• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বাধীন অসমৰ স্বপ্নত বিভোৰ একাংশ যুৱ প্ৰজন্ম! পুনৰ আলফা স্বাধীনলৈ গমন ৫ যুৱকৰ

স্বাধীন অসমৰ স্বপ্নত বিভোৰ একাংশ যুৱ প্ৰজন্ম! পুনৰ আলফা স্বাধীনলৈ গমন ৫ যুৱকৰ

4 years ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

5 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

5 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

6 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

6 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

6 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

10 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

11 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

12 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

13 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

14 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

14 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

স্বাধীন অসমৰ স্বপ্নত বিভোৰ একাংশ যুৱ প্ৰজন্ম! পুনৰ আলফা স্বাধীনলৈ গমন ৫ যুৱকৰ

editor by editor
March 18, 2022
in অসম, উত্তৰ-পূব, ৰাজনীতি
0
স্বাধীন অসমৰ স্বপ্নত বিভোৰ একাংশ যুৱ প্ৰজন্ম! পুনৰ আলফা স্বাধীনলৈ গমন ৫ যুৱকৰ
0
SHARES
156
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বাধীন অসমৰ স্বপ্নত পুনৰ বিভোৰ হৈছে যুৱ প্ৰজন্মৰ একাংশ৷ পুনৰ যেন আশী-নব্বৈ দশকৰ আলফাৰ প্ৰতি থকা তেতিয়াৰ যুৱ প্ৰজন্মৰ দৰেই সেই অহৈতুক আকৰ্ষণ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে বৰ্তমানৰ যুৱপ্ৰজন্মৰ মাজত৷

যুৱ প্ৰজন্মৰ একাংশই আলফা স্বাধীনলৈ গমন কৰি যেন সেই কথাকে প্ৰতিপন্ন কৰিছে৷

বিগত কিছু বছৰৰ পৰা ছেগা-চোৰোকাকৈ কিছুসংখ্যক যুৱক-যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰাৰ এই ধাৰা এতিয়া ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷

লগতে পঢ়ক বিবেক অগ্নিহোত্ৰীৰ পুনৰ প্ৰত্যাহ্বান; কাক কি প্ৰত্যাহ্বান দিলে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ নিৰ্দেশকে

বৰং বিগত বছৰবোৰতকৈ এই সোঁত বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে৷ সেই ধাৰাক অধিক তৰান্বিত কৰি বৃহস্পতিবাৰে ৰাজ্যৰ পাঁচজন যুৱকে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰা বুলি জানিব পৰা গৈছে৷

প্ৰকাশিত খবৰ মতে নগাঁৱৰ তন্ময় বৰা, দিগন্ত গোৱালা, সুভাষ সাহা আৰু তিনিচুকীয়াৰ সূৰজ মৰাণ আৰু দৰঙৰ হীৰকজ্যোতি নামৰ পাঁচগৰাকী যুৱকে আলফা(স্বা)ত যোগদান কৰিছে৷

এক সূত্ৰৰ মতে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা বৰ্তমানলৈকে ৰাজ্যখনৰ অতি কমেও ২৯৬ গৰাকী যুৱক-যুৱতীয়ে আলফা(স্বা)ত যোগদান কৰিছে৷

লগতে পঢ়ক এতিয়াও যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে ভাৰতীয় শিক্ষাৰ্থী, কি ক’লে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে?

সম্ভৱতঃ এয়া হৈছে নব্বৈ দশকৰ পিছত অতি কম সময়ৰ ব্যৱধানত বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে আফলা(স্বা) যোগদান কৰাৰ ঘটনা৷

আলফা(স্বা)ৰ প্ৰতি ৰাজ্যৰ যুৱ প্ৰজন্মৰ এই আকৰ্ষণে ৰাজ্যৰ গৃহ বিভাগৰ বাবে উদ্বেগজনক বুলি বিবেচিত হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest News Channal of Assambest news channel in assamBest News Portal in Assamparesh axomulfaULFA(I)
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক
বিজ্ঞান

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

June 20, 2026
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?
বিশ্ব

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

June 20, 2026
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প
বিশ্ব

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

June 20, 2026
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা
বিনোদন

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

June 20, 2026
Next Post
ৰাছিয়াৰ আক্ৰমণত নিহত ইউক্ৰেইনৰ যুৱ সাংসদৰ সাংবাদিক প্ৰেমিকা

ৰাছিয়াৰ আক্ৰমণত নিহত ইউক্ৰেইনৰ যুৱ সাংসদৰ সাংবাদিক প্ৰেমিকা

ৰাছিয়াৰ সৈতে বন্ধুত্বৰ সুফল; ভাৰতে ৰাছিয়াৰ পৰা ৰেহাই মূল্যত লাভ কৰিছে খাৰুৱা তেল!

ৰাছিয়াৰ সৈতে বন্ধুত্বৰ সুফল; ভাৰতে ৰাছিয়াৰ পৰা ৰেহাই মূল্যত লাভ কৰিছে খাৰুৱা তেল!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.