• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেন্ট নিপিন্ধাকৈ ৰাস্তাৰে খোজকাঢ়িল মালাইকা : সামাজিক মাধ্যমত ট্ৰলৰ সন্মুখীন

পেন্ট নিপিন্ধাকৈ ৰাস্তাৰে খোজকাঢ়িল মালাইকা : সামাজিক মাধ্যমত ট্ৰলৰ সন্মুখীন

5 years ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

54 minutes ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

1 hour ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

2 hours ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

2 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

3 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

3 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

3 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

5 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

5 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

7 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

8 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পেন্ট নিপিন্ধাকৈ ৰাস্তাৰে খোজকাঢ়িল মালাইকা : সামাজিক মাধ্যমত ট্ৰলৰ সন্মুখীন

editor by editor
February 24, 2022
in বিনোদন, বিবিধ, ভাৰত
0
পেন্ট নিপিন্ধাকৈ ৰাস্তাৰে খোজকাঢ়িল মালাইকা : সামাজিক মাধ্যমত ট্ৰলৰ সন্মুখীন
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজৰ পচন্দৰ পোছাক পিন্ধি ৰাজহুৱা স্থানত বহুবাৰ ট্ৰলৰ সন্মুখীন হৈছে বলিউদৰ তাৰকা মালাইকা আৰোৱা৷

এই ধাৰা অব্যাহত ৰাখি বৃহস্পতিবাৰেও পুনৰ ট্ৰলৰ সন্মুখীন হ’ল বলিউদৰ তাৰকা অৰ্জুন কাপুৰৰ প্ৰেমিকা মালাইকাই৷

বৃহস্পতিবাৰে মালাইকাই এটা বগা হাত দীঘল চাৰ্টৰ ওপৰত পিন্ধিছিল মুগা ৰঙৰ এটা হাফ চুৱেটাৰ৷ চাৰ্টৰ লগতে চুৱেটাৰটো আছিল মালাইকাৰ বাবে ডাঙৰ৷

কঁকালৰ তলত নাছিল অন্য পোছাক৷ চাৰ্ট আৰু চুৱেটাৰটোৱে কঁকালৰ তলৰ কৰঙলৈকে বৈ পৰিছিল৷ সেয়ে চাগে মালাইকাই শৰীৰৰ তলৰ অংশত অন্য পোছাক পিন্ধা নাছিল৷ এই পোছাক পৰিধান কৰি মালাইকাই শান্তাক্ৰুজ স্বাস্থ্য কেন্দ্ৰলৈ খোজকাঢ়ি গৈছিল৷

মালাইকাৰ পিছে পিছে গৈছিল পাপাৰাৎজিৰ দল৷ পাপাৰাৎজিৰ দলে খোজকাঢ়ি যোৱা মালাইকাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰিছিল৷

ইয়াৰ পিছতে মালাইকা সন্মুখীন হৈছে ট্ৰলৰ৷ বহুতে অশ্লীল মন্তব্য কৰা লগতে বহুতে কটুক্তি আৰু তাচ্ছিল্য কৰিছে বলিউদৰ তাৰকাগৰাকীক৷

অৱশ্যে ইয়াৰ পূৰ্বেও নেটিজেনৰ এনে ট্ৰলৰ সন্মুখীন হোৱা মালাইকাই এই সম্পৰ্কে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBollywoodmalaika arora
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
LIFT দিয়াৰ অজুহাতত অপকৰ্ম
অপৰাধ

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

September 26, 2026
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?
ভাৰত

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

September 26, 2026
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

September 26, 2026
Next Post
ভ্লাদিমিৰ পুটিনক হিটলাৰৰ সৈতে মিম পোষ্ট কৰি কৰ্কথনা খালে ইউক্ৰেইনে!

ভ্লাদিমিৰ পুটিনক হিটলাৰৰ সৈতে মিম পোষ্ট কৰি কৰ্কথনা খালে ইউক্ৰেইনে!

বিচ্ছেদৰ পিছতে হত্যাৰ ভাবুকি লাভ : বিস্ফোৰণ দক্ষিণৰ মোহময়ী অভিনেত্ৰী ছামান্থাৰ

বিচ্ছেদৰ পিছতে হত্যাৰ ভাবুকি লাভ : বিস্ফোৰণ দক্ষিণৰ মোহময়ী অভিনেত্ৰী ছামান্থাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.