• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ বছৰীয়া শিশুক ধৰ্ষণ : মহিলাই গছত বান্ধি মৰিয়াই মৰিয়াই হত্যা কৰিলে অভিযুক্তক

৫ বছৰীয়া শিশুক ধৰ্ষণ : মহিলাই গছত বান্ধি মৰিয়াই মৰিয়াই হত্যা কৰিলে অভিযুক্তক

5 years ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

1 hour ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

1 hour ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

2 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

2 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

3 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

5 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

5 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

6 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

6 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

7 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

7 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৫ বছৰীয়া শিশুক ধৰ্ষণ : মহিলাই গছত বান্ধি মৰিয়াই মৰিয়াই হত্যা কৰিলে অভিযুক্তক

editor by editor
March 17, 2022
in অপৰাধ, উত্তৰ-পূব, ভাৰত
0
৫ বছৰীয়া শিশুক ধৰ্ষণ : মহিলাই গছত বান্ধি মৰিয়াই মৰিয়াই হত্যা কৰিলে অভিযুক্তক
0
SHARES
135
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহিলাৰ এটা দলে ধৰ্ষণত অভিযুক্ত এজন লোকক গছত বান্ধি মৰিয়াই মৰিয়াই হত্যা কৰিছে৷

বুধবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ত্ৰিপুৰাৰ ঢালাই জিলাৰ গাণ্ডাছেৰা আৰক্ষীৰ অন্তৰ্গত এক এলেকাত মহিলাৰ এটা গোটে ধৰ্ষণত অভিযুক্ত ৪৬ বছৰীয়া এগৰাকী লোকক গছত বান্ধি মৰিয়াই মৰিয়াই হত্যা কৰিছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে মহিলাৰ প্ৰহাৰত মৃত্যু হোৱা লোকগৰাকী এক হত্যাকাণ্ড সংঘটিত কৰাৰ অপৰাধত আঠ বছৰৰ কাৰাবাস খাটি আহিছিল৷

 

লগতে পঢ়ক পোলেণ্ডৰ কৰোলিনাৰ শিৰত মিছ ৱৰ্ল্ড ২০২১ৰ মুকুট, ১ম ৰাণাৰ-আপ ভাৰতীয় মূলৰ শ্ৰী ছাইনী

যোৱা মংগলবাৰে নিশা অভিযুক্তগৰাকীয়ে এক ধর্মীয় অনুষ্ঠানলৈ মাতৃৰ সৈতে অহা এগৰাকী ৫ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰাৰ বুলি অভিযোগ উঠিছিল৷

অভিযোগ অনুসৰি লোকজনে শিশুটিক সমীপৰ হাবিলৈ নি ধৰ্ষণ কৰি তাতে পেলাই থৈ যায়৷ শিশুটিৰ কান্দোন শুনাৰ পিছতে হাবিৰ সমীপৰ স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱায়৷

স্থানীয় লোকৰ উদ্ধৃতিৰে আৰক্ষীয়ে প্ৰকাশ কৰিছে যে লোকসকলে শিশুটিক হত্যাকাণ্ড সংঘটিত কৰি কাৰাগাৰৰ পৰা মুকলি হৈ অহা লোকজনৰ লগত শেষ মূহূৰ্তত দেখিছিল৷ ইয়াৰ পিছতে স্থানীয় লোকে অভিযুক্ত লোকগৰাকীক গ্ৰেপ্তাৰৰ দাবীত গাণ্ডাছেৰা-অমৰপুৰ ৰাষ্ট্ৰীয় অৱৰোধ কৰে৷

 

লগতে পঢ়ক ৰাজনীতিলৈ আৰু এক ক্ৰিকেটাৰ; ৰাজ্যসভাৰ সাংসদ হ’ব প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং!

কিন্তু ইয়াৰ পিছতে বুধবাৰে পুৱা স্থানীয় লোকে অভিযুক্ত লোকগৰাকীক কৰায়ত্ত কৰি গছত বান্ধি প্ৰহাৰ কৰে৷ মহিলাসকলৰ প্ৰহাৰত অভিযুক্ত লোকগৰাকীৰ অচেতন হৈ পৰে৷

ইয়াৰ পিছতে অভিযুক্তগৰাকীক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আহত লোকগৰাকী চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়৷

অভিযুক্তগৰাকীক গছত বান্ধি প্ৰহাৰ কৰাৰ সমগ্ৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ আনহাতে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamchild rapeRapist killed by women
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি
ভাৰত

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

October 2, 2026
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন
অপৰাধ

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

October 2, 2026
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা
ভাৰত

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

October 2, 2026
Next Post
এতিয়াও যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে ভাৰতীয় শিক্ষাৰ্থী, কি ক’লে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে?

এতিয়াও যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে ভাৰতীয় শিক্ষাৰ্থী, কি ক’লে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে?

বিবেক অগ্নিহোত্ৰীৰ পুনৰ প্ৰত্যাহ্বান; কাক কি প্ৰত্যাহ্বান দিলে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ নিৰ্দেশকে

বিবেক অগ্নিহোত্ৰীৰ পুনৰ প্ৰত্যাহ্বান; কাক কি প্ৰত্যাহ্বান দিলে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ নিৰ্দেশকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.