• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংকটত পুটিন! পুটিনক যুদ্ধ অপৰাধী ঘোষণা আমেৰিকাৰ, আন্তৰ্জাতিক আদালতত হ’ব তদন্ত

সংকটত পুটিন! পুটিনক যুদ্ধ অপৰাধী ঘোষণা আমেৰিকাৰ, আন্তৰ্জাতিক আদালতত হ’ব তদন্ত

4 years ago
১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

5 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

6 hours ago
বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

7 hours ago
হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

7 hours ago
Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়

Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়

8 hours ago
পিয়ন, কেৰানিৰ পৰা অফিচাৰ, অষ্টম দৰমহা কমিছনত দৰমহা কাৰ কিমান বাঢ়িব?

পিয়ন, কেৰানিৰ পৰা অফিচাৰ, অষ্টম দৰমহা কমিছনত দৰমহা কাৰ কিমান বাঢ়িব?

9 hours ago
ঘৰত থাকিয়েই পাওক আঢ়ৈ লাখ টকা! বয়স্কসকলৰ বাবে প’ষ্ট অফিচৰ বেষ্ট স্কিম কি কি?

ঘৰত থাকিয়েই পাওক আঢ়ৈ লাখ টকা! বয়স্কসকলৰ বাবে প’ষ্ট অফিচৰ বেষ্ট স্কিম কি কি?

10 hours ago
কেইটামান দিনৰ পাছতেই বক্ৰী হ’ব বৃহস্পতি, গুৰুগ্ৰহৰ ওলোটা চলনত শুভ সময় আৰম্ভ এই ৪ৰাশিৰ

কেইটামান দিনৰ পাছতেই বক্ৰী হ’ব বৃহস্পতি, গুৰুগ্ৰহৰ ওলোটা চলনত শুভ সময় আৰম্ভ এই ৪ৰাশিৰ

11 hours ago
জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

11 hours ago
২০ নৱেম্বৰত ৩ ৰাশিৰ অগ্ৰগতি-সাফল্যত বাধা, বুধ আৰু শনিৰ সংযোগত মালামাল হ’ব কোন কোন?

২০ নৱেম্বৰত ৩ ৰাশিৰ অগ্ৰগতি-সাফল্যত বাধা, বুধ আৰু শনিৰ সংযোগত মালামাল হ’ব কোন কোন?

1 day ago
২০২৬ত পদে পদে পৰীক্ষা, এই চৰ্ততেই পাছ কৰাই নিব শনিয়ে, এই তিনি ৰাশিৰ ধৈৰ্য্যই অস্ত্ৰ

২০২৬ত পদে পদে পৰীক্ষা, এই চৰ্ততেই পাছ কৰাই নিব শনিয়ে, এই তিনি ৰাশিৰ ধৈৰ্য্যই অস্ত্ৰ

1 day ago
এজন নিৰ্ভেজাল কমিউনিষ্টেই হ’ল নিউয়ৰ্কৰ মেয়ৰ! ট্ৰাম্পে হাৰিব বুলি দাবী কৰা মেয়ৰ জোহৰান মামদানিৰ আছে ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক

এজন নিৰ্ভেজাল কমিউনিষ্টেই হ’ল নিউয়ৰ্কৰ মেয়ৰ! ট্ৰাম্পে হাৰিব বুলি দাবী কৰা মেয়ৰ জোহৰান মামদানিৰ আছে ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 7, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

সংকটত পুটিন! পুটিনক যুদ্ধ অপৰাধী ঘোষণা আমেৰিকাৰ, আন্তৰ্জাতিক আদালতত হ’ব তদন্ত

editor by editor
March 16, 2022
in বিশ্ব, ৰাজনীতি
0
সংকটত পুটিন! পুটিনক যুদ্ধ অপৰাধী ঘোষণা আমেৰিকাৰ, আন্তৰ্জাতিক আদালতত হ’ব তদন্ত
0
SHARES
143
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ যুদ্ধবাজ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইটোৰ পিছত সিটো সংকটৰ সন্মুখীন হৈছে৷ ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ অব্যাহত ৰখাৰ ফলত ইউৰোপীয় ইউনিয়নৰ লগতে আমেৰিকা, কানাডাসহ বিশ্বৰ প্ৰায়বোৰ দেশৰ অৰ্থনৈতিক আৰু বাণিজ্যিকসহ সকলো ধৰণৰ প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছে৷

ইয়াৰ মাজতে এতিয়া ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক যুদ্ধ অপৰাধী ঘোষণা কৰিছে আমেৰিকাই৷ আমেৰিকাই এই ঘোষণা কৰি কৈছে যে আন্তজাৰ্তিক আদালতত পুটিনৰ বিৰুদ্ধে তদন্তৰ লগতে বিচাৰ চলোৱা হ’ব৷

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণক তীব্ৰ গৰিহণা দি আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটে সৰ্বসন্মতিক্ৰমে এই ঘোষণা কৰি কয় যে আন্তৰ্জাতিক অপৰাধ আদালতত ৰাছিয়াৰ সামৰিক বাহিনীয়ে সংঘটিত কৰা অপৰাধসমূহৰ তদন্ত কৰা হ’ব৷

 

লগতে পঢ়ক OYO হোটেলৰ দলৱদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তক গুলীয়াই হত্যা মহানগৰ আৰক্ষীৰ

‘‘ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই কৰা অত্যাচাৰ আৰু নিৰ্যাতনৰ বাবে পুটিনে নিজৰ দায়ৱদ্ধতা এৰাই চলিব নোৱাৰে৷’’ ডেমক্ৰেট চিনেটৰ চাক স্কামাৰে এইদৰে কয়৷

উল্লেখ্য যে বুধবাৰে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে ২১ টা দিনত প্ৰৱেশ কৰিছে৷ ৰাছিয়াৰ সৈন্য বাহিনীয়ে এই ২১ টা দিনত ইউক্ৰেইনৰ ১০ খন মুখ্য চহৰ দখল কৰিছে৷

ইফালে ৰাছিয়ান সেনাই প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিলেও ইউক্ৰেইনৰ ৰাজধানী কীয়েভ দখলৰ অভিযান অব্যাহত ৰাখিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: American Senateasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRussia Ukraine invasionUS Senate
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?
অসম

হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

November 6, 2025
সীমা-ছুইটী-সৰস্বতীঃ ভোটাৰ তালিকাত ভিন্ন নাম, ছবিত ব্ৰাজিলৰ মডেল, বিজেপি দলৰ বিৰুদ্ধে ডাঙৰ অভিযোগ আনি কি প্ৰমাণ দিছে ৰাহুল গান্ধীয়ে?
জীৱনশৈলী

সীমা-ছুইটী-সৰস্বতীঃ ভোটাৰ তালিকাত ভিন্ন নাম, ছবিত ব্ৰাজিলৰ মডেল, বিজেপি দলৰ বিৰুদ্ধে ডাঙৰ অভিযোগ আনি কি প্ৰমাণ দিছে ৰাহুল গান্ধীয়ে?

November 5, 2025
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ
জীৱনশৈলী

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

November 4, 2025
ভাৰতৰ এক শতাংশ ধনকুবেৰৰ সম্পত্তি আঢ়ৈ দশকত বাঢ়িছে ৬২শতাংশ, ৰিপৰ্ট দাঙি ধৰি কি সমস্যাৰ ইংগিত বুলি কৈছে জি-২০ বিশেষজ্ঞই?
জীৱনশৈলী

ভাৰতৰ এক শতাংশ ধনকুবেৰৰ সম্পত্তি আঢ়ৈ দশকত বাঢ়িছে ৬২শতাংশ, ৰিপৰ্ট দাঙি ধৰি কি সমস্যাৰ ইংগিত বুলি কৈছে জি-২০ বিশেষজ্ঞই?

November 4, 2025
Next Post
ঘৰত বলপূৰ্বক প্ৰৱেশেৰে সহায়িকাক ধৰ্ষণ প্ৰধান শিক্ষকৰ, আত্মহনন সহায়িকাৰ

ঘৰত বলপূৰ্বক প্ৰৱেশেৰে সহায়িকাক ধৰ্ষণ প্ৰধান শিক্ষকৰ, আত্মহনন সহায়িকাৰ

৭ বছৰীয়া শিশু ধৰ্ষণ আৰু হত্যাকাৰীক গুলীয়াই হত্যা অসম আৰক্ষীৰ

৭ বছৰীয়া শিশু ধৰ্ষণ আৰু হত্যাকাৰীক গুলীয়াই হত্যা অসম আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.