• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিক্ষকতা ত্যাগ; এডাল্ট ষ্টাৰ হৈ এতিয়া হ’ল কোটিপতি! কিন্তু কেনেকৈ?

শিক্ষকতা ত্যাগ; এডাল্ট ষ্টাৰ হৈ এতিয়া হ’ল কোটিপতি! কিন্তু কেনেকৈ?

5 years ago
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

25 minutes ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

1 hour ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

9 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

10 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

10 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

10 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

11 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

12 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

12 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

13 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

14 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

শিক্ষকতা ত্যাগ; এডাল্ট ষ্টাৰ হৈ এতিয়া হ’ল কোটিপতি! কিন্তু কেনেকৈ?

editor by editor
February 17, 2022
in বিবিধ, বিশ্ব
0
শিক্ষকতা ত্যাগ; এডাল্ট ষ্টাৰ হৈ এতিয়া হ’ল কোটিপতি! কিন্তু কেনেকৈ?
0
SHARES
539
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰথমে আছিল এখন বিদ্যালয়ৰ শিক্ষিয়ত্ৰী৷ সীমিত উপাৰ্জন৷ স্বামীৰ সৈতে সীমিত উপাৰ্জনেৰে সাধাৰণ মধ্যবিত্তীয় জীৱন যাপন৷ দুয়ো স্বামী-স্ত্ৰী এই মধ্যবিত্তীয় জীৱনত অসন্তুষ্ট নাছিল৷ ইয়াৰ পিছতে পত্নীয়ে সলালে জীৱনৰ পথ৷

পত্নীগৰাকী হৈছে ক’ৰ্টনী টিল্লিয়া সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ক’ৰ্টনীৰ মডেল হোৱাৰ চখ আছিল যদিও হৈছিল শিক্ষিয়ত্ৰী৷ ক’ৰ্টনীয়ে শিক্ষকতাৰ বৃত্তি সোমাই মডেলৰ জগতখনত প্ৰৱেশ কৰিব নোৱাৰিলে৷

কিন্তু ক’ৰ্টনীৰ বাবে চ’ছিয়েল মিডিয়াই এই সুযোগ আনি দিলে৷ ক’ৰ্টনীয়ে এডাল্ট চাইট OnlyFansত এটা একাউন্ট খুলিলে৷

একাউন্ট খোলাৰ পিছতে নিজৰ ফ’টো আৰু ভিডিঅ’ আপলোড কৰিবলৈ ধৰিলে৷ সুন্দৰ দেহ গঠনৰ অধিকাৰী ক’ৰ্টনীয়ে কম সময়ৰ ভিতৰতে OnlyFansত অতি জনপ্ৰিয় হৈ উঠে৷

ইয়াৰ মাজতে বিদ্যালয়ৰ কৰ্তৃপক্ষই ক’ৰ্টনীৰ এই কাণ্ডৰ বিষয়ে জানিব পাৰে৷ কৰ্তৃপক্ষই ক’ৰ্টনীৰ স্বামীক মাতি সেই বিষয়ে অৱগত কৰায়৷ স্বামীয়ে কয় যে পত্নী ক’ৰ্টনীক এই ক্ষেত্ৰত তেওঁ সমৰ্থন কৰাই নহয়, সহযোগো কৰি আহিছে৷

ইয়াৰ পিছতে ক’ৰ্টনীয়ে বিদ্যালয়ৰ চাকৰি ত্যাগ কৰে৷ চাকৰি ত্যাগ কৰি ক’ৰ্টনীয়ে স্বামীৰ সহযোগত OnlyFansৰ এডাল্ট চাইট সঘনে ফ’টো আৰু ভিডিঅ’ আপলোড কৰিবলৈ ধৰিলে৷

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে পইচা ভৰি OnlyFans চাইটত সুন্দৰী ক’ৰ্টনীৰ ফ’টো আৰু ভিডিঅ’ চায়৷ এইদৰে ক’ৰ্টনীয়ে এডাল্ট চাইট OnlyFansৰ পৰা মাহে লক্ষাধিক টকা উপাৰ্জন কৰে৷

প্ৰকাশিত খবৰ অনুসৰি ক’ৰ্টনীয়ে উক্ত এডাল্ট চাইটৰ প্ৰথমে ৫০ হাজাৰ পৰা ১ লাখ টকালৈকে উপাৰ্জন কৰিছিল৷ তেওঁ এতিয়া মাহে ৮১ লাখ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷

এইদৰে একালৰ এগৰাকী শিক্ষিয়ত্ৰী ক’ৰ্টনী টিল্লাই এডাল্ট চাইটৰ যোগে এতিয়া কোটিপতিলৈ ৰূপান্তৰ হ’ল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: adult starasom live 24assam live 24axom live 24axom live 24 digitalOnlyFans
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’
বাণিজ্য

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

October 9, 2026
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ
জীৱনশৈলী

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

October 9, 2026
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি
বিশ্ব

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

October 8, 2026
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!
জীৱনশৈলী

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

October 8, 2026
Next Post
খেল পথাৰত এয়া কি কৰিলে বিৰাট কোহলীয়ে? মাইক্ৰফ’নত স্পষ্ট হৈছে বিৰাটৰ কণ্ঠস্বৰ

খেল পথাৰত এয়া কি কৰিলে বিৰাট কোহলীয়ে? মাইক্ৰফ’নত স্পষ্ট হৈছে বিৰাটৰ কণ্ঠস্বৰ

মাত্ৰ ১০ মিনিটতে ১৮৬ কোটি টকা উপাৰ্জন ঝুনঝুনওৱালাৰ! এয়া কেনেকৈ সম্ভৱ হ’ল?

মাত্ৰ ১০ মিনিটতে ১৮৬ কোটি টকা উপাৰ্জন ঝুনঝুনওৱালাৰ! এয়া কেনেকৈ সম্ভৱ হ’ল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.