• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধৰ নতুন মোৰ! ৰাছিয়ান সেনাক আত্মসমৰ্পণৰ আহ্বান ইউক্ৰেইন ৰাষ্ট্ৰপতি জেলেনলস্কিৰ

যুদ্ধৰ নতুন মোৰ! ৰাছিয়ান সেনাক আত্মসমৰ্পণৰ আহ্বান ইউক্ৰেইন ৰাষ্ট্ৰপতি জেলেনলস্কিৰ

4 years ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

9 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

10 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

10 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

11 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

12 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

13 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

13 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

14 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

14 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

15 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

16 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

যুদ্ধৰ নতুন মোৰ! ৰাছিয়ান সেনাক আত্মসমৰ্পণৰ আহ্বান ইউক্ৰেইন ৰাষ্ট্ৰপতি জেলেনলস্কিৰ

editor by editor
March 15, 2022
in বিশ্ব, ৰাজনীতি
0
যুদ্ধৰ নতুন মোৰ! ৰাছিয়ান সেনাক আত্মসমৰ্পণৰ আহ্বান ইউক্ৰেইন ৰাষ্ট্ৰপতি জেলেনলস্কিৰ
0
SHARES
365
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ অব্যাহত আছে৷ যিমান সহজে ৰাছিয়াই ৰাজধানী কীয়েভ দখল কৰাৰ কথা ভাবিছিল সেয়া সিমান সহজ হৈ থকা নাই৷ ইউক্ৰেইনৰ কেবাখনো চহৰক ধ্বংসস্তূপত পৰিণত কৰিলেও ৰাছিয়াই ইউক্ৰেইনৰ সেনাৰ পৰা প্ৰৱল প্ৰতিৰোধ আৰু প্ৰত্যাক্ৰণৰ সন্মুখীন হৈছে৷

ইয়াৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিয়ে ৰুছ সেনাক আত্মসৰ্পণৰ বাবে আহ্বান জনাইছে৷ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মতে ভয়ংকৰ পৰাজয়ৰ সন্মুখীন হোৱাতকৈ ৰাছিয়ান সেনাই আত্মসমৰ্পণ কৰি নিজৰ প্ৰাণ ৰক্ষা কৰা উচিত৷

লগতে পঢ়ক ২৬ মাৰ্চৰ পৰা IPL : প্ৰৱৰ্তন কৰা হৈছে কে’বাটাও নতুন নিয়ম, সেই নিয়মসমূহ কি কি?

যোৱা নিশা টিভিত দেশবাসীৰ লগতে বিশ্ববাসীক সম্বোধন কৰি জেলেনস্কিয়ে কয় যে ৰাছিয়াই এই যুদ্ধৰ পৰা একো লাভ কৰিবলৈ নাই৷

‘‘মই জানো, তোমালোকে জীয়াই থাকিবলৈ বিচৰা৷ তোমালোকে আত্মসমৰ্পণ কৰিলে মানৱীয় শুশ্ৰূষা লাভ কৰিবা৷’’ ৰুছ সেনাক উদ্দেশ্যি জেলেনস্কিয়ে কয়৷

ইফালে ৰাছিয়াৰ আক্ৰমণ অব্যাহত থকাৰ মাজতে ইউক্ৰেইনৰ এক কূটনৈতিক সফলতা লাভ কৰা দেখা গৈছে৷ মংগলবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিক সাক্ষাৎ কৰিবলৈ পোলেণ্ড, চেক ৰিপাব্লিক আৰু শ্লোভিয়াৰ প্ৰধানমন্ত্ৰীয়ে কীয়েভ ভ্ৰমণ কৰিছে৷

লগতে পঢ়ক পুনৰ নগাঁৱত উপস্থিত IPS আনন্দ মিশ্ৰ! কাষত পাই পূৰ্বৰ সতীৰ্থসকলৰ পাৰ ভঙা আনন্দ

পোলেণ্ড চৰকাৰে এক বিবৃতিত কৈছে যে এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ‘‘ইউক্ৰেইনৰ সাৰ্বভৌমত্ব আৰু স্বাধীনতাৰ বাবে সমগ্ৰ ইউৰোপীয় ইউনিয়নৰ দ্ব্যর্থহীন সমৰ্থন নিশ্চিত কৰা আৰু ইউক্ৰেইনৰ বাবে এক বিস্তৃত পেকেজৰ ব্যৱস্থা কৰা৷’’

অৱশ্যে, অৱৰুদ্ধ ৰাজধানীৰ কৰ্তৃপক্ষই মঙলবাৰে স্থানীয় সময় অনুসৰি ২০:০০ বজাত ৩৫ ঘণ্টাৰ বাবে সান্ধ্য আইন জাৰি কৰাৰ কথা ঘোষণা কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalPoland Prime MinisterRussia Ukraine invasionUkraine PrsidentUkraine warvolodymyr zelensky
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!
অসম

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

April 29, 2026
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?
অসম

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

April 29, 2026
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?
বিশ্ব

কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?

April 25, 2026
Next Post
কাইলৈ পৰা ১২-১৪ বছৰীয়া কিশোৰ-কিশোৰীৰ কোভিড টিকাকৰণ, কেনেকৈ কৰিব পঞ্জীয়ন?

কাইলৈ পৰা ১২-১৪ বছৰীয়া কিশোৰ-কিশোৰীৰ কোভিড টিকাকৰণ, কেনেকৈ কৰিব পঞ্জীয়ন?

বিধানসভাত জুই বৰষি চৰকাৰক তুলাধুনা বিধায়ক অখিল গগৈৰ; নিস্তব্ধ সদন

বিধানসভাত জুই বৰষি চৰকাৰক তুলাধুনা বিধায়ক অখিল গগৈৰ; নিস্তব্ধ সদন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.