• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিশুক দুগ্ধপান কৰোৱাই থাকোতে কাষলতিৰে ওলাল গাখীৰ! হায়ৰাণ চিকিৎসক

শিশুক দুগ্ধপান কৰোৱাই থাকোতে কাষলতিৰে ওলাল গাখীৰ! হায়ৰাণ চিকিৎসক

4 years ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

2 minutes ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

11 hours ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

12 hours ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

12 hours ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

13 hours ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

13 hours ago
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

14 hours ago
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

16 hours ago
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

17 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

17 hours ago
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

18 hours ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শিশুক দুগ্ধপান কৰোৱাই থাকোতে কাষলতিৰে ওলাল গাখীৰ! হায়ৰাণ চিকিৎসক

editor by editor
February 17, 2022
in বিবিধ, বিশ্ব
0
শিশুক দুগ্ধপান কৰোৱাই থাকোতে কাষলতিৰে ওলাল গাখীৰ! হায়ৰাণ চিকিৎসক
0
SHARES
293
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাধাৰণ মানুহকে নহয়, চিকিৎসককো হায়ৰাণ কৰি তোলা এক ঘটনা পোহৰলৈ আহিছে৷

এগৰাকী মহিলাই নিজৰ শিশুক দুগ্ধপান কৰোৱাই থাকো হঠাতে কাষলতিৰ পৰা গাখীৰ ওলাবলৈ ধৰে৷

দ্য মিৰ’ৰৰ মতে, লিণ্ডচে হোৱাইট নামৰ এগৰাকী মহিলাই তেওঁৰ শিশুটিক দুগ্ধপান কৰোৱায় আছিল আৰু তেতিয়াই তেওঁৰ কাষলতিৰে হঠাতে গাখীৰ আহিবলৈ আৰম্ভ কৰে।

প্ৰথমাৱস্থাত কি হৈছিল লিণ্ডচে নিশ্চিত হোৱা নাছিল৷ লিণ্ডচে এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে তেওঁৰ কাষলতিৰ ওচৰত হঠাতে এটা স্তনৰ নিপল ওলাই আহে৷

মহিলাগৰাকীয়ে প্ৰথমে কাষলতিৰে পৰা ঘাম ওলাই থকা বুলি ভাবিছিল৷ কিন্তু কাষলতিলৈ চাই দেখে যে সেয়া ঘাম নহয় গাখীৰহে উলাইছিল৷

ইয়াৰ পিছতে লিণ্ডচে চিকিৎসকৰ ওচৰলৈ যায়৷ প্ৰথমে হায়ৰাণ হৈ পৰা চিকিৎসকে লিণ্ডচে শৰীৰৰ পৰীক্ষা নিৰীক্ষা কৰে৷ আৰু চিকিৎসকে পৰীক্ষাৰ অন্তত তেওঁৰ শৰীৰত স্তনৰ তৃতীয় এটি নিপল থকাৰ কথাটো ধৰা পৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

জুলাই মাহটো আপোনাৰ কেনে যাব?

June 30, 2026
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?
জীৱনশৈলী

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

June 30, 2026
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?
ভাৰত

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

June 30, 2026
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা
বিবিধ

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

June 30, 2026
Next Post
ৰহস্যময় এখন গাঁও: ৫০ বছৰ হ’লেই অন্ধ হয় সকলো পুৰুষ; কাৰণ জানি আচৰিত হ’ব

ৰহস্যময় এখন গাঁও: ৫০ বছৰ হ’লেই অন্ধ হয় সকলো পুৰুষ; কাৰণ জানি আচৰিত হ’ব

সাৱধান! এইবোৰ আচৰণে আপোনাৰ সন্তানক ধ্বংস কৰিব…

সাৱধান! এইবোৰ আচৰণে আপোনাৰ সন্তানক ধ্বংস কৰিব...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.