• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৬ মাৰ্চৰ পৰা IPL : প্ৰৱৰ্তন কৰা হৈছে কে’বাটাও নতুন নিয়ম, সেই নিয়মসমূহ কি কি?

২৬ মাৰ্চৰ পৰা IPL : প্ৰৱৰ্তন কৰা হৈছে কে’বাটাও নতুন নিয়ম, সেই নিয়মসমূহ কি কি?

4 years ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

22 minutes ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

56 minutes ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

2 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

2 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

4 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

4 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

5 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

5 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

7 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

7 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

8 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

২৬ মাৰ্চৰ পৰা IPL : প্ৰৱৰ্তন কৰা হৈছে কে’বাটাও নতুন নিয়ম, সেই নিয়মসমূহ কি কি?

editor by editor
March 15, 2022
in ক্ৰীড়া, ভাৰত
0
২৬ মাৰ্চৰ পৰা IPL : প্ৰৱৰ্তন কৰা হৈছে কে’বাটাও নতুন নিয়ম, সেই নিয়মসমূহ কি কি?
0
SHARES
166
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অহা ২৬ মাৰ্চৰ পৰা ২০২২ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অনুষ্ঠিত হ’ব৷ ২৬ মাৰ্চত চলিত বৰ্ষৰ প্ৰথমখম মেচ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ডিফেণ্ডিং চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’ব৷

ইতিমধ্যে আইপিএলৰ প্ৰস্তুতি তুংগত উঠিছে৷ এইবাৰ আইপিএলত কিছুমান নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে৷ তলত নিয়মসমূহ উল্লেখ কৰা হৈছে৷

১. কোভিড-১৯ নিয়মঃ বিগত বছৰ কোভিড পৰিস্থিতিৰ বাবে বিশেষ নিয়ম প্ৰৱৰ্তন কৰা হৈছিল৷ কোভিড-১৯ত আক্ৰান্ত হৈ কোনো দলে ১১ খন খেল খেলিব নোৱাৰিলে বিচিচিআইয়ে নিৰ্দিষ্ট মেচখন পুনৰ অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰাৰ ব্যৱস্থা আছিল। আৰু পুনৰ মেচখন অনুষ্ঠিত নহ’লে মেচখন খেলিব নোৱাৰা দলটোক পৰাস্ত হোৱা বুলি গণ্য কৰি প্ৰতিপক্ষক ২ পইণ্ট প্ৰদান কৰাৰ নিয়ম হৈছিল৷

লগতে পঢ়ক হিজাব বিতৰ্ক : কৰ্ণাটক উচ্চ ন্যায়ালয়ত মুখথেকেচা হিজাব সমৰ্থনকাৰী শিক্ষাৰ্থী

২. আইপিএল ২০২২ৰ নিয়মঃ চলিত বৰ্ষৰ আইপিএলত এই ব্যৱস্থাটো বিচিচিআইয়ে আঁতৰাই দিছে৷ এই নিয়মটো সলনি কৰি এনে পৰিস্থিতিৰ সৃষ্টি হ’লে ইয়াৰ সিদ্ধান্ত গ্ৰহণৰ বাবে আইপিএল কাৰিকৰী সমিতিলৈ প্ৰেৰণ কৰা হ’ব। অৱশ্যে, কোভিড পৰিস্থিতিৰ বাবে কোনো এখন মেচ অনুষ্ঠিত কৰিব নোৱাৰিলে পুনৰ সেই মেচখন অনুষ্ঠিত কৰাৰ চেষ্টা কৰা হ’ব৷

৩. DRSৰ ৰেফাৰেলৰ সংখ্যা বৃদ্ধিঃ ইফালে আইপিএলত DRS পদ্ধতি ৰেফাৰেল সংখ্যা এখেন মেচৰ বাবে প্ৰতিটো দললৈ পূৰ্বৰ ১টাৰ পৰা দুটালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷

৪. নতুন বেটছমেনৰ নিয়মঃ আইপিএল ২০২২ত বিচিচিআইয়ে মেৰিলেব’ণ ক্ৰিকেট ক্লাবৰ (এমচিচি) দ্বাৰা পৰিৱৰ্তিত কেচ আউট হোৱাৰ পিছত নতুন বেটছমেনৰ দিশ সলনি অৰ্থাৎ ক্ৰীজ সলনি কৰিব নোৱাৰা নতুন নিয়মটো বলৱৎ কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া কেচ আউট হোৱাৰ বেটছমেনজনৰ পিছত ক্ৰীজলৈ অহা বেটছমেনেনে ষ্ট্ৰাইক ল’ব লাগিব। অৱশ্যে যদি অ’ভাৰৰ অন্তিম বলত আউট হয় তেন্তে নতুন বেটছমেনজনে ননষ্ট্ৰাইক ষ্টেণ্ডতে থাকিব।

লগতে পঢ়ক ‘বাঘৰ নেগুৰেৰে কাণ খজুৱাই’ কাণত ধৰি উঠা বহা কৰিবলৈ বাধ্য হ’ল বিশ্ববিদ্যালয়ৰ ছাত্ৰী

৪. আইপিএল ২০২২ত চুপাৰ অভাৰ নিয়মঃ  বিচিচিআইয়ে সিদ্ধান্ত লৈছে যে কোনো মেচত ড্ৰ হ’লে এইবাৰ চুপাৰ অ’ভাৰৰ ব্যৱস্থা নাথাকিব৷ টাই নিৰ্ণয় কৰিবলৈ পইণ্ট তালিকাত অধিক পইণ্ট থকা দলটোক বিজয়ী ঘোষণা কৰা হ’ব৷

৫. প্লে-অফ আৰু ফাইনেল ভেন্যুঃ আইপিএল ২০২২ৰ লীগ পৰ্যায়ৰ মেচসমূহ মুম্বাই আৰু পুনেৰ বিভিন্ন স্থানত অনুষ্ঠিত হ’ব। অৱশ্যে, বিচিচিআইয়ে ১০ টা দলক জনাইছে যে তেওঁলোকৰ বিবেচনাৰ ভিত্তিত এখন স্থানত আইপিএল প্লে-অফ আৰু ফাইনেল মেচ অনুষ্ঠিত কৰিব পাৰে। আহমেদাবাদক প্লে-অফ আৰু ফাইনেল মেচৰ বাবে প্ৰথম প্ৰছন্দ বুলিও কোৱা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamiplIPL 2022
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?
বিনোদন

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

July 7, 2026
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে
বিনোদন

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

July 7, 2026
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?
বিনোদন

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

July 7, 2026
Next Post
‘অতি ভাল ছবি…’, ‘দ্য কাশ্মীৰ ফাইলছ’ চাবলৈ সকলোকে আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

‘অতি ভাল ছবি...’, ‘দ্য কাশ্মীৰ ফাইলছ’ চাবলৈ সকলোকে আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

যুদ্ধৰ নতুন মোৰ! ৰাছিয়ান সেনাক আত্মসমৰ্পণৰ আহ্বান ইউক্ৰেইন ৰাষ্ট্ৰপতি জেলেনলস্কিৰ

যুদ্ধৰ নতুন মোৰ! ৰাছিয়ান সেনাক আত্মসমৰ্পণৰ আহ্বান ইউক্ৰেইন ৰাষ্ট্ৰপতি জেলেনলস্কিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.