• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাথৰুমত কিয় বেছিকৈ ষ্ট্ৰোকত আক্ৰান্ত হয়? গা ধোওঁতে এইকেইটা ভুল নকৰিব

বাথৰুমত কিয় বেছিকৈ ষ্ট্ৰোকত আক্ৰান্ত হয়? গা ধোওঁতে এইকেইটা ভুল নকৰিব

4 years ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

19 minutes ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

1 hour ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

2 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

2 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

3 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

4 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

5 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

6 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

7 hours ago
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

9 hours ago
নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

9 hours ago
শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

বাথৰুমত কিয় বেছিকৈ ষ্ট্ৰোকত আক্ৰান্ত হয়? গা ধোওঁতে এইকেইটা ভুল নকৰিব

editor by editor
February 17, 2022
in অসম, গুৱাহাটী, বিবিধ, ভাৰত, স্বাস্থ্য
0
বাথৰুমত কিয় বেছিকৈ ষ্ট্ৰোকত আক্ৰান্ত হয়? গা ধোওঁতে এইকেইটা ভুল নকৰিব
0
SHARES
477
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ষ্ট্ৰোক বৰ্তমান সময়ত সততে শুনি থকা এক সমস্যাৰ নাম৷ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ষ্টোকৰ ফলত মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা৷ কিন্তু সাধাৰণতে বাথৰুমতেই বেছিভাগ ষ্ট্ৰোকৰ ঘটনা হোৱা দেখা যায়৷ কাৰণ বাথৰুমত সোমোৱাৰ পাছতেই আমি কৰা ভুলটো হৈছে প্ৰথমে মূৰ বা চুলি টিয়াই দিয়া, যিটো কৰা একেবাৰেই উচিত নহয়৷ ই এক ভুল পদ্ধতি৷ এনেদৰে প্ৰথমে মূৰত পানী ঢালিলে মূৰত ৰক্ত সঞ্চালন দ্ৰুত হয় আৰু ধমনীও ছিঙি যোৱাৰ সম্ভাৱনা থাকে এনে কৰিলে৷ যাৰ ফলত ষ্ট্ৰোকৰ দৰে ঘটনা সংঘটিত হয়৷ কানাডাৰ মেডিকেল এছ’চিয়েচনৰ জাৰ্ণেলত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ষ্ট্ৰোক বা মিনি ষ্ট্ৰোকৰ ফলত হোৱা শাৰিৰীক সমস্যা অতি ভয়াৱহ আৰু দীৰ্ঘস্থায়ী হয়৷

বিশ্বৰ একাধিক গৱেষণাৰ ৰিপ’ৰ্ট অনুসৰি স্নান কৰাৰ সময়ত ষ্ট্ৰোকৰ ফলত মৃত্যু হোৱা বা পক্ষাঘাতত আক্ৰান্ত হোৱাৰ ঘটনা গৈনিক বৃদ্ধি পাবলৈ ধৰিছে৷ সেইবাবে স্নানৰ সময়ত কিছু বিশেষ নিয়ম মানি চলা উচিত৷ অন্যথা মৃত্যু পৰ্যন্ত হ’ব পাৰে ব্যক্তিৰ৷

স্নান কাৰ সময়ত প্ৰথমে মূৰত পানী ঢলা অনুচিত৷ কিয়নো শৰীৰত এক নিৰ্দিষ্ট তাপমাত্ৰাত ৰক্তৰ সঞ্চালন হৈ থাকে৷ শৰীৰৰ তাপমাত্ৰা বাহিৰৰ তাপমাত্ৰাৰ সৈতে মিলিবলৈ কিছু সময়ৰ প্ৰয়োজন হয়৷

চিকিৎসকৰ মতে, মূৰত প্ৰথমে পানী ঢালিলে লগে লগে ৰক্ত সঞ্চালনৰ গতি বহু গুণে বাঢ়ি যায়৷ সেয়াও ষ্ট্ৰোকৰ এক কাৰণ হ’ব পাৰে৷ অতিৰিক্ত ৰক্তচাপৰ বাবে মস্তিকৰ ধমনী পৰ্যন্ত ছিঙি যোৱাৰ আশংকা থাকে৷

স্নান কৰাৰ কিছুমান সঠিক নিয়ম—

প্ৰথমে ভৰিৰ পতা তিয়াব লাগে৷ তাৰ পাছত ক্ৰমান্বয়ে ওপৰৰ অংশলৈ তিয়াব পাৰে৷ পৰৱৰ্তী পৰ্যায়ত মুখত পানী ব্যৱহাৰ কৰিব পাৰে৷ একেবাৰে শেষত মূৰত পানী ঢলা উচিত৷ যিসকল লোক উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰল ততা মাইগ্ৰেণৰ সমস্যাত ভূগি থকা ব্যক্তিয়ে অৱশ্যেই এইসমূহ নিয়ম মানি চলা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24health tipsstrokes
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস
বিনোদন

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

July 4, 2026
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ
বিনোদন

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

July 4, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

July 4, 2026
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!
জীৱনশৈলী

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

July 4, 2026
Next Post
শিশুক দুগ্ধপান কৰোৱাই থাকোতে কাষলতিৰে ওলাল গাখীৰ! হায়ৰাণ চিকিৎসক

শিশুক দুগ্ধপান কৰোৱাই থাকোতে কাষলতিৰে ওলাল গাখীৰ! হায়ৰাণ চিকিৎসক

ৰহস্যময় এখন গাঁও: ৫০ বছৰ হ’লেই অন্ধ হয় সকলো পুৰুষ; কাৰণ জানি আচৰিত হ’ব

ৰহস্যময় এখন গাঁও: ৫০ বছৰ হ’লেই অন্ধ হয় সকলো পুৰুষ; কাৰণ জানি আচৰিত হ’ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.