• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
OYO হোটেলৰ দলৱদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তক গুলীয়াই হত্যা মহানগৰ আৰক্ষীৰ

OYO হোটেলৰ দলৱদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তক গুলীয়াই হত্যা মহানগৰ আৰক্ষীৰ

5 years ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

35 minutes ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

1 hour ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

2 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

2 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

3 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

4 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

5 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

13 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

13 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

13 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

14 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

OYO হোটেলৰ দলৱদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তক গুলীয়াই হত্যা মহানগৰ আৰক্ষীৰ

editor by editor
March 16, 2022
in অপৰাধ
0
OYO হোটেলৰ দলৱদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তক গুলীয়াই হত্যা মহানগৰ আৰক্ষীৰ
0
SHARES
229
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহানগৰ আৰক্ষীয়ে মহানগৰীৰ চাঞ্চল্যকৰ কিশোৰীৰ দলৱদ্ধ ধৰ্ষণৰ মূল অভিযুক্ত বিকি আলীক গুলীয়াই হত্যা কৰিছে৷

স্মৰ্তব্য যে মহানগৰীৰ গাড়ীগাঁও এগৰাকী কিশোৰীক পাঁচ যুৱকে উপৰ্যুপৰি দলৱদ্ধ ধর্ষণৰ ঘটনাই সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷

ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে পাণবজাৰ মহিলা আৰক্ষী থানাত অভিযোগ দাখিল কৰে৷ ইয়াৰ পিছতে অভিযুক্তসকলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিলেও এজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল৷

 

লগতে পঢ়ক মহানগৰীৰ OYO হোটেলত কিশোৰীক উপৰ্যুপৰি দলৱদ্ধ ধৰ্ষণ পাঁচ যুৱকৰ

মংগলবাৰে নিশা মহানগৰ আৰক্ষীয়ে মূল অভিযুক্ত বিকি আলীক কালাপাহাৰত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ গ্ৰেপ্তাৰৰ পিছতে মূল অভিযুক্ত বিকি আলীয়ে ধৰ্ষণকাণ্ড সংঘটিত কৰা স্থানলৈ নিয়াৰ পথতে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে বিকিলৈ লক্ষ্য কৰি গুলী বৰ্ষণ কৰে৷

নিশা ১.১০ বজাত গুলীবিদ্ধ বিকি আলীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ আৰক্ষীৰ গুলীয়ে বিকিৰ বুকু পিঠিত আঘাত কৰাৰ চিহ্ন স্পষ্ট হৈ আছে৷

উল্লেখ্য যে বিকি আলীৰ গাড়ীগাঁৱৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰে প্ৰেমৰ সম্পৰ্ক আছিল৷ প্ৰথমে বিকিয়ে ঘৰত কোনো নথকা অৱস্থাত কিশোৰী প্ৰেমিকাগৰাকীৰ ঘৰলৈ নি ধৰ্ষণ কৰি সেই দৃশ্য ৰেকৰ্ডিং কৰি ব্লেকমেইলিং কৰাৰ অভিযোগ উঠিছিল৷

 

লগতে পঢ়ক বিধানসভাত জুই বৰষি চৰকাৰক তুলাধুনা বিধায়ক অখিল গগৈৰ; নিস্তব্ধ সদন

ইয়াৰ পিছতে বিকি আলীয়ে প্ৰেমিকা কিশোৰীগৰাকীক মহানগৰীৰ এখন OYO হোটেললৈ নি অন্য চাৰি যুৱকৰ সৈতে দলৱদ্ধভাৱে উপৰ্যুপৰি ধৰ্ষণ কৰি ভিডিঅ’ ৰেকৰ্ডিং কৰে৷ ঘটনাৰ সন্দৰ্ভত অৱশেষত ভু্ক্তভোগী পৰিয়ালৰ লোকে পাণবজাৰ মহিলা আৰক্ষী থানাত গোচৰ ৰুজু কৰে৷

গোচৰ ৰুজুৰ কৰাৰ খবৰ পায়ে পাঁচ অভিযুক্ত পলায়ন কৰি আত্মগোপন কৰে৷ মংগলবাৰে নিশা মূল অভিযুক্ত বিকি আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্তৰ খাতিৰত ঘটনাস্থলীলৈ নিয়াৰ পথত গড়চুকৰ গড়ভাঙ্গাত গুলীয়াই হত্যা কৰে৷

আনহাতে অন্য চাৰি অভিযুক্তক মহানগৰ আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Channel of Assambest news channel in assamBest News Portal in Assamguwahati city policeOYO Hotel GangrapeTeenager's gang rape
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ
অপৰাধ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

October 18, 2026
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ
অপৰাধ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

October 17, 2026
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’
ভাৰত

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

October 17, 2026
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন
অপৰাধ

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

October 16, 2026
Next Post
লক্ষ্য সোণ! পেৰিছ অলিম্পিকৰ লাভলীনা-হিমাৰ দায়িত্ব ল’লে অসম চৰকাৰে

লক্ষ্য সোণ! পেৰিছ অলিম্পিকৰ লাভলীনা-হিমাৰ দায়িত্ব ল’লে অসম চৰকাৰে

সংকটত পুটিন! পুটিনক যুদ্ধ অপৰাধী ঘোষণা আমেৰিকাৰ, আন্তৰ্জাতিক আদালতত হ’ব তদন্ত

সংকটত পুটিন! পুটিনক যুদ্ধ অপৰাধী ঘোষণা আমেৰিকাৰ, আন্তৰ্জাতিক আদালতত হ’ব তদন্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.