• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লক্ষ্য সোণ! পেৰিছ অলিম্পিকৰ লাভলীনা-হিমাৰ দায়িত্ব ল’লে অসম চৰকাৰে

লক্ষ্য সোণ! পেৰিছ অলিম্পিকৰ লাভলীনা-হিমাৰ দায়িত্ব ল’লে অসম চৰকাৰে

5 years ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

2 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

2 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

3 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

3 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

4 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

5 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

6 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

7 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

7 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

7 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

লক্ষ্য সোণ! পেৰিছ অলিম্পিকৰ লাভলীনা-হিমাৰ দায়িত্ব ল’লে অসম চৰকাৰে

editor by editor
March 16, 2022
in অসম, ক্ৰীড়া
0
লক্ষ্য সোণ! পেৰিছ অলিম্পিকৰ লাভলীনা-হিমাৰ দায়িত্ব ল’লে অসম চৰকাৰে
0
SHARES
182
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লক্ষ্য সোণৰ পদক! অসমৰ দুই ক্ৰীড়াবিদ ক্ৰমে লাভলীনা বৰগোঁহাই আৰু হিমা দাসৰ দায়িত্ব গ্ৰহণ কৰিছে অসম চৰকাৰে৷ অসম চৰকাৰে দুয়োগৰাকী এথলিটৰ পেৰিছ অলিম্পিকৰ প্ৰস্তুতিৰ সম্পূৰ্ণ দায়িত্ব বহন কৰাৰ কথা ঘোষণা কৰিছে৷

অসম চৰকাৰৰ কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰিছে মন্ত্ৰী কেশৱ মহন্তই৷

সংবাদ মেল যোগে মন্ত্ৰী কেশৱ মহন্তই কয় যে আগন্তুক পেৰছি অলিম্পিকৰ বাবে বক্সাৰ লাভলীনা বৰগোঁহাই আৰু দৌৰবিদ হিমা দাসৰ প্ৰস্তুতিৰ সমস্ত দায়িত্ব অসম চৰকাৰে গ্ৰহণ কৰিব৷

লগতে পঢ়ক বিধানসভাত জুই বৰষি চৰকাৰক তুলাধুনা বিধায়ক অখিল গগৈৰ; নিস্তব্ধ সদন

অসম চৰকাৰে লাভলীনা বৰগোহাঁইৰ প্ৰস্তুতিৰ বাবে মাহে আঢ়ৈ লাখকৈ টকা ব্যয় কৰিব বুলিও সদৰী কৰিছে মন্ত্ৰী কেশৱ মহন্তই৷ আনহাতে হিমা দাসৰ প্ৰস্তুতিৰ বাবে মাহে ১ লাখকৈ টকা ব্যয় কৰা হ’ব৷

উল্লেখ্য যে বক্সাৰ লাভলীনা বৰগোহাঁইয়ে টকিঅ’ অলিম্পিকত বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যৰ ক্ৰীড়া ইতিহাসত অভিলেখ সৃষ্টি কৰিছিল৷

আনহাতে হিমা দাসে জাকাৰ্টা এছিয়ান গেমছ সোণ আৰু ৰূপৰ পদক দখলেৰে ইতিহাস সৃষ্টি কৰিলেও আঘাতজনিত সমস্যাৰ বাবে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং
অসম

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

September 29, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

September 29, 2026
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!
অসম

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

September 29, 2026
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!
বিনোদন

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

September 29, 2026
Next Post
সংকটত পুটিন! পুটিনক যুদ্ধ অপৰাধী ঘোষণা আমেৰিকাৰ, আন্তৰ্জাতিক আদালতত হ’ব তদন্ত

সংকটত পুটিন! পুটিনক যুদ্ধ অপৰাধী ঘোষণা আমেৰিকাৰ, আন্তৰ্জাতিক আদালতত হ’ব তদন্ত

ঘৰত বলপূৰ্বক প্ৰৱেশেৰে সহায়িকাক ধৰ্ষণ প্ৰধান শিক্ষকৰ, আত্মহনন সহায়িকাৰ

ঘৰত বলপূৰ্বক প্ৰৱেশেৰে সহায়িকাক ধৰ্ষণ প্ৰধান শিক্ষকৰ, আত্মহনন সহায়িকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.