• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ১০ মিনিটতে ১৮৬ কোটি টকা উপাৰ্জন ঝুনঝুনওৱালাৰ! এয়া কেনেকৈ সম্ভৱ হ’ল?

মাত্ৰ ১০ মিনিটতে ১৮৬ কোটি টকা উপাৰ্জন ঝুনঝুনওৱালাৰ! এয়া কেনেকৈ সম্ভৱ হ’ল?

5 years ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

7 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

7 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

8 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

8 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

9 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

9 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

10 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

11 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

12 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

13 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

13 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

মাত্ৰ ১০ মিনিটতে ১৮৬ কোটি টকা উপাৰ্জন ঝুনঝুনওৱালাৰ! এয়া কেনেকৈ সম্ভৱ হ’ল?

editor by editor
February 17, 2022
in অসম, বাণিজ্য, ভাৰত
0
মাত্ৰ ১০ মিনিটতে ১৮৬ কোটি টকা উপাৰ্জন ঝুনঝুনওৱালাৰ! এয়া কেনেকৈ সম্ভৱ হ’ল?
0
SHARES
146
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ব্যৱসায়ী ৰাকেশ ঝুনঝুনওৱালাই মাত্ৰ ১০ মিনিটতে উপাৰ্জন কৰিলে ১৮৬ কোটি টকা৷

কিন্তু কেনেকৈ এই বৃহৎ পৰিমাণৰ ধন আয় কৰিলে ঝুনঝুনওৱালাই?

ঝুনঝুনওৱালাৰ দুটা সংস্থাৰ শ্বেয়াৰ দাম হঠাতে বৃদ্ধি হোৱাৰ ফলতে উপাৰ্জন কৰিছে এই বৃহৎ অংকৰৰ ধন৷ সংস্থা দুটা হৈছে ক্ৰমে টাইটান কোম্পানী আৰু টাটা মটৰছ৷

প্ৰকাশিত খবৰ অনুসৰি যোৱা সোমবাৰে বজাৰ বন্ধ হোৱাৰ সময়ত নেশ্যনেল ষ্টক এক্সচেঞ্জত টাইটান কোম্পানীৰ শ্বেয়াৰৰ মূল্য আছিল ২,৩৯৮ টকা৷

মংগলবাৰে বজাৰ খোলাৰ মাত্ৰ ১০ মিনিটৰ ভিতৰতে ২,৪৩৫ টকালৈ উদ্ধগামী হয় শ্বেয়াৰৰ মূল্য৷ অৰ্থাৎ ৪৭৬.১৫ টকা বৃদ্ধি হয়৷ ইয়াৰ কিছু ক্ষণ পিছতে পুনৰ বৃদ্ধি হয় ৪৭৬.২৬ টকালৈ৷

ইফালে সোমবাৰে বজাৰ বন্ধ কৰাৰ সময়ত টাটা মটৰছৰ শ্বেয়াৰৰ মূল্য আছিল ৪৭১.৪৫ টকা৷

আনহাতে, বিগত বৰ্ষৰ অক্টোবৰ-ডিচেম্বৰ মাহৰ ত্ৰৈমাসিক ৰিপ’ৰ্ট অনুসৰি টাটা কোম্পানীত ঝুনঝুনওৱালাৰ নামত ৩,৫৭,১০৩৯৫ টা (৪.০২ শতাংশ) আৰু পত্নীৰ নামত ১.০৭ শতাংশৰেৰে ৯৫,৪০,৫৭৫ টা শ্বেয়াৰ আছে৷ অৰ্থাৎ ঝুনঝুনওৱালাৰ পৰিয়ালৰ নামত ৫.০৯ শতাংশৰেৰে ৪,৫২,৫০,৯৭০ টা শ্বেয়াৰৰ আছে৷

চলিত বৰ্ষৰ ত্ৰৈমাসিক ৰিপ’ৰ্টৰ মতে ঝুনঝুনওৱালাৰ ১.১৮ শতাংশৰেৰে ৩,৯২,৫০,০০০ টা শ্বেয়াৰ আছে৷

ষ্টক এক্সচেঞ্জ শ্বেয়াৰৰ মূল্য বৃদ্ধি হোৱাত এই সমুদায় শ্বেয়াৰৰ ফলতে ঝুনঝুনওৱালাৰ মাত্ৰ ১০ মিনিটতে ১৮৬ কোটি টকাৰ উপাৰ্জন হয়৷

এইদৰে টাইটান কোম্পানীৰ পৰা ১৬৭ কোটি টকা আৰু টাটা মটৰছৰ পৰা ১৯ কোটি টকাৰ মুঠ ১৮৬ কোটি টকাৰ উপাৰ্জন কৰে ঝুনঝুনওৱালাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalnational stock exchangetata motorstitan company
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’
ভাৰত

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

September 23, 2026
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে
অপৰাধ

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

September 23, 2026
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন
অসম

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

September 23, 2026
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে
ভাৰত

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

September 23, 2026
Next Post
বাথৰুমত কিয় বেছিকৈ ষ্ট্ৰোকত আক্ৰান্ত হয়? গা ধোওঁতে এইকেইটা ভুল নকৰিব

বাথৰুমত কিয় বেছিকৈ ষ্ট্ৰোকত আক্ৰান্ত হয়? গা ধোওঁতে এইকেইটা ভুল নকৰিব

শিশুক দুগ্ধপান কৰোৱাই থাকোতে কাষলতিৰে ওলাল গাখীৰ! হায়ৰাণ চিকিৎসক

শিশুক দুগ্ধপান কৰোৱাই থাকোতে কাষলতিৰে ওলাল গাখীৰ! হায়ৰাণ চিকিৎসক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.