• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিপদত কেজৰিৱাল; খালিস্তানক সমৰ্থন! : দেশদ্ৰোহৰ গোচৰ দাখিল

বিপদত কেজৰিৱাল; খালিস্তানক সমৰ্থন! : দেশদ্ৰোহৰ গোচৰ দাখিল

5 years ago
ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

1 hour ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

নৱেম্বৰ মাহত এই ৪ ৰাশিৰ বাবে আহিব সুখবৰ!

1 hour ago
অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

2 hours ago
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

3 hours ago
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

3 hours ago
পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

3 hours ago
বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

4 hours ago
ঠাণ্ডাৰ দিনকেইটাত উফিৰ সমস্যাত ভূগিছে নেকি? এইটো হেয়াৰ মাস্ক ব্যৱহাৰ কৰিলে সোনকালেই উপশম হ’ব এই সমস্যাৰ পৰা

আমলখি খোৱাৰ পিছত পানী খালে মিঠা কিয় লাগে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যু, বিনোদন জগতৰ পৰা আহিছে দুঃখবৰ!

5 hours ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

6 hours ago
ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

7 hours ago
ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

বিপদত কেজৰিৱাল; খালিস্তানক সমৰ্থন! : দেশদ্ৰোহৰ গোচৰ দাখিল

editor by editor
February 17, 2022
in ভাৰত, ৰাজনীতি
0
বিপদত কেজৰিৱাল; খালিস্তানক সমৰ্থন! : দেশদ্ৰোহৰ গোচৰ দাখিল
0
SHARES
161
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুখ্য আহ্বায়ক অৰবিন্দ কেজৰিৱালে এক অনাহূত বিপদৰ সন্মুখীন হৈছে৷ দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ তৰা হৈছে৷

 

পঞ্জাৱৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা কেজৰিৱালৰ বিৰুদ্ধে খালিস্তানী বিচ্ছিন্নতাবাদীসকলৰ সৈতে সহযোগিতা কৰাৰ গুৰুতৰ অভিযযোগ উত্থাপন হৈছে৷ এই অভিযোগ উত্থাপন কৰি পঞ্জাৱ প্ৰদেশ কংগ্ৰেছে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে মোহালিৰ এখন আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে৷

 

কংগ্ৰেছ নেতা সন্দীপ দীক্ষিতে আম আদমিৰ প্ৰাক্তন নেতা কুমাৰ বিশ্বাসৰ উদ্ধৃতিৰে অভিযোগ দাখিল কৰি কয় যে বিশ্বাসে ২০১৭ চনৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক খালিস্তানী বিচ্ছিন্নতাবাদীসকলৰ বিৰুদ্ধে সতৰ্ক কৰি দিছিল৷ কিন্তু অৰবিন্দ কেজৰিৱালে কুমাৰ বিশ্বাসৰ সেই সতৰ্ক বাণী উপেক্ষা কৰি খালিস্তানী বিচ্ছিন্নতাবাদীসকলৰহে পক্ষ লৈছিল বুলি দীক্ষিতে অভিযোগ কৰিছে৷

 

দীক্ষিতৰ অভিযোগ মতে কেজৰিৱালে খালিস্তানীসকলৰ বিচ্ছিন্নতাবাদী ধাৰণাটোক কেজৰিৱালে কোনোদিন বিৰোধিতা কৰা নাই৷

 

ইমানেই নহয় কুমাৰ বিশ্বাসৰ উদ্ধৃতিৰে কংগ্ৰেছ নেতা দীক্ষিতৰ মতে পঞ্জাৱ স্বাধীন ৰাষ্ট্ৰ হ’লে অৰবিন্দ কেজৰিৱালে তাৰ প্ৰধানমন্ত্ৰী হোৱাৰো সপোন দেখা বুলি বিস্ফোৰক অভিযোগ কৰিছে ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰি সন্দীপ দীক্ষিতে কেজৰিৱালৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ তৰিছে৷

 

উল্লেখ্য যে পঞ্জাৱ নিৰ্বাচনত কংগ্ৰেছ আৰু আম আদমি পাৰ্টিৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাই চূড়ান্ত শিখৰত আৰোহণ কৰিছে৷ আপে পঞ্জাৱত ক্ষমতা দখলৰ বাবে জীৱন মৰণৰ যুঁজ দিছে৷ ঠিক তেনে সময়তে একালৰ সহযোগী কুমাৰ বিশ্বাসে কেজৰিৱালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি বিস্ফোৰণ ঘটাইছে৷ ইয়াৰ পিছতে কংগ্ৰেছ কেজৰিৱালৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হোৱা দেখা গৈছে৷

 

ইফালে ইয়াৰ পিছতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টিয়ে৷ আপ নেতা ৰাঘৱ চাধাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেজৰিৱালক আক্ৰমণ কৰাৰ বাবে কুমাৰ বিশ্বাসক তীব্ৰ সমালোচনা কৰিছে৷

 

ৰাঘৱে কয় যে কুমাৰ বিশ্বাসে যি ভিত্তিহীন, বিদ্বেষপূৰ্ণ, মনেসজা মন্তব্য কৰিছে সি কেৱল মানহানিকৰে নহয়, ইয়ে ঘৃণা, বিদ্বেষ বিয়পাই সমাজৰ ক্ষতি কৰিব৷ আৰু ই আপৰ বিৰুদ্ধে শত্ৰুতা সৃষ্টিৰ এক নিকৃষ্ট কৌশল৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aaparvidn kejriwalasom live 24assam live 24axom live 24axom live 24 digitalpunjabpunjab congress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!
ভাৰত

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

October 31, 2026
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ
ভাৰত

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

October 31, 2026
কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড
অপৰাধ

কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

October 31, 2026
বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু
বিনোদন

বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

October 31, 2026
Next Post
শিক্ষকতা ত্যাগ; এডাল্ট ষ্টাৰ হৈ এতিয়া হ’ল কোটিপতি! কিন্তু কেনেকৈ?

শিক্ষকতা ত্যাগ; এডাল্ট ষ্টাৰ হৈ এতিয়া হ’ল কোটিপতি! কিন্তু কেনেকৈ?

খেল পথাৰত এয়া কি কৰিলে বিৰাট কোহলীয়ে? মাইক্ৰফ’নত স্পষ্ট হৈছে বিৰাটৰ কণ্ঠস্বৰ

খেল পথাৰত এয়া কি কৰিলে বিৰাট কোহলীয়ে? মাইক্ৰফ’নত স্পষ্ট হৈছে বিৰাটৰ কণ্ঠস্বৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.