• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নায়ক হৰেন্দ্ৰ বৰ্মন : কেনেকৈ ১.৫০ কোটি টকা ধৰা পেলালে কনিষ্টবল হৰেন্দ্ৰ বৰ্মনে?

নায়ক হৰেন্দ্ৰ বৰ্মন : কেনেকৈ ১.৫০ কোটি টকা ধৰা পেলালে কনিষ্টবল হৰেন্দ্ৰ বৰ্মনে?

4 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

2 minutes ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

40 minutes ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

2 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

3 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

3 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

4 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

4 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

5 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

6 hours ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

6 hours ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

20 hours ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

নায়ক হৰেন্দ্ৰ বৰ্মন : কেনেকৈ ১.৫০ কোটি টকা ধৰা পেলালে কনিষ্টবল হৰেন্দ্ৰ বৰ্মনে?

editor by editor
February 17, 2022
in অপৰাধ, অসম
0
নায়ক হৰেন্দ্ৰ বৰ্মন : কেনেকৈ ১.৫০ কোটি টকা ধৰা পেলালে কনিষ্টবল হৰেন্দ্ৰ বৰ্মনে?
0
SHARES
218
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ এগৰাকী সাধাৰণ কনিষ্টবলৰ অসাধাৰণ কামৰ বিষয়ে ক’বলৈ উলাইছো৷ ২ লাখ টকাৰ ঘোচ প্ৰত্যাখ্যান কৰাই নহয় প্ৰায় ১.৫০ কোটি টকা ধৰা পেলাই চৰ্চালৈ অহা এই সাধাৰণ কনিষ্টব গৰাকী হৈছে হৰেন্দ্ৰ বৰ্মন৷ তেওঁ গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত ৰে’ল আৰক্ষী কনিষ্টবলৰূপে কৰ্মৰত৷

যোৱা মংগলবাৰে গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত কনিষ্টবল এই হৰেন্দ্ৰ বৰ্মনেই  ধৰা পেলাইছিল ১ কোটি ৪৮ লাখ ৩০ হাজাৰ ৬০০ টকা৷

কনিষ্টবল হৰেন্দ্ৰ বৰ্মনে নিয়মীয়া তালাচীত এই বৃহৎ পৰিমাণৰ ধনৰাশি ধৰা পেলাইছিল৷ ইয়াৰ পিছতে তিনিজন লোকৰপৰা ৰে’ল আৰক্ষীয়ে এই ধনৰাশি উদ্ধাৰ কৰিছিল৷

তালাচীত ধনখিনি ধৰা পেলোৱাৰ পিছতে হৰেন্দ্ৰ বৰ্মনলৈ ২ লাখ টকা আগবঢ়োৱা হৈছিল৷ অৰ্থাৎ ধৰা পেলোৱা ধনখিনিসহ তিনিজন লোকে তেওঁলোকক এৰি দিবলৈ হৰেন্দ্ৰ বৰ্মনলৈ ভেটি মানে ঘোচ আগবঢ়াইছিল৷ কিন্তু কনিষ্টবল  হৰেন্দ্ৰ বৰ্মনে সততাৰ পৰিচয় দি সেই ধন প্ৰত্যাখ্যান কৰি সমগ্ৰ ধনখিনি জব্দ কৰে৷

ধনখিনি অৰুণাচল প্ৰদেশৰ পৰা অভিশেষ শর্মা নামৰ উত্তৰ প্ৰদেশৰ এজন লোকে লৈ আহিছিল৷ আৰক্ষীয়ে অভিশেষ শৰ্মাৰ লগতে আৰু দুজন লোকক ধনখিনিৰ সৈতে জড়িত থকাৰ অভিযোগত আটক কৰে৷

আটকাধীন লোক দুজন ক্ৰমে উত্তৰ প্ৰদেশৰ উমেশ চান্দ শৰ্মা আৰু দিল্লীৰ পৱন কুমাৰ৷ এই আটাইকেইজন লোককে আৰক্ষীয়ে আটক কৰি তিনিওজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডিবিধ আইনৰ GRP 20/2022/ 120B/417/420/379/34 নম্বৰত গোচৰ ৰুজু কৰিছে৷

ইফালে কনিষ্টবল হৰেন্দ্ৰ বৰ্মনে ২ লাখ টকা ঘোচ প্ৰত্যাখ্যান কৰি প্ৰায় ১.৫০ কোটি টকা জব্দ কৰাৰ বাবে ৰে’লৱে আৰক্ষী অধীক্ষক মায়ংক কুমাৰ ঝাই ধন্যবাদ জ্ঞাপন কৰিছে৷

আনহাতে সততাৰে কৰ্তব্য পালন কৰি জনতাৰ দৃষ্টিত এগৰাকী প্ৰকৃত নায়কৰূপে পৰিচিত হৈ পৰিছে কনিষ্টবল হৰেন্দ্ৰ বৰ্মন৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalguwahati railway stationRPF
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

July 26, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ
অপৰাধ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

July 25, 2026
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ
অপৰাধ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

July 25, 2026
Next Post
বিপদত কেজৰিৱাল; খালিস্তানক সমৰ্থন! : দেশদ্ৰোহৰ গোচৰ দাখিল

বিপদত কেজৰিৱাল; খালিস্তানক সমৰ্থন! : দেশদ্ৰোহৰ গোচৰ দাখিল

শিক্ষকতা ত্যাগ; এডাল্ট ষ্টাৰ হৈ এতিয়া হ’ল কোটিপতি! কিন্তু কেনেকৈ?

শিক্ষকতা ত্যাগ; এডাল্ট ষ্টাৰ হৈ এতিয়া হ’ল কোটিপতি! কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.