• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খেল পথাৰত এয়া কি কৰিলে বিৰাট কোহলীয়ে? মাইক্ৰফ’নত স্পষ্ট হৈছে বিৰাটৰ কণ্ঠস্বৰ

খেল পথাৰত এয়া কি কৰিলে বিৰাট কোহলীয়ে? মাইক্ৰফ’নত স্পষ্ট হৈছে বিৰাটৰ কণ্ঠস্বৰ

4 years ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

2 minutes ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

55 minutes ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

2 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

2 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

3 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

12 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

12 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

13 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

13 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

14 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

14 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

খেল পথাৰত এয়া কি কৰিলে বিৰাট কোহলীয়ে? মাইক্ৰফ’নত স্পষ্ট হৈছে বিৰাটৰ কণ্ঠস্বৰ

editor by editor
February 17, 2022
in ক্ৰীড়া, ভাৰত
0
খেল পথাৰত এয়া কি কৰিলে বিৰাট কোহলীয়ে? মাইক্ৰফ’নত স্পষ্ট হৈছে বিৰাটৰ কণ্ঠস্বৰ
0
SHARES
293
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইতিমধ্যে জাতীয় ক্ৰিকেট দলৰ আটাইকেইটা ফৰ্মেটৰ অধিনায়কৰ পৰা অব্যাহতি লৈছে বিৰাট কোহলীয়ে৷

কিন্তু এতিয়াও ৩৩ বছৰীয়া প্ৰাক্তন অধিনায়কগৰাকীয়ে খেলপথাৰৰ ভিতৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে৷

এই কথাৰ প্ৰমাণ পোৱা গ’ল বুধবাৰে অনুষ্ঠিত হোৱা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ২০টি ক্ৰিকেট মেচখনত৷

উক্ত মেচখনত বিৰাটে অধিনায়ক ৰোহিত শৰ্মাক DRS নল’বলৈ পৰামৰ্শ দিছিল৷ কিন্তু অধিয়ানক ৰোহিতে DRS লৈ অবাবতে নষ্টহে কৰিছিল৷

তেতিয়া মেচখনৰ ৱেষ্ট ইণ্ডিজৰ ইনিংছৰ চলি আছিল৷ ভাৰতীয় স্পীনাৰ যুজবেন্দ্ৰ চাহালে ইনিংছ নৱম অ’ভাৰৰ চতুৰ্থটো ডেলিভাৰী নিক্ষেপ কৰিছিল৷

বলটোৱে গৈ বেটছমেন ৰষ্টন চাছৰ বেট নেলাগি কৰঙৰ ওচৰত লাগিল৷ ব’লাৰ চাহালে এলবিডব্লিউৰ আপীল কৰিলে, লগতে তেওঁক অধিনায়ক ৰোহিতসহ সকলোৱে সমৰ্থন কৰিলে৷ কিন্তু আম্পায়াৰে পতিয়ন নগৈ আউট নিদিলে৷

ইয়াৰ পিছতে ব’লাৰ চাহালে DRSৰ সহায় বিচাৰে৷ অধিনায়ক ৰোহিত শৰ্মাও চাহালৰ অনুৰোধত সন্মত হয়৷ তেনেতে বিৰাট কোহলীৰো পৰামৰ্শ লোৱা হয়৷

বিৰাটে লগে লগে কয় যে DRS ল’ব নালাগে৷ বিৰাটে কয়, বল ‘‘গু**ডত লাগিছে’’৷ কিন্তু অধিনায়ক ৰোহিত আৰু ব’লাৰ চাহালে DRS লয়৷

DRSত লোৱাত দেখা গ’ল যে উক্ত ডেলিভাৰীটো এলবিডব্লিউ নাছিল৷ বিৰাটৰ পৰামৰ্শ নুশনি ভাৰতে এটা DSR অবাবতে হেৰুওৱালে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 20Tasom live 24assam live 24axom live 24axom live 24 digitalrohit sarmavirat kohli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
Next Post
মাত্ৰ ১০ মিনিটতে ১৮৬ কোটি টকা উপাৰ্জন ঝুনঝুনওৱালাৰ! এয়া কেনেকৈ সম্ভৱ হ’ল?

মাত্ৰ ১০ মিনিটতে ১৮৬ কোটি টকা উপাৰ্জন ঝুনঝুনওৱালাৰ! এয়া কেনেকৈ সম্ভৱ হ’ল?

বাথৰুমত কিয় বেছিকৈ ষ্ট্ৰোকত আক্ৰান্ত হয়? গা ধোওঁতে এইকেইটা ভুল নকৰিব

বাথৰুমত কিয় বেছিকৈ ষ্ট্ৰোকত আক্ৰান্ত হয়? গা ধোওঁতে এইকেইটা ভুল নকৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.