• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভ্লাদিমিৰ পুটিনক হিটলাৰৰ সৈতে মিম পোষ্ট কৰি কৰ্কথনা খালে ইউক্ৰেইনে!

ভ্লাদিমিৰ পুটিনক হিটলাৰৰ সৈতে মিম পোষ্ট কৰি কৰ্কথনা খালে ইউক্ৰেইনে!

4 years ago
কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

25 seconds ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

31 minutes ago
ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

2 hours ago
গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

2 hours ago
মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

3 hours ago
সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

3 hours ago
টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

3 hours ago
স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

4 hours ago
পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

6 hours ago
বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

6 hours ago
বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

7 hours ago
ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ভ্লাদিমিৰ পুটিনক হিটলাৰৰ সৈতে মিম পোষ্ট কৰি কৰ্কথনা খালে ইউক্ৰেইনে!

editor by editor
February 24, 2022
in বিশ্ব, ৰাজনীতি
0
ভ্লাদিমিৰ পুটিনক হিটলাৰৰ সৈতে মিম পোষ্ট কৰি কৰ্কথনা খালে ইউক্ৰেইনে!
0
SHARES
213
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নিৰ্দেশত ইতিমধ্যে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিলে৷ ইউক্ৰেইনেও ৰাছিয়াৰ আক্ৰমণ প্ৰতিৰোধ কৰা লগতে প্ৰত্যাক্ৰমণ কৰিছে৷

আন্তঃৰাষ্ট্ৰীয় সংবাদ পত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি এই যুদ্ধত দুয়োপক্ষৰে সেনা নিহত হৈছে৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি অতি কমেও ৪০ গৰাকী ইউক্ৰেইনৰ সেনা এই যুদ্ধত নিহত হৈছে৷ ইউক্ৰেইনৰ দাবী যে অতি কমেও ৫০ গৰাকী ৰাছিয়ান সেনাৰ ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণত নিহত হৈছে৷

ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যুদ্ধ ঘোষণা কৰাৰ পিছতে ইউক্ৰেইনে ভ্লাদিমিৰ পুটিনক খলনায়ক সজাইছে৷ ইমানেই নহয় আনকি, দ্বিতীয় বিশ্ব যুদ্ধৰ খলনায়ক এডলফ হিটলাৰেৰে তুলনা কৰি হিটলাৰৰ সৈতে পুটিনৰ এক মিম অৰ্থাৎ কাৰ্টনো প্ৰচাৰ কৰিছে৷

ইউক্ৰেইনৰ অফিচিয়েল টুইটাৰ হেণ্ডলত প্ৰচাৰিত উক্ত কাৰ্টন ছবিখনত ওপৰৰ পৰা হিটলাৰে ভ্লাদিমিৰ গালত চুই আদৰ কৰি থকা দেখা গৈছে৷

pic.twitter.com/IaqFbpayqz

— Ukraine / Україна (@Ukraine) February 24, 2022

এই মিমটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে বিশ্বজুৰি সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন হৈছে ইউক্ৰেইন৷

সামাজিক মাধ্যমত ইউক্ৰেইনক সমালোচনা কৰি কোৱা হৈছে যে যুদ্ধৰ সময়ত এই ধৰণৰ মিম শ্বেয়াৰ কৰাতো উচিত হোৱা নাই৷

ইয়াৰ প্ৰত্যুত্তৰত ইউক্ৰেইন অন্য এক টুইট কৰি কয় যে ‘‘এইটো মিম নহয়, কিন্তু এয়া হৈছে আমাৰ আৰু আপোনাৰ বাস্তৱ৷’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom liev 24axom live 24Russia-Ukraine conflict
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?
জীৱনশৈলী

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

April 24, 2026
হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা
জীৱনশৈলী

হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

April 24, 2026
বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি
জীৱনশৈলী

বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

April 24, 2026
মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?
বিজ্ঞান

মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

April 24, 2026
Next Post
বিচ্ছেদৰ পিছতে হত্যাৰ ভাবুকি লাভ : বিস্ফোৰণ দক্ষিণৰ মোহময়ী অভিনেত্ৰী ছামান্থাৰ

বিচ্ছেদৰ পিছতে হত্যাৰ ভাবুকি লাভ : বিস্ফোৰণ দক্ষিণৰ মোহময়ী অভিনেত্ৰী ছামান্থাৰ

ৰাছিয়াৰ আক্ৰমণ : বিশ্ব সম্প্ৰদায়লৈ ইউক্ৰেইনৰ পাঁচটা কাতৰ আহ্বান

ৰাছিয়াৰ আক্ৰমণ : বিশ্ব সম্প্ৰদায়লৈ ইউক্ৰেইনৰ পাঁচটা কাতৰ আহ্বান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.