• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পোলেণ্ডৰ কৰোলিনাৰ শিৰত মিছ ৱৰ্ল্ড ২০২১ৰ মুকুট, ১ম ৰাণাৰ-আপ ভাৰতীয় মূলৰ শ্ৰী ছাইনী

4 years ago
মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

2 hours ago
কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!

শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

3 hours ago
8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

7 hours ago
পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

8 hours ago
PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

9 hours ago
হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী ফেশ্বন

পোলেণ্ডৰ কৰোলিনাৰ শিৰত মিছ ৱৰ্ল্ড ২০২১ৰ মুকুট, ১ম ৰাণাৰ-আপ ভাৰতীয় মূলৰ শ্ৰী ছাইনী

editor by editor
March 17, 2022
in ফেশ্বন, বিশ্ব, ভাৰত
0
পোলেণ্ডৰ কৰোলিনাৰ শিৰত মিছ ৱৰ্ল্ড ২০২১ৰ মুকুট, ১ম ৰাণাৰ-আপ ভাৰতীয় মূলৰ শ্ৰী ছাইনী
0
SHARES
157
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পোলেণ্ড সুন্দৰী কৰোলিনা বিলাউস্কাই ২০২১ বৰ্ষৰ বিশ্ব সুন্দৰী খিতাপ লাভ কৰিছে৷

পুয়েৰোট ৰিকোত অনুষ্ঠিত হোৱা ৭০ সংখ্যক বিশ্ব সুন্দৰী প্ৰতিযোগিতাত পুলিশ সুন্দৰী কৰোলিনাৰ শিৰত ২০২১ৰ বিশ্ব সুন্দৰীৰ মুকুট জিলিকি উঠিল৷

পুয়েৰোট ৰিকোৰ চান জুয়ানৰ কোকা-কোলা মিউজিক হলত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতীয় মূলৰ আমেৰিকান সুন্দৰী শ্ৰী ছাইনীয়ে প্ৰথম ৰাণাৰ-আপৰ সন্মান লাভ কৰিছে৷

ভাৰতীয় মূলৰ আমেৰিকান সুন্দৰী তথা ১ম ৰাণাৰ-আপ শ্ৰী ছাইনী

লগতে পঢ়ক চ্যুটকেচত উদ্ধাৰ ৰাষ্ট্ৰপতি পুটিনক চাইক’পেথ বুলি দাবী কৰা সুন্দৰী মডেলৰ মৃতদেহ!

আনহাতে দ্বিতীয় ৰাণাৰ-আপৰ সন্মান লাভ কৰিছে কোট ডি’আইভ’ৰৰ অলিভিয়া য়াচেই৷

কোভিড পৰিস্থিতিৰ বাবে যোৱা বৰ্ষৰ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন এইবাৰ পলমকৈ অনুষ্ঠিত কৰা হৈছিল৷

ইফালে প্ৰায় ১০০ দেশত পোনপতীয়া সম্প্ৰচাৰ হোৱা প্ৰতিযোগিতাখনত ৬৯ সংখ্যক বিশ্ব সুন্দৰীৰ প্ৰতিযোগিতাৰ বিজয়ী অৰ্থাৎ ২০২০ বৰ্ষৰ বিশ্ব সুন্দৰী টনি-এন সিঙে কাৰোলিনাৰ শিৰত বিজয়ী মুকুট পৰিধান কৰোৱায়৷

লগতে পঢ়ক তীব্ৰ প্ৰতিৰোধ ইউক্ৰেইনৰ : ৭ হাজাৰ ৰুছ সেনাক হত্যা ইউক্ৰেইন সেনাৰ!

মুকুট শিৰত লৈয়ে অশ্ৰুসিক্ত নয়নেৰে কাৰোলিনাই কয়, ‘‘মোৰ নাম ঘোষণা কৰা শুনিয়ে মই হতবাক হৈ পৰিছিলো। মই এতিয়াও এই কথাটো বিশ্বাস কৰিব পৰা নাই। মই গোটেই জীৱন পুয়েৰ্টো ৰিকোৰ এই আশ্চৰ্যকৰ অধ্যায়টো মনত ৰাখিম।’’

২০২১ বৰ্ষৰ বিশ্ব সুন্দৰীৰ মুকুট অৰ্জন কৰা কাৰোলিনা বৰ্তমান মেনেজমেণ্টৰ স্নাতকোত্তৰ ডিগ্ৰী অধ্যয়ন কৰি আছে৷ সাঁতুৰি, স্কুবা ডাইভিং, টেনিছ আৰু বেডমিণ্টন খেলিও ভালপোৱা কাৰোলিনাই মেনেজমেণ্ট বিষয়ত পিএইচডি কৰিবলৈ বিচাৰে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamKarolina BielawskaMiss World 2021Olivia YaceShree Saini
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু
ভাৰত

May 9, 2026
কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?
জীৱনশৈলী

কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

May 9, 2026
পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?
জীৱনশৈলী

পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

May 9, 2026
কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?
জীৱনশৈলী

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

May 9, 2026
Next Post
বন্দুকেৰে স্বামীক মাৰপিট : ক্ৰন্দৰত সন্তানৰ সন্মুখতে দলিত মহিলাক গণধৰ্ষণ উচ্চ বৰ্ণৰ লোকৰ

৫ বছৰীয়া শিশুক ধৰ্ষণ : মহিলাই গছত বান্ধি মৰিয়াই মৰিয়াই হত্যা কৰিলে অভিযুক্তক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন