• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

4 years ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

22 minutes ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

50 minutes ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

2 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

3 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

3 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

4 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

4 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

5 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

13 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

14 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

14 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ ১৭ মাৰ্চ দিনটো...

editor by editor
March 17, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
155
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘ— বিদ্যাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিব৷ চাকৰিয়াল ব্যক্তিৰ বদলিৰ সম্ভাৱনা৷ প্ৰেম-প্ৰণয়ত আৱেগ বৃদ্ধি৷ শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা ৬৷

বৃষ— স্বাস্থ্যৰ ক্ষেত্ৰত সিমান বেয়া দেখা নাযায়৷ উচ্চ বিদ্যাত সাফল্য পাব৷ দাম্পত্য বিবাদ থাকিব৷ দূৰ ভ্ৰমণৰ ইচ্ছা মনত জাগিব৷ শুভ ৰং নীলা আৰু শুভ সংখ্যা ৭৷

মিথুন— দিনটোত আৱশ্যক খৰচৰ মাত্ৰা বৃদ্ধি পাব৷ প্ৰেম-প্ৰণয়নত আৱেগ বৃদ্ধি৷ সন্তানৰ প্ৰতিভা বিকাশ৷ উচ্চ বিদ্যাত সাফল্য পাব৷ শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা ৭৷

কৰ্কট— চাকৰিয়ালৰ উৎসাব-উদ্দীপনা বৃদ্ধি পাব৷ আৰ্থিকত বেয়া দেখা নাযায়৷ প্ৰেমত শুভ ফল আশা কৰিব পাৰে৷ বিদ্যাত মজলীয়া৷ শুভ ৰং নীলা আৰু শুভ সংখ্যা ৬৷

সিংহ— শাৰীৰিক মধ্যম বুলি ক’ব পাৰি৷ চাকৰিয়ালৰ কাৰণে ভাল৷ ব্যৱসায়ীসকলে নতুন কামত হাত দিব পাৰে৷ প্ৰেমত শুভ৷ শুভ ৰং বগা আৰু শুভ সংখ্যা ২৷

কন্যা— সন্তানৰ প্ৰতি নজৰ ৰাখক৷ দূৰ ভ্ৰমণৰ যোগ৷ বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ৷ ঘৰুৱা মতামত৷ নিবনুৱাৰ ভাল-বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব৷ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা ৬৷

তুলা— আপুনি আজি ঘৰৰ পৰা ওলোৱাৰ আগতে মন্দিৰত চাকি জ্বলাই ওলাব৷ সন্তানৰ পৰা ভাল খবৰ পাব৷ চাকৰিৰ ক্ষেত্ৰত ভাল৷ শুভ ৰং ৰঙা আৰু শুভ সংখ্যা ২৷

 বৃশ্চিক— পতি-পত্নীৰ মাজত মনোমালিন্য দেখা যায়৷ খৰচৰ মাত্ৰা বৃদ্ধিৰ সম্ভাৱনা৷ শুভ ৰং বগা আৰু শুভ সংখ্যা ২৷

ধনু— সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আৱেগ বৰ্জন কৰক৷ বৃদ্ধ ব্যক্তিসকলে নিজৰ শৰীৰ প্ৰতি যত্ন লওঁক৷ প্ৰেমত অশুভ৷ শুভ ৰং ক’লা আৰু শুভ সংখ্যা ৬৷

মকৰ— বিয়া-বাৰুৰ যোগাযোগত বাধা আহিব৷ দূৰ ভ্ৰমণৰ যোগ আছে৷ প্ৰেমত মধ্যম৷ শুভ ৰং সোণালী আৰু শুভ সংখ্যা ৭৷

কুম্ভ— সামাজিক ব্যস্ততা বৃদ্ধি পাব৷ বিদ্যাত সিমান ভাল দেখা নাযায়৷ স্বাস্থ্য ঠিকেই থাকিব৷ গৱেষণা কৰ্মত অগ্ৰগতি৷ শুভ ৰং ৰঙা আৰু শুভ সংখ্যা ৬৷

মীন— দিনটোত বিদ্যাত সিমান বাধা নাই৷ শৰীৰৰ ভালেই দেখা যায়৷ বন্ধুৰ পৰা সহায় পাব৷ প্ৰেমত শুভ৷ শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা ২৷

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24astrologyastronomyaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী
ভাৰত

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

August 27, 2026
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে
অপৰাধ

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

August 27, 2026
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক
বিবিধ

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

August 27, 2026
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ
বাণিজ্য

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

August 27, 2026
Next Post
তীব্ৰ প্ৰতিৰোধ ইউক্ৰেইনৰ : ৭ হাজাৰ ৰুছ সেনাক হত্যা ইউক্ৰেইন সেনাৰ!

তীব্ৰ প্ৰতিৰোধ ইউক্ৰেইনৰ : ৭ হাজাৰ ৰুছ সেনাক হত্যা ইউক্ৰেইন সেনাৰ!

চ্যুটকেচত উদ্ধাৰ ৰাষ্ট্ৰপতি পুটিনক চাইক’পেথ বুলি দাবী কৰা সুন্দৰী মডেলৰ মৃতদেহ!

চ্যুটকেচত উদ্ধাৰ ৰাষ্ট্ৰপতি পুটিনক চাইক’পেথ বুলি দাবী কৰা সুন্দৰী মডেলৰ মৃতদেহ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.