• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবেক অগ্নিহোত্ৰীৰ পুনৰ প্ৰত্যাহ্বান; কাক কি প্ৰত্যাহ্বান দিলে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ নিৰ্দেশকে

বিবেক অগ্নিহোত্ৰীৰ পুনৰ প্ৰত্যাহ্বান; কাক কি প্ৰত্যাহ্বান দিলে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ নিৰ্দেশকে

4 years ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

6 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

6 hours ago
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

7 hours ago
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

7 hours ago
শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

9 hours ago
বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

9 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

10 hours ago
গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

11 hours ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

12 hours ago
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

12 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

13 hours ago
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

বিবেক অগ্নিহোত্ৰীৰ পুনৰ প্ৰত্যাহ্বান; কাক কি প্ৰত্যাহ্বান দিলে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ নিৰ্দেশকে

editor by editor
March 17, 2022
in চিনেমা, ভাৰত, ৰাজনীতি
0
বিবেক অগ্নিহোত্ৰীৰ পুনৰ প্ৰত্যাহ্বান; কাক কি প্ৰত্যাহ্বান দিলে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ নিৰ্দেশকে
0
SHARES
126
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দ্য কাশ্মীৰ ফাইলছৰ পৰিচালনা কৰি দেশ জুৰি চৰ্চা লাভ কৰিছে ছবি নিৰ্দেশক বিবেক অগ্নিহোত্ৰীয়ে৷

বিবেক অগ্নিহোত্ৰীয়ে দেশৰ হিন্দুত্ববাদী সংগঠনকে আদি কৰি সাধাৰণ হিন্দুসকলৰ পৰা দ্য কাশ্মীৰ ফাইলছ নিৰ্মাণ কৰি বিশেষভাৱে প্ৰশংসা লাভ কৰিছে৷ আনকি দেশৰ প্ৰধানমন্ত্ৰী আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলেও প্ৰশংসাৰে ওপচাই পেলাইছে বিবেক অগ্নিহোত্ৰীক৷

১৯৯০ৰ কাশ্মীৰৰ পণ্ডিতসকলক হত্যা আৰু তেওঁলোকৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলোৱা অত্যাচাৰৰ এক বাস্তৱিক কাহিনীৰ ওপৰত নিৰ্মাণ কৰা ছবিখনে সাধাৰণ হিন্দুসকলৰ হৃদয়ও চুই যোৱাৰ কথা সামাজিক মাধ্যমত প্ৰকাশ কৰিছে৷

লগতে পঢ়ক ৫ বছৰীয়া শিশুক ধৰ্ষণ : মহিলাই গছত বান্ধি মৰিয়াই মৰিয়াই হত্যা কৰিলে অভিযুক্তক

কিন্তু দেশৰ মুছলমানসকলৰ লগতে বিৰোধী ৰাজনৈতিক দল আৰু প্ৰগতিশীল লোকসকলে বিবেক অগ্নিহোত্ৰীৰ এই ছবিখনক তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখা গৈছে৷ তেওঁলোকে ৰাজনৈতিক প্ৰৰোচনাৰে বিবেক অগ্নিহোত্ৰীয়ে সাম্প্ৰদায়িক ৰং সানি ছবিখন নিৰ্মাণ কৰা বুলিও অভিযোগ কৰিছে৷

তেওঁলোকে বিবেক অগ্নিহোত্ৰীক দেশৰ ঐক্য সম্প্ৰীতিক বিনষ্ট কৰাৰ লগতে কাশ্মীৰ সাধাৰণ মুছলমান লোককো ভুলকৈ উপস্থাপন কৰি অত্যাচাৰী সজোৱা বুলি গুৰুতৰ অভিযোগো উত্থাপন কৰিছে৷

কিন্তু তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা এই গুৰুতৰ অভিযোগবোৰ নস্যাৎ কৰিছে বিবেক অগ্নিহোত্ৰীয়ে৷ বিবেক অগ্নিহোত্ৰীয়ে দাবী কৰিছে যে কাশ্মীৰ পণ্ডিতসকলৰ ওপৰত কৰা অত্যাচাৰ হাজাৰ হাজাৰ তথ্য তেওঁ দাবী দাখিল কৰিবলৈ সাজু আছে৷

লগতে পঢ়ক বন্দুকেৰে স্বামীক মাৰপিট : ক্ৰন্দৰত সন্তানৰ সন্মুখতে দলিত মহিলাক গণধৰ্ষণ উচ্চ বৰ্ণৰ লোকৰ

নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডলত এখন চিঠি আপলোড কৰি বিবেক অগ্নিহোত্ৰীয়ে লিখিছে ‘‘কোনোবাই মোক প্ৰত্যাহ্বান জনালে অথবা কোনোৱে মোৰ সৈতে বিতৰ্ক কৰিব খুজিলে মই এনে ধৰণৰ হাজাৰ হাজাৰ তথ্য দাখিল কৰিবলৈ সাজু আছো৷’’

বিবেক অগ্নিহোত্ৰীয়ে আপলোড কৰা চিঠিখনত কি লিখা হৈছে? যোগেন নাথ ৰাইনা নামৰ এগৰাকী ব্যক্তিলৈ প্ৰেৰণ কৰা উক্ত চিঠিখনত লিখা আছে ‘‘আপুনি IBত কৰে, আপোনাৰ পত্নীও IBত কৰে৷ আপোনাৰ লগতে তিনি পুত্ৰ, দুই বোৱাৰীৰ সৈতে তেওঁলোকৰ সন্তান সকলোকো আমি হত্যা কৰিম৷ শ্ৰীনগৰলৈ আহিলেই আপোনালোকক হত্যা কৰা হ’ব৷ সাৱধানে থাকক৷’’

তেওঁক সমালোচনা কৰাসকলক লক্ষ্য কৰি এই পত্ৰখনৰ দৰেই আৰু হাজাৰ হাজাৰ মৃত্যুৰ ভাবুকি ভৰা পত্ৰ প্ৰকাশ কৰাৰ প্ৰত্যাহ্বান জনাইছে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে৷

ইফালে তেওঁৰ ছবিখন প্ৰতি উৎসাহজনক মন্তব্য কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে বিবেক অগ্নিহোত্ৰীয়ে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Channel in AssamBest news channel of assamBest News Portal in Assamthe kashmir filesVivek Angnihotri
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!
বিনোদন

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

May 24, 2026
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!
বিনোদন

গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

May 23, 2026
নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি
জীৱনশৈলী

নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি

May 23, 2026
জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ
জীৱনশৈলী

জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

May 23, 2026
Next Post
বৰ্বৰতা! বিদ্যালয় আৰু সাংস্কৃতিক কেন্দ্ৰত আক্ৰমণ; নিহত ২১ আহত ২৫

বৰ্বৰতা! বিদ্যালয় আৰু সাংস্কৃতিক কেন্দ্ৰত আক্ৰমণ; নিহত ২১ আহত ২৫

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.