিয়াত জনপ্ৰিয় তেওঁৰ পোষ্ট৷ বৃহৎ সংখ্যক অনুৰাগীও আছে ডেনিয়েল বীৰ্ছ নামৰ মহিলাগৰাকীৰ৷ বৰ্তমান তেওঁ এগৰাকী ছ’চিয়েল ইনফ্লুয়েনচাৰ৷ সাধাৰণ দুৱাৰেৰে সৰকিব নোৱাৰে ডেনিয়েল ৷

প্ৰতিদিনে তেনেদৰে আৰু বহু সমস্যাৰ সৃষ্টি  হয় মহিলাগৰাকীৰ৷ সেই সকলোবোৰ ছ’চিয়েন মিডিয়াত পোষ্ট কৰে৷ অনুৰাগীৰ অনুৰোধ মৰ্মে পোষ্ট কৰা প্ৰতিটো ভিডিঅ’ৰ বিনিময়ত তেওঁ লয় ৩০০-৮০০ টকা পৰ্যন্ত৷ প্ৰথমে অসুবিধাৰ সন্মুখীন হৈছিল যদিও সম্প্ৰতি নিজকে এনেদৰেই গ্ৰহণ কৰিছে ডেনিয়েল বীৰ্ছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24danielle birchplus size womansocial media influencer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান
অসম

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

October 3, 2026
Next Post
১২৯ টা সন্তানৰ পিতৃ কোন এই জ’নছ? কেনেকৈ হ’ল ১২৯ টা সন্তানৰ পিতৃ তেওঁ?

১২৯ টা সন্তানৰ পিতৃ কোন এই জ’নছ? কেনেকৈ হ’ল ১২৯ টা সন্তানৰ পিতৃ তেওঁ?

কবি প্ৰণৱ কুমাৰ বৰ্মনে নিৰ্মাণ কৰিব অসমীয়া ছবি : ১৪ ফেব্ৰুৱাৰিত শুভ মহূৰত

কবি প্ৰণৱ কুমাৰ বৰ্মনে নিৰ্মাণ কৰিব অসমীয়া ছবি : ১৪ ফেব্ৰুৱাৰিত শুভ মহূৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.