• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্মচাৰীৰ বাবে সুখবৰ, প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্মচাৰীক দিব বিশেষ উপহাৰ!

কৰ্মচাৰীৰ বাবে সুখবৰ, প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্মচাৰীক দিব বিশেষ উপহাৰ!

4 years ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

2 hours ago
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

3 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

3 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

4 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

4 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

5 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

5 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

6 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

6 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

7 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

8 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কৰ্মচাৰীৰ বাবে সুখবৰ, প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্মচাৰীক দিব বিশেষ উপহাৰ!

editor by editor
March 16, 2022
in অসম, ভাৰত
0
কৰ্মচাৰীৰ বাবে সুখবৰ, প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্মচাৰীক দিব বিশেষ উপহাৰ!
0
SHARES
759
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে বিশেষ উপহাৰ আগবঢ়াব৷ হোলীৰ পূৰ্বে কেন্দ্ৰীয় কৰ্মচাৰীয়ে এই সুখবৰ লাভ কৰিব বুলি জানিব পৰা গৈছে৷

সূত্ৰৰ মতে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে মহাৰ্ঘ ভাট্টা(Dearness Allowance) বৃদ্ধি কৰা চিন্তা চৰ্চা কৰিছে৷ যদি মোদী চৰকাৰে এই মহাৰ্ঘ ভাট্টা বৃদ্ধি কৰে তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলেও বিশেষভাৱে লাভান্বিত হ’ব৷

সূত্ৰৰটোৰ মতে শেহতীয়াকৈ দেশত বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ সৈকে মোকাবিলা কৰাত সহায়ক হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক মোদী চৰকাৰে এই মহাৰ্ঘ ভাট্টাৰ পৰিমাণ বৃদ্ধি কৰিবলৈ চিন্তা চৰ্চা কৰিছে৷

লগতে পঢ়ক ঘৰত বলপূৰ্বক প্ৰৱেশেৰে সহায়িকাক ধৰ্ষণ প্ৰধান শিক্ষকৰ, আত্মহনন সহায়িকাৰ

সূত্ৰৰ মতে কেন্দ্ৰীয় কেবিনেটে অতি শীঘ্ৰেই এই বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে৷ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰি অহা এই ভাট্টাৰ পৰিমাণ হৈছে ৩১ শতাংশ৷ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পৰিমাণ ৩ শতাংশ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷ যদি ইয়াৰ পৰিমাণ ৩ শতাংশ বৃদ্ধি কৰা হয় তেতিয়া ইয়াৰ পৰিমাণ ৩৪ শতাংশ হ’ব৷

উল্লেখ্য যে কৰ্মচাৰীসকলৰ দৰমহাৰ ওপৰত মুদ্ৰাস্ফীতিয়ে পেলোৱা প্ৰভাৱৰ পৰা সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰে মহাৰ্ঘ ভাট্টা প্ৰদান কৰে৷ ই কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰ দুয়োৰে ক্ষেত্ৰতে প্ৰযোজ্য হয়৷

বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ ৪৮ লাখ কৰ্মচাৰী আৰু ৬৫ লাখ পেঞ্চনাৰ আছে। যোৱা বছৰ অক্টোবৰৰ শেষত মহাৰ্ঘ ভাট্টা ২৮ শতাংশৰ পৰা বৃদ্ধি কৰি ৩১ শতাংশ কৰা হৈছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcentral govt employeesDADearness AllowancePM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ
অসম

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 12, 2026
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?
বিনোদন

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

September 12, 2026
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…
সমীক্ষণ (আলোচনী)

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

September 12, 2026
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’
অসম

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

September 12, 2026
Next Post
ভাৰতক প্ৰত্যাক্ৰমণ বাবে সাজু হৈছিল চিৰ বৈৰী পাকিস্তান! কিন্তু কিয়?

ভাৰতক প্ৰত্যাক্ৰমণ বাবে সাজু হৈছিল চিৰ বৈৰী পাকিস্তান! কিন্তু কিয়?

‘অসমত ৩৫% লৈ বৃদ্ধি মুছলমান; এতিয়াৰ পৰা সংখ্যালঘু নহয় মুছলমান’, মুখ্যমন্ত্ৰী ডঃ শৰ্মা

‘অসমত ৩৫% লৈ বৃদ্ধি মুছলমান; এতিয়াৰ পৰা সংখ্যালঘু নহয় মুছলমান’, মুখ্যমন্ত্ৰী ডঃ শৰ্মা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.