• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭ বছৰীয়া শিশু ধৰ্ষণ আৰু হত্যাকাৰীক গুলীয়াই হত্যা অসম আৰক্ষীৰ

৭ বছৰীয়া শিশু ধৰ্ষণ আৰু হত্যাকাৰীক গুলীয়াই হত্যা অসম আৰক্ষীৰ

4 years ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

8 minutes ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

38 minutes ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

1 hour ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

2 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

2 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

3 hours ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

4 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

5 hours ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

5 hours ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

7 hours ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

7 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৭ বছৰীয়া শিশু ধৰ্ষণ আৰু হত্যাকাৰীক গুলীয়াই হত্যা অসম আৰক্ষীৰ

editor by editor
March 16, 2022
in অপৰাধ, অসম
0
৭ বছৰীয়া শিশু ধৰ্ষণ আৰু হত্যাকাৰীক গুলীয়াই হত্যা অসম আৰক্ষীৰ
0
SHARES
177
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধবাৰে দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত অসম আৰক্ষীয়ে ধৰ্ষণত অভিযুক্ত দুই অভিযুক্তক গুলীয়াই হত্যা কৰিছে৷

গুৱাহাটী গাড়ীগাঁৱৰ কিশোৰীৰ দলৱদ্ধ ধৰ্ষণৰ পাঁচ অভিযুক্তৰ মূল অভিযুক্ত বিকি আলীক পুৱতি নিশা প্ৰায় ১ বজাত গুৱাহাটী মহানগৰ আৰক্ষীয়ে গুলীয়াই হত্যা কৰে৷

এই হত্যাৰ ২৪ টা ঘণ্টা পাৰ নৌহওঁতেই অন্য এক ধৰ্ষণ কাণ্ডৰ অভিযুক্তক আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে৷

ঘটনাৰ বিৱৰণী অনুসৰি ওডালগুৰিৰ শিশু ধৰ্ষণ আৰু হত্যাত অভিযুক্ত ৰাজেশ মুণ্ডা নামৰ লোক গৰাকীক ওডালগুৰি আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে৷

লগতে পঢ়ক সংকটত পুটিন! পুটিনক যুদ্ধ অপৰাধী ঘোষণা আমেৰিকাৰ, আন্তৰ্জাতিক আদালতত হ’ব তদন্ত

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি অভিযুক্ত ৰাজেশ মুণ্ডাই আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলী বৰ্ষণ কৰে৷ আৰক্ষীৰ গুলীত অভিযুক্ত ৰাজেশ মুণ্ডাৰ থিতাতে মৃত্যু হয়৷

উল্লেখ্য যে ৰাজেশ মুণ্ডাৰ বিৰুদ্ধে এগৰাকী ৭ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ ঘটনাৰ বিৱৰণী অনুসৰি ভুক্তভোগী শিশুটি যোৱা ১০ মাৰ্চত চুবুৰীয়াৰ একক বিবাহ অনুষ্ঠানৰ পৰা নিৰুদ্দেশ হৈছিল৷

ইয়াৰ পিছতে ১১ মাৰ্চত ধনশ্ৰী চাহ বাগিচাৰ শ্মশানত শিশুটিৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ ঘটনাটোৰ পিছতে অভিযুক্ত ৰাজেশ মুণ্ডা আত্মগোপন কৰি আছিল৷

লগতে পঢ়ক OYO হোটেলৰ দলৱদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তক গুলীয়াই হত্যা মহানগৰ আৰক্ষীৰ

আৰক্ষীয়ে মংগলবাৰে নিশা অভিযুক্ত ৰাজেশ মুণ্ডাক চাংসাৰিৰ এটা লো ফেক্টৰীৰৰ পৰা কৰায়ত্ত কৰি তদন্তৰ খাতিৰত ঘটনাস্থলীলৈ লৈ যায়৷

ঘটনা সংঘটিত স্থানলৈ লৈ যোৱাত অৱস্থাতে মাজবাটত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে ৰাজেশ মুণ্ডাক গুলীয়াই হত্যা কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24assam police encounteraxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assampolice encounterRapist killed by assam police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’
বিনোদন

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

July 27, 2026
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ
অপৰাধ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

July 27, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

July 26, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
Next Post
কৰ্মচাৰীৰ বাবে সুখবৰ, প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্মচাৰীক দিব বিশেষ উপহাৰ!

কৰ্মচাৰীৰ বাবে সুখবৰ, প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্মচাৰীক দিব বিশেষ উপহাৰ!

ভাৰতক প্ৰত্যাক্ৰমণ বাবে সাজু হৈছিল চিৰ বৈৰী পাকিস্তান! কিন্তু কিয়?

ভাৰতক প্ৰত্যাক্ৰমণ বাবে সাজু হৈছিল চিৰ বৈৰী পাকিস্তান! কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.