• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰত বলপূৰ্বক প্ৰৱেশেৰে সহায়িকাক ধৰ্ষণ প্ৰধান শিক্ষকৰ, আত্মহনন সহায়িকাৰ

ঘৰত বলপূৰ্বক প্ৰৱেশেৰে সহায়িকাক ধৰ্ষণ প্ৰধান শিক্ষকৰ, আত্মহনন সহায়িকাৰ

4 years ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

28 minutes ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

2 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

3 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

3 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

4 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

5 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

6 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

6 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

7 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

8 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

8 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ঘৰত বলপূৰ্বক প্ৰৱেশেৰে সহায়িকাক ধৰ্ষণ প্ৰধান শিক্ষকৰ, আত্মহনন সহায়িকাৰ

editor by editor
March 16, 2022
in অপৰাধ, অসম
0
ঘৰত বলপূৰ্বক প্ৰৱেশেৰে সহায়িকাক ধৰ্ষণ প্ৰধান শিক্ষকৰ, আত্মহনন সহায়িকাৰ
0
SHARES
458
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰধান শিক্ষকৰ ধৰ্ষণৰ বলি হৈ এখন বিদ্যালয়ৰ এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে আত্মহনন পথ বাছি লৈছে৷

এই ঘটনাটো সংঘটিত হৈছে দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত খোপাতীয়া গঁৱত৷

ঘটনাৰ বিৱৰণীৰ মতে ব্যক্তিগত খণ্ডৰ ব্ৰাইড একাডেমীৰ প্ৰধান শিক্ষক মইদুল ইছলামে দীৰ্ঘ দিনৰ পৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জাহানাৰা খাতুনক অশ্লীল আৰু যৌন সম্পৰ্ক গঢ়াৰ প্ৰস্তাৱ দি আহিলেও কৰ্মচাৰী গৰাকীয়ে সেই প্ৰস্তাৱত সন্মত হোৱা নাছিল৷ প্ৰধান শিক্ষক মইদুলে কৰ্মচাৰীগৰাকীক একেলেঠাৰীয়ে মানসিক অত্যাচাৰ কৰি আহিছিল৷

লগতে পঢ়ক লক্ষ্য সোণ! পেৰিছ অলিম্পিকৰ লাভলীনা-হিমাৰ দায়িত্ব ল’লে অসম চৰকাৰে

অৱশেষত যোৱা মংগলবাৰে নিশা প্ৰধান শিক্ষক মইদুলে মহিলাগৰাকীৰ ঘৰত বলুপূৰ্বকভাৱে প্ৰৱেশ কৰি ধৰ্ষণ কৰে৷ ধৰ্ষণ কৰি থকা অৱস্থাতে পৰিয়ালৰ লগতে স্থানীয় লোকে ধৰা পেলাই মইদুলক ঘৰৰ ভিতৰতে বান্ধি ৰাখে৷

কিন্তু শিক্ষক মইদুলৰ পৰিয়ালে এই খবৰ লাভ কৰাৰ পিছতে হাতে হাতে লাঠি, কুঠাৰ, দা আদি চোকা অস্ত্ৰ লৈ অহা ভেৰোণীয়া গুণ্ডাই কৰ্মচাৰীগৰাকীৰ ঘৰত প্ৰৱেশ কৰি পুৱতি নিশা প্ৰায় ৩ বাজত মইদুলক মুকলি কৰি লৈ যায়৷

লগতে পঢ়ক OYO হোটেলৰ দলৱদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তক গুলীয়াই হত্যা মহানগৰ আৰক্ষীৰ

ইয়াৰ পিছতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জাহানাৰা বেগমে ডিঙিত চিপ লৈ আত্মহত্যা কৰে৷ ইতিমধ্যে আৰক্ষীয়ে জাহানাৰা বেগমৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎলায়লৈ প্ৰেৰণ কৰিছে৷

ইফালে জাহানাৰা বেগমৰ পৰিয়ালে অভিযুক্ত শিক্ষক মইদুল ইছলামৰ বিৰুদ্ধে সুখচৰ আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRape in SalamaraRaped by Head teachervictim committed suicide
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়
অপৰাধ

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

July 7, 2026
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক
জীৱনশৈলী

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

July 6, 2026
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
Next Post
৭ বছৰীয়া শিশু ধৰ্ষণ আৰু হত্যাকাৰীক গুলীয়াই হত্যা অসম আৰক্ষীৰ

৭ বছৰীয়া শিশু ধৰ্ষণ আৰু হত্যাকাৰীক গুলীয়াই হত্যা অসম আৰক্ষীৰ

কৰ্মচাৰীৰ বাবে সুখবৰ, প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্মচাৰীক দিব বিশেষ উপহাৰ!

কৰ্মচাৰীৰ বাবে সুখবৰ, প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্মচাৰীক দিব বিশেষ উপহাৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.