• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

5 years ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

16 minutes ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

45 minutes ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

2 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

3 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

4 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

5 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

5 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

6 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

8 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

8 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ ৭ মাৰ্চ দিনটো...

editor by editor
March 7, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘ— পৰিবেশ অস্থিৰ হ’ব পাৰে, নতুন সংযোগ পাব পাৰে, খৰচ বৃদ্ধি, বস্তু লাভৰ যোগ, ভ্ৰমণ শুভ, শুভ ৰং- আকাশী নীলা, শুভ সংখ্যা- ২

বৃষ— খৰচ বৃদ্ধি, শুভ কামৰ যোগ, শৰীৰ মধ্যম, কৰ্মক্ষেত্ৰত কিছু জটিলতাৰ সন্মুখীন হ’ব পাৰে, শুভ ৰং- বেঙুনীয়া, শুভ সংখ্যা- ৫

SEE MORE: উদ্ধাৰ অভিযান বন্ধ, ৰুছ সেনাৰ গোলাবৰ্ষণ : যুদ্ধবিৰতি উলংঘা ৰাছিয়াৰ!

মিথুন— মাতৃৰ শুভ, শৰীৰ মধ্যম, সন্মান বৃদ্ধি, কৰ্মক্ষেত্ৰত শুভ, আয় বৃদ্ধি, শুভ ৰং- মেৰুণ, শুভ সংখ্যা- ৮

কৰ্কট— মনৰ দৃঢ়তা বৃদ্ধি, কৰ্ম ব্যস্ততা বৃদ্ধি, শত্ৰুৰ পৰা সাৱধান, শিৱ মন্দিৰত পূজা কৰক, দুখীয়াক বস্ত্ৰ দান কৰক, শুভ ৰং- মুগা, শুভ সংখ্যা- ৪

সিংহ— কৰ্মত মধ্যম, নিজৰ সম্পদৰ ওপৰত নজৰ ৰাখক, বন্ধুৰ পৰা সতৰ্ক হওক, ভ্ৰমণত কষ্ট, পাৰিবাৰিক বুজাবুজিৰ অভাৱ, শুভ ৰং- ৰঙা, শুভ সংখ্যা- ৬

SEE MORE: এই লক্ষণ দেখিলেই বুজিব স্ত্ৰী তৃতীয় ব্যক্তিৰ প্ৰতি আসক্ত! সেই লক্ষণসমূহ কি কি?

কন্যা— নিজৰ স্থিতি অটুট ৰাখিব, কৰ্মত মধ্যম, শৰীৰৰ যত্ন লওক, বন্ধুৰ পৰা উৎসাহ পাব, ভ্ৰমণত কষ্ট, শুভ ৰং- পাতল নীলা, শুভ সংখ্যা- ৩

তুলা— কৰ্মত শুভ, ধৈৰ্যৰ সুফল, বিদ্যাত শুভ, ভ্ৰমণত শুভ, বিদ্যাৰ প্ৰতি যত্ন লওক, শুভ ৰং- বগা, শুভ সংখ্যা- ১

বৃশ্চিক— পদোন্নতিৰ যুগ, ধন লালসা বৃদ্ধি, পিছবেলা যান-বাহনৰ পৰা সাৱধান হওক, অৰ্থ নাশ হ’ব পাৰে, শুভ ৰং- হালধীয়া, শুভ সংখ্যা- ৯

SEE MORE: সাৱধান! দিলিট কৰক এই এণ্ড্ৰয়েড এপ, নহ’লে উদং হ’ব একাউণ্টৰ সমুদায় ধন!

ধনু— কৃতিত্ব লাভৰ যুগ, শিল্পী-বিজ্ঞানী-ৰাজনীতিবিদৰ সন্মান বৃদ্ধি, বিদ্যা-বুদ্ধিত শুভ, শুভ ৰং- মাখন, শুভ সংখ্যা- ৪

মকৰ— আশা কৰামতে সুফল পাব, আনে অতিষ্ঠ কৰিব পাৰে, ভ্ৰমণত শুভ, ধৰ্মগুৰু দৰ্শনে আনন্দিত কৰিব, ধনৰ চিন্তা বৃদ্ধি, শুভ ৰং- বগা, শুভ সংখ্যা- ৫

কুম্ভ— ধন আগমনৰ যুগ, শত্ৰু নাশ, জ্ঞানীলোকৰ পৰা উৎসাহ পাব, কৰ্মস্থান মধ্যম, বিদ্যাত শুভ, শুভ ৰং- সেউজীয়া, শুভ সংখ্যা- ৮

মীন— অৰ্থ লাভ, ভ্ৰমণত শুভ, সময় অপচয় নকৰিব, মানসিক স্থিতি দুৰ্বল, সম্পদ লাভ, শুভ ৰং- মুগা, শুভ সংখ্যা- ২

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24astrologyastronomyaxom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!
অসম

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

October 5, 2026
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি
অসম

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

October 5, 2026
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল
অসম

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

October 5, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
Next Post
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : সৰ্বকালৰ অভিলেখ ভংগ কৰিব খাৰুৱা তেলৰ মূল্যই!

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : সৰ্বকালৰ অভিলেখ ভংগ কৰিব খাৰুৱা তেলৰ মূল্যই!

গ্ৰেপ্তাৰ হ’ব অভিনেত্ৰী সোণাক্ষী সিনহা! সোণাক্ষীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পাৰোৱানা জাৰি

গ্ৰেপ্তাৰ হ’ব অভিনেত্ৰী সোণাক্ষী সিনহা! সোণাক্ষীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পাৰোৱানা জাৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.