• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘অসমত ৩৫% লৈ বৃদ্ধি মুছলমান; এতিয়াৰ পৰা সংখ্যালঘু নহয় মুছলমান’, মুখ্যমন্ত্ৰী ডঃ শৰ্মা

‘অসমত ৩৫% লৈ বৃদ্ধি মুছলমান; এতিয়াৰ পৰা সংখ্যালঘু নহয় মুছলমান’, মুখ্যমন্ত্ৰী ডঃ শৰ্মা

5 years ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

8 minutes ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

30 minutes ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

52 minutes ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

2 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

3 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

4 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

12 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

12 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

12 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

13 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

13 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘অসমত ৩৫% লৈ বৃদ্ধি মুছলমান; এতিয়াৰ পৰা সংখ্যালঘু নহয় মুছলমান’, মুখ্যমন্ত্ৰী ডঃ শৰ্মা

editor by editor
March 16, 2022
in অসম, ৰাজনীতি
0
‘অসমত ৩৫% লৈ বৃদ্ধি মুছলমান; এতিয়াৰ পৰা সংখ্যালঘু নহয় মুছলমান’, মুখ্যমন্ত্ৰী ডঃ শৰ্মা
0
SHARES
305
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এতিয়া অসমৰ মুঠ জনসংখ্যাৰ ৩৫ শতাংশলৈ মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে৷ তেওঁলোক এতিয়াৰে পৰা অসমৰ সংখ্যালঘু নহয়৷ আনকি তেওঁলোক এতিয়াৰে পৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰো সংখ্যালঘু হৈ নাথাকিব৷

অসম বিধানসভাৰ বাজেট অধিবেশনৰ ৰাজ্যপালৰ বাজেট ভাষণৰ বিতৰ্কত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিতৰ্কিত মন্তব্য কৰিছে৷

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে ৯০ দশকত কাশ্মীৰ পণ্ডিতসকলে সন্মুখীন হোৱাৰ সংকটৰ দৰে অসমেও এদিন একে সংকটৰ সন্মুখীন হ’বলৈ গৈ আছে৷ এতিয়াই সতৰ্ক নহ’লে অসমে এদিন কাশ্মীৰ পণ্ডিতসকলৰ দৰেই সংকটত পৰাটো নিশ্চিত৷

 

লগতে পঢ়ক কৰ্মচাৰীৰ বাবে সুখবৰ, প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্মচাৰীক দিব বিশেষ উপহাৰ!

মুখ্যমন্ত্ৰীৰ মতে মুছলমান সম্প্ৰদায়ৰ নেতা তথা বিৰোধী বিধায়কসলে সমান সুযোগ আৰু ক্ষমতা লাভ কৰি আহিছে। সেয়েহে তেওঁলোকে জনজাতীয় লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰা আৰু ভূমি বেদখল নকৰাটো নিশ্চিত কৰাতো তেওঁলোকৰ কৰ্তব্য।

ষষ্ঠ অনুসূচী অঞ্চলত বাস কৰা জনজাতীয় লোকসকলৰ ভূমি বেদখল কৰাতো মুছলমানে বন্ধ কৰিব লাগিব। যদি বৰা আৰু কলিতাই সেই ভূমিত বসতি স্থাপন নকৰে, তেন্তে ইছলাম আৰু ৰহমানেও সেই স্থানবোৰত বসতি স্থাপন কৰাৰ পৰা বিৰত থাকিব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই৷

 

লগতে পঢ়ক ৭ বছৰীয়া শিশু ধৰ্ষণ আৰু হত্যাকাৰীক গুলীয়াই হত্যা অসম আৰক্ষীৰ

অসমীয়া মানুহে সংশয়ত আছে৷ তেওঁলোকৰ সাংস্কৃতি আৰু সভ্যতাক কেনেকৈ ৰক্ষা কৰিব তাকে লৈও তেওঁলোক চিন্তিত হৈছে৷ মুছলমানসকলেও শংকৰী সংস্কৃতি, সত্ৰীয়া সংস্কৃতি সুৰক্ষাৰ বাবে চিন্তা কৰিব লাগিব৷ আজিৰ পৰা দহ পিছৰ আগলৈ আমি সংখ্যালঘু নাছিলো কিন্তু এতিয়া আমি সংখ্যালঘুত পৰিণত হৈছো৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এনে বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য কৰাৰ পিছতে এতিয়া ৰাজ্যৰ সতেচন মহলৰ মাজত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Assam CM Himanta Biswa Sarmaassam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMuslim in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম
অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

October 17, 2026
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?
অসম

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

October 17, 2026
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!
বিশ্ব

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

October 17, 2026
Next Post
কি কি আছে অজন্তা নেওগৰ বাজেটত? এই বাজেটৰ পৰা কোনে কোনে কি পাব?

কি কি আছে অজন্তা নেওগৰ বাজেটত? এই বাজেটৰ পৰা কোনে কোনে কি পাব?

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.