• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জেনেৰেল চোলেমানীৰ হত্যাৰ ভয়ংকৰ প্ৰতিশোধ : সংগমৰ সময়তে পুৰুষক ছুৰিকাঘাত যুৱতীৰ

জেনেৰেল চোলেমানীৰ হত্যাৰ ভয়ংকৰ প্ৰতিশোধ : সংগমৰ সময়তে পুৰুষক ছুৰিকাঘাত যুৱতীৰ

4 years ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

15 minutes ago
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

47 minutes ago
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

1 hour ago
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

2 hours ago
মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

2 hours ago
ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

3 hours ago
দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

4 hours ago
২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

4 hours ago
শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

5 hours ago
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

5 hours ago
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

5 hours ago
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

জেনেৰেল চোলেমানীৰ হত্যাৰ ভয়ংকৰ প্ৰতিশোধ : সংগমৰ সময়তে পুৰুষক ছুৰিকাঘাত যুৱতীৰ

editor by editor
March 15, 2022
in অপৰাধ, বিশ্ব
0
জেনেৰেল চোলেমানীৰ হত্যাৰ ভয়ংকৰ প্ৰতিশোধ : সংগমৰ সময়তে পুৰুষক ছুৰিকাঘাত যুৱতীৰ
0
SHARES
287
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত বৰ্ষৰ ৩ জানুৱাৰিত ইৰাণৰ ইছলামিক ৰিভলিউচনৰী গাৰ্ড কৰ্পৰ প্ৰাক্তন কমাণ্ডাৰ কাছিম চোলেমানীৰ মৃত্যুৰ দ্বিতীয় বাৰ্ষিকী হৈ যায়। ২০২০ চনৰ ৩ জানুৱাৰিত বাগদাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্ৰোণ আক্ৰমণত নিহত হৈছিল ইৰাণৰ সামৰিক নেতাগকাৰীৰ৷

ইয়াৰ দুবছৰৰ পিছত এগৰাকী ২১ বছৰীয়া যুৱতীয়ে ভয়ংকৰ ধৰণেৰে ছোলেমানীৰ মৃত্যুৰ প্ৰতিশোধ লৈছিল। প্ৰকাশ পোৱা অনুসৰি যুৱতীগৰাকীয়ে যৌন সম্ভোগ কৰি থকা সময়ত এজন আমেৰিকান পুৰুষক চুৰিৰে আঘাত কৰি হত্যাৰ চেষ্টা কৰিছিল৷

কেনেকৈ সংঘটিত কৰিছিল এই ঘটনা–

ভয়ংকৰ ঘটনাটো সংঘটিত হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ল’ছ ভেগাছত। অনুসন্ধানকাৰী আৰক্ষী বিষয়াসকলে প্ৰকাশ কৰিছে যে ২১ বছৰীয়া যুৱতীগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্ৰোণ আক্ৰমণত নিহত এজন ইৰানী সামৰিক নেতাৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ ল’ছ ভেগাছৰ নেভাডাৰ এখন হোটেলত এজন আমেৰিকানক চুৰিৰে আক্ৰমণ কৰে।

লগতে পঢ়ক কাইলৈ পৰা ১২-১৪ বছৰীয়া কিশোৰ-কিশোৰীৰ কোভিড টিকাকৰণ, কেনেকৈ কৰিব পঞ্জীয়ন?

ল’ছ ভেগাছ আৰক্ষীয়ে প্ৰকাশ কৰা মতে যুৱতীগৰাকীৰ নাম নিকা নিকাউবিন। নিকাই ‘প্লেণ্টি অফ ফিছ’ নামৰ এটা ডেটিং ৱেবছাইটত আমেৰিকাজনৰ সৈতে বাৰ্তালাপ আৰম্ভ কৰে। ডেটিং ৱেবছাইটোৰ কথোপকথনৰ পিছত দুয়ো ৫ মাৰ্চত হেণ্ডাৰচন এলেকাৰ চানছেট ষ্টেচন হোটেলত সাক্ষাৎ কৰে।

তেওঁলোকে হোটেলৰ ১৪ তম মহলাত এটা কোঠা ভাড়ালৈ লয়। ইয়াৰ পিছতে আমেৰিকানজনৰ চকুত পটি বান্ধি তেওঁলোক যৌন সম্ভোগ কৰে। যৌন সম্ভোগৰ মাজতে নিকাই কোঠাটোৰ লাইটবোৰ অফ কৰি দিয়ে৷ ইয়াৰ কেইমিনিটমানৰ পিছতেমানুহজনে তেওঁৰ ডিঙিত বিষ অনুভৱ কৰে।

লাইট জ্বলাই চকু মেলি মানুহজনে দেখে যে তেওঁ ডিঙিৰ পৰা তেজ ওলাই আছে আৰু নিকাৰ হাতখন তেজৰ দাগ থকা এখন চুৰি। তাৰ পিছত নিকাক ঠেলা মাৰি দি লোকজনে জৰুৰী সেৱাৰ নম্বৰত ফোন কৰে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি নিশা প্ৰায় ১০.৩০ বজাত উক্ত হোটেলৰ পাৰ এটা ফোন কল পাইছিল।

লগতে পঢ়ক যুদ্ধৰ নতুন মোৰ! ৰাছিয়ান সেনাক আত্মসমৰ্পণৰ আহ্বান ইউক্ৰেইন ৰাষ্ট্ৰপতি জেলেনলস্কিৰ

ঘটনা সংঘটিত কৰিয়ে নিকা কোঠাটোৰ পৰা পলাই সক্ষম হয়। অৱশ্যে পলাই যাওঁতে তেওঁ হোটেলৰ কৰ্মচাৰীসকলক কৈ যায় যে তেওঁ কোঠাটোত কাৰোবাক চুৰিৰে আঘাত কৰি আহিছে।

পিছত আৰক্ষীয়ে অভিযান চলাই নিকাক গ্ৰেপ্তাৰ কৰে৷ নিকাই দাবী কৰে যে তেওঁ কাচেম চোলেমানীৰ মৃত্যুৰ প্ৰতিশোধ ল’ব বিচাৰিছিল। অৱশ্যে নিকাই লোকজনক হত্যা কৰাৰ উদ্দেশ্য নাছিল বুলিও উল্লেখ কৰিছে৷

ইফালে আৰক্ষীৰ মতে, জেৰাৰ সময়ত নিকাই কাচেম চোলেইমানীক আমেৰিকাই সম্পূৰ্ণ অন্যায় ভাৱে হত্যা কৰি ভুল কৰা বুলি দাবী কৰিছে৷ নিকাই আৰক্ষীক কয় যে ‘‘গ্ৰেভ ডিগাৰ’’ নামৰ এটা গান শুনাৰ পিছতে তেওঁ প্ৰতিশোধ ল’বলৈ অনুপ্ৰাণিত হৈছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?
জীৱনশৈলী

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

May 6, 2026
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?
অপৰাধ

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

May 5, 2026
পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি
বাণিজ্য

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

May 3, 2026
ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!
অসম

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

April 28, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

OYO হোটেলৰ দলৱদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তক গুলীয়াই হত্যা মহানগৰ আৰক্ষীৰ

OYO হোটেলৰ দলৱদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তক গুলীয়াই হত্যা মহানগৰ আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.