• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিচ্ছেদৰ পিছতে হত্যাৰ ভাবুকি লাভ : বিস্ফোৰণ দক্ষিণৰ মোহময়ী অভিনেত্ৰী ছামান্থাৰ

বিচ্ছেদৰ পিছতে হত্যাৰ ভাবুকি লাভ : বিস্ফোৰণ দক্ষিণৰ মোহময়ী অভিনেত্ৰী ছামান্থাৰ

4 years ago
দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

60 minutes ago
জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

2 hours ago
পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

3 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission: ফিটমেণ্ট ফেক্টৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব?

4 hours ago
বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

5 hours ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

19 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

19 hours ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

19 hours ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

20 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

21 hours ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

21 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিচ্ছেদৰ পিছতে হত্যাৰ ভাবুকি লাভ : বিস্ফোৰণ দক্ষিণৰ মোহময়ী অভিনেত্ৰী ছামান্থাৰ

editor by editor
February 24, 2022
in চিনেমা, বিনোদন, ভাৰত
0
বিচ্ছেদৰ পিছতে হত্যাৰ ভাবুকি লাভ : বিস্ফোৰণ দক্ষিণৰ মোহময়ী অভিনেত্ৰী ছামান্থাৰ
0
SHARES
363
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোৱা বৰ্ষৰ অক্টোবৰ মাহত বিবাহ বিচ্ছেদ কৰিছিল দক্ষিণৰ অভিনেতা নাগা চৈতন্য আৰু মোহময়ী অভিনেত্ৰী ছামান্থা প্ৰভুৱে৷

বিচ্ছেদৰ কথা ঘোষণা কৰি নাগা চৈতন্যই সামাজিক মাধ্যমত লিখিছিল, ‘‘বহু আলোচনা আৰু চিন্তা চৰ্চাৰ অন্তত মই আৰু ছেম(ছামান্থা) পৃথক হোৱাৰ সিদ্ধান্ত লৈছো৷ আমাৰ এটা দশকৰো অধিক সময়ৰ বন্ধুত্ব৷ বিশ্বাস কৰিছো, সেই বন্ধুত্ব আমাৰ মাজত বিশেষ ৰূপত অটুত থাকিব৷’’

বিচ্ছেদৰ পিছত ছামান্থাইও মুখ খুলিছে৷ হলিউদৰ অভিনেতা উইল স্মীথৰ কথাৰে ছামান্থাই সামাজিক মাধ্যমত লিখিছে, ‘‘৩০ বছৰ ধৰি ব্যৰ্থতা, বিচ্ছেদ, অপমান, মৃত্যুৰ মাজেৰে আগবাঢ়িছো৷ ধন নষ্ট হৈছে৷ মৃত্যুৰ ভাবুকিও লাভ কৰিছো৷ সংসাৰ ভাঙি গৈছে৷ ব্যক্তিগত সকলো ৰাজহুৱা হৈছে৷ সকলোবোৰ ভাঙি গৈছে৷’’

মোহময়ী অভিনেত্ৰীগৰাকীয়ে আৰু লিখিছে, ‘‘আকৌ এটা এটাকৈ জীৱনৰ ইটা গাঁঠিছো৷ জীৱনত যিয়ে নঘটক কিয়, তোমাৰ সন্মুখত ইটা থাকিবই৷ কথাটো হ’ল, তুমি ইয়াক নতুনকৈ গাঁঠিবা নে নাই!’’

ইয়াৰ পিছত ছামান্থাই মানসিকভাৱে শক্তিশালী হৈ পুনৰ লিখিছে, ‘‘পৰিশ্ৰম কৰা৷ ভুলৰ পৰা শিক্ষা লোৱা৷ আত্মবিশ্লেষণ কৰি নিজকে আকৌ কামত নিয়োজন কৰা৷ কেতিয়াও ভাঙি নপৰিবা৷ হাঁহি আৰু ঠাট্টা থাকিবই৷’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalNaga Chaitanyasamantha prabhu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান
বিনোদন

দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

June 28, 2026
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?
বিনোদন

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

June 27, 2026
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা
অপৰাধ

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

June 27, 2026
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?
ৰাজনীতি

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

June 27, 2026
Next Post
ৰাছিয়াৰ আক্ৰমণ : বিশ্ব সম্প্ৰদায়লৈ ইউক্ৰেইনৰ পাঁচটা কাতৰ আহ্বান

ৰাছিয়াৰ আক্ৰমণ : বিশ্ব সম্প্ৰদায়লৈ ইউক্ৰেইনৰ পাঁচটা কাতৰ আহ্বান

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.