• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাকৰিৰ প্ৰলোভনেৰে যুৱতীক গণ ধৰ্ষণ : হাত-ভৰি বান্ধি হোটেলৰ তললৈ নিক্ষেপ

চাকৰিৰ প্ৰলোভনেৰে যুৱতীক গণ ধৰ্ষণ : হাত-ভৰি বান্ধি হোটেলৰ তললৈ নিক্ষেপ

4 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

5 hours ago
ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

5 hours ago
ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

5 hours ago
‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

6 hours ago
আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

7 hours ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

7 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

8 hours ago
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

9 hours ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

9 hours ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

10 hours ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

11 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চাকৰিৰ প্ৰলোভনেৰে যুৱতীক গণ ধৰ্ষণ : হাত-ভৰি বান্ধি হোটেলৰ তললৈ নিক্ষেপ

editor by editor
February 13, 2022
in অপৰাধ, ভাৰত
0
চাকৰিৰ প্ৰলোভনেৰে যুৱতীক গণ ধৰ্ষণ : হাত-ভৰি বান্ধি হোটেলৰ তললৈ নিক্ষেপ
0
SHARES
421
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্য এক গণ ধৰ্ষণ কাণ্ড পোহৰলৈ আহিছে৷ চাকৰিৰ প্ৰলোভনেৰে এগৰাকী ২৫ বছৰীয়া যুৱতীক গণ ধৰ্ষণৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷

ঘটনাৰ বিৱৰণীৰ মতে ঘটনাটো ৰাজস্থানত সংঘটিত হৈছে৷ প্ৰকাশিত খবৰ অনুসৰি দিল্লীৰ পৰা চাকৰিৰ প্ৰলোভনেৰে ৰাজস্থানলৈ লৈ যোৱা হৈছিল যুৱতীগৰাকীক৷

শনিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি চাৰিগৰাকী যুৱকে চাকৰি দিয়াৰ প্ৰলোভনেৰে হোটেললৈ নি যুৱতীগৰাকীক গণ ধৰ্ষণ কৰে৷ ইয়াৰ পিছতে যুৱতীগৰাকী হাত-ভৰি বান্ধি হোটেলৰ ছাদৰ ওপৰৰ পৰা তললৈ নিক্ষেপ কৰে যুৱককেইজনে৷

কথমপি প্ৰাণৰক্ষা পৰা যুৱতীগৰাকী ঘটনাৰ সময়ত মাতাল হৈ আছিল বুলিও প্ৰকাশ কৰিছে আৰক্ষীয়ে৷

আৰক্ষীক ঘটনা সংক্ৰান্ত খবৰ দিয়াৰ মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হৈ নিৰ্যাতিতা যুৱতীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱায়৷

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গণ ধৰ্ষণৰ গোচৰ ৰুজুৰ কৰি অভিযুক্ত চাৰি যুৱকৰ সন্ধানত অভিযান আৰম্ভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalGang Rape
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

April 17, 2026
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

April 17, 2026
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?
জীৱনশৈলী

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

April 17, 2026
Next Post
চীনৰ বিৰুদ্ধে ভাৰতৰ চতুৰ্থটো ডিজিটেল ষ্ট্ৰাইক; ৫৪টা চীনা এপ পুনৰ বন্ধ হ’ব ভাৰতত

চীনৰ বিৰুদ্ধে ভাৰতৰ চতুৰ্থটো ডিজিটেল ষ্ট্ৰাইক; ৫৪টা চীনা এপ পুনৰ বন্ধ হ’ব ভাৰতত

ৰাডাৰ ইমেজিং চেটেলাইট EOS-04ৰ সফল উৎক্ষেপণ ISROৰ

ৰাডাৰ ইমেজিং চেটেলাইট EOS-04ৰ সফল উৎক্ষেপণ ISROৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.