• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তীব্ৰ প্ৰতিৰোধ ইউক্ৰেইনৰ : ৭ হাজাৰ ৰুছ সেনাক হত্যা ইউক্ৰেইন সেনাৰ!

তীব্ৰ প্ৰতিৰোধ ইউক্ৰেইনৰ : ৭ হাজাৰ ৰুছ সেনাক হত্যা ইউক্ৰেইন সেনাৰ!

4 years ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

26 minutes ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

1 hour ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

2 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

2 hours ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

3 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

4 hours ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

5 hours ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

6 hours ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

7 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

8 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

8 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

তীব্ৰ প্ৰতিৰোধ ইউক্ৰেইনৰ : ৭ হাজাৰ ৰুছ সেনাক হত্যা ইউক্ৰেইন সেনাৰ!

editor by editor
March 17, 2022
in বিশ্ব, ৰাজনীতি
0
তীব্ৰ প্ৰতিৰোধ ইউক্ৰেইনৰ : ৭ হাজাৰ ৰুছ সেনাক হত্যা ইউক্ৰেইন সেনাৰ!
0
SHARES
181
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে ২২ টা দিনত প্ৰৱেশ কৰিছে৷ ৰাছিয়াই যিমান সহজে ইউক্ৰেইনৰ ৰাজধানী কীয়েভ দখল কৰাৰ কথা ভাবিছিল সেয়া বাস্তৱ ক্ষেত্ৰত সম্ভৱপৰ হোৱা নাই৷

ৰাছিয়াই ইউক্ৰেইনৰ প্ৰায় ১০ খন মুখ্য চহৰ দখল কৰিলেও এই পৰ্যন্ত ৰাজধানী কীয়েভ দখল কৰিবলৈ সক্ষম হোৱা নাই৷ ইফালে ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণত ৰাছিয়াৰ বহু যুদ্ধাস্ত্ৰ বিশেষকৈ টেংক ধ্বংস, যুদ্ধ বিমান আৰু হেলিকপ্টাৰ ভূপতিত হৈছে৷

ইমানেই নহয়  ইউক্ৰেইনৰ সেনাৰ প্ৰত্যাক্ৰমণত কে’বাহাজাৰ ৰাছিয়ান সেনা নিহত হোৱাৰ লগতে আহত হৈছে৷

লগতে পঢ়ক কি কি আছে অজন্তা নেওগৰ বাজেটত? এই বাজেটৰ পৰা কোনে কোনে কি পাব?

বৃহস্পতিবাৰে মাৰ্কিন সংবাদ পত্ৰ নিউয়ৰ্ক টাইমছে-এ চোৰাংচোৱা সূত্ৰৰ উদ্ধৃতিৰে দাবী কৰিছে যে এতিয়ালৈকে ইউক্ৰেইন সেনাৰ প্ৰত্যাক্ৰমণত প্ৰায় ৭ হাজাৰ ৰুছ সেনাৰ মৃত্যু হৈছে৷ আনহাতে, গুৰুতৰভাৱে আহত হৈছে প্ৰায় ১,৪০০০ ৰুছ সেনাৰ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ২ মাৰ্চত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিয়ে ছয়দিনীয়া যুদ্ধতে প্ৰায় ৬ হাজাৰ ৰুছ সেনা হত্যা কৰা বুলি দাবী কৰিছিল৷

প্ৰতিবেদনঅনুসৰি, ভ’ল’দিমিৰ জেলেনস্কিৰ বাহিনীয়ে ৰাজধানী কীয়েভকে ধৰি প্ৰতিখন গুৰুত্বপূৰ্ণ চহৰক সুৰক্ষা দিবলৈ শক্তিধৰ ৰুছা সেনাৰ বিৰুদ্ধে মাৰাত্মক প্ৰতিৰোধ আগবঢ়াইছে।

লগতে পঢ়ক ‘অসমত ৩৫% লৈ বৃদ্ধি মুছলমান; এতিয়াৰ পৰা সংখ্যালঘু নহয় মুছলমান’, মুখ্যমন্ত্ৰী ডঃ শৰ্মা

২ মাৰ্চত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে দাবী কৰিছিল যে তেওঁৰ বাহিনীয়ে ছয় দিনীয়া যুদ্ধত ৬,০০০ ৰাছিয়াৰ সৈন্যক হত্যা কৰিছে।

ইফালে ৰাছিয়াৰ সৈন্যই তিনি দিশৰ পৰা ৰাজধানী কীয়েভত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু ইউক্ৰেইনৰ সেনা আৰু অসামৰিক লোকসকলে সুৰক্ষা বেষ্টনীৰ সৃষ্টি কৰি ৰাছিয়ান সেনাক তীব্ৰ প্ৰতিৰোধ আগবঢ়াইছে৷

আনহাতে, বুধবাৰে হেগৰ আন্তৰ্জাতিক ন্যায়ালয়ে মস্কোক ইউক্ৰেইনত সামৰিক অভিযান তৎক্ষণাৎ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।

তাৰ মাজতে ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰাৰ ২১ দিনৰ পিছত বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনে ৰাজহুৱাভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ‘যুদ্ধ অপৰাধী’ বুলি ঘোষণা কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRussia Ukraine invasionUkraine killed Russian troops
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক
বিনোদন

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

July 27, 2026
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?
ৰাজনীতি

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

July 27, 2026
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন
ভাৰত

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

July 27, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
Next Post
চ্যুটকেচত উদ্ধাৰ ৰাষ্ট্ৰপতি পুটিনক চাইক’পেথ বুলি দাবী কৰা সুন্দৰী মডেলৰ মৃতদেহ!

চ্যুটকেচত উদ্ধাৰ ৰাষ্ট্ৰপতি পুটিনক চাইক’পেথ বুলি দাবী কৰা সুন্দৰী মডেলৰ মৃতদেহ!

ৰাজনীতিলৈ আৰু এক ক্ৰিকেটাৰ; ৰাজ্যসভাৰ সাংসদ হ’ব প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং!

ৰাজনীতিলৈ আৰু এক ক্ৰিকেটাৰ; ৰাজ্যসভাৰ সাংসদ হ’ব প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.